সমগ্র বিশ্বজুৰি ৩১ মে' তাৰিখে World No Tobacco Day চমুকৈ WNTD পালন কৰি অহা হৈছে। World Health Organization (WHO) য়ে বিশ্বৰ প্ৰতিজন ব্যক্তিক ধঁপাত (Tobacco) ৰ বিৰুদ্ধে যুঁজ দি সচেতন হবলৈ আহ্বান জনায়।
World no tobacco day ৰ ২০২৫ চনৰ বিষয়বস্তু (theme) হৈছে - Bright products. Dark intentions.
১৯৮৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই WHA40.38 গৃহীত কৰিছিল, ৭ এপ্ৰিল ১৯৮৮ চনৰ পৰা 'World no smoking day' পালন কৰিবলৈ। ১৯৮৮ চনত WHA42.19 গৃহীত কৰা হয়, তেতিয়াৰ পৰা প্ৰতি বছৰে ৩১ মে' তাৰিখে 'World No Tobacco Day' পালন কৰি অহা হৈছে।
World No Tobacco Day ৰ মূল লক্ষ্য হৈছে - ধঁপাত (Tobacco) ব্যৱহাৰৰ ফলত মানুহৰ যি স্বাস্থ্যৰ সমস্যা হয় সেই বিষয়ে জনসচেতনতা বৃদ্ধি কৰা হয় আৰু সমগ্র বিশ্বত ধঁপাত ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনোৱা হয়।
Tags:
জানিবলগীয়া কিছু কথা