Assam Police SI Exam 2025 Question Paper–I


Assam Police SI Exam 2025 Question Paper

১/ ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম আছিল - 


a) প্ৰভাকৰবৰ্ধন
b) ভাস্কৰবৰ্ধন
c) জয়বৰ্ধন
d) মহাবৰ্ধন

উত্তৰ:- a) প্ৰভাকৰবৰ্ধন

২/ 'স্বৰাজ' শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নওৰোজিয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিবেশন হোৱা চন আৰু স্থান আছিল -


a) ১৯০৪, বম্বে
b) ১৯০৬, কলিকতা
c) ১৯০৭, চুৰাত
d) ১৯১৬, লক্ষ্ণৌ

উত্তৰ:- b) ১৯০৬, কলিকতা

৩/ বিখ্যাত 'ত্ৰিমূৰ্তি সদাশিৱ' তলৰ কোন গুহাৰ অংশ?


a) অজন্তা
b) ইলোৰা
c) এলিফেণ্টা
d) বাঘ

উত্তৰ:- c) এলিফেণ্টা

৪/ 'অৰুণোদই'ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল?


a) ড৹ নাথান ব্ৰাউন
b) পদ্মনাথ গোহাঞি বৰুৱা
c) জগন্নাথ বৰুৱা
d) বিষ্ণুৰাম মেধি

উত্তৰ:- a) ড৹ নাথান ব্ৰাউন

৫/ ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল?


a) ছাৰ টমাছ ৰো
b) উইলিয়াম হকিন্স
c) জন মিল্দেনহল
d) ইয়াৰ এজনো নহয়

উত্তৰ:- c) জন মিল্দেনহল

৬/ 'আসাম এছচিয়েচন'ৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত হৈছিল?


a) ১৯০৫, ডিব্ৰুগড়ত
b) ১৯০৪, গুৱাহাটীত
c) ১৯০৫, লখিমপুৰত
d) ১৯০৪, যোৰহাটত

উত্তৰ:- a) ১৯০৫, ডিব্ৰুগড়ত

৭/ বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল?


a) ভাস্কৰবৰ্মন
b) পুষ্যবৰ্মন
c) সমুদ্ৰবৰ্মন
d) ইয়াৰ এজনো নহয়

উত্তৰ:- b) পুষ্যবৰ্মন

৮/ কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল?


a) ১৯৬১
b) ১৯৬২
c) ১৯৬৩
d) ১৯৬৪

উত্তৰ:- c) ১৯৬৩

৯/ ১৯২৫ চনত 'লেবাৰ স্বৰাজ দল' কোনে স্থাপন কৰিছিল?


a) আব্দুল গফ্ফৰ খান
b) কাজী নজৰুল ইছলাম
c) জোচেফ বাপটিষ্টা
d) চি. আৰ. দাস

উত্তৰ:- b) কাজী নজৰুল ইছলাম

১০/ আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চামধৰাৰ ৰণ হৈছিল। শেষৰ ৰণ কোনখন আছিল?


a) ৰঙামাটিৰ ৰণ
b) শৰাইঘাটৰ ৰণ
c) ইটাখুলীৰ ৰণ
d) যোগীঘোপাৰ ৰণ

উত্তৰ:- c) ইটাখুলীৰ ৰণ


Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব