বৰ্তমান অসমৰ ২০২৫

 


১/ বৰ্তমান অসমৰ ৰাজ্যপাল জনৰ নাম কি?

উত্তৰ:- লক্ষ্মণ আচাৰ্য।

২/ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী জনৰ নাম কি?

উত্তৰ:- ড° হিমন্ত বিশ্ব শৰ্মা।

৩/ বৰ্তমান অসমৰ শিক্ষা মন্ত্ৰী কোন?

উত্তৰ:- ৰনোজ পেগু।

৪/ বৰ্তমান অসমৰ কৃষি মন্ত্ৰী কোন?

উত্তৰ:- অতুল বৰা।

৫/ বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰী কোন?

উত্তৰ:- ড° হিমন্ত বিশ্ব শৰ্মা।

৬/ বৰ্তমান অসমৰ বিত্ত মন্ত্ৰী কোন?

উত্তৰ:- অজন্তা নেওগ।

৭/ বৰ্তমান অসমৰ পৰিবহণ মন্ত্ৰী কোন?

উত্তৰ:- কেশৱ মহন্ত।

৮/ বৰ্তমান অসমৰ মুঠ চাহ বাগিছা কেইখন?

উত্তৰ:- ৮০৩ খন।

৯/ বৰ্তমান অসমৰ জনসংখ্যা কিমান?

উত্তৰ:- অসমৰ মুঠ জনসংখ্যা ৩,১১,৬৯,২১১জন। (২০১১ চনৰ লোকপিয়ল তথ্য অনুসৰি)

১০/ বৰ্তমান অসমৰ মাটি কালি কিমান?

উত্তৰ:- বৰ্তমান অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিমি।

Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব