অসমৰ চৰকাৰী চাকৰিৰ পৰীক্ষাত অহা কিছুমান প্ৰশ্নোত্তৰ ১

 

Bachelor's Degree Level Posts 2024

১/ ড৹ বেজবৰুৱা বোলছবিৰ ১৯৬৯ সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল?


a) নিপন গোস্বামী
b) বিজু ফুকন
c) দ্বীপেন বৰুৱা
d) ব্ৰজেন বৰুৱা

উত্তৰ:- d) ব্ৰজেন বৰুৱা

২/ নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য?


a) হাৱাই
b) ফিজি
c) পাপুৱা নিউগিনি
d) চ'লমন দ্বীপপূঞ্জ

উত্তৰ:-  a) হাৱাই

৩/ কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ (Wars of the Roses) নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল?


a) বৃটিছ সিংহাসন
b) ফৰাচী সিংহাসন
c) ৰাছিয়ান সিংহাসন
d) স্পেনিছ সিংহাসন

উত্তৰ:- a) বৃটিছ সিংহাসন

৪/ জোঙাল বলহুৰ প্ৰতিমূৰ্ত্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে?


a) ৰহা
b) ডিব্ৰুগড়
c) ধুবুৰী
d) কৰিমগঞ্জ

উত্তৰ:- a) ৰহা

৫/ কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে?


a) চুডান আৰু ইজিপ্ত
b) ছৌদি আৰব আৰু ইৰাক
c) তুৰ্কমেনিস্তান আৰু উজবেকিস্তান
d) চীন আৰু মংগোলিয়া

উত্তৰ:- d) চীন আৰু মংগোলিয়া

৬/ ২০২৪ বৰ্ষত কোনজন ব্যক্তিক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে?


a) ৰতন টাটা
b) ৰঞ্জন গগৈ
c) তপন শইকীয়া
d) ৰঞ্জিত শেখৰ মুছাহাৰী

উত্তৰ:- b) ৰঞ্জন গগৈ

৭/ নিম্নলিখিত কোনখন দেশক ভূমধ্যসাগৰে স্পৰ্শ নকৰে?


a) স্পেইন
b) পৰ্তুগাল
c) লেবানন
d) ফ্ৰান্স

উত্তৰ:-  b) পৰ্তুগাল

৮/ টি আও (T. Ao) কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল?


a) বেডমিণ্টন
b) হ'কি
c) ফুটবল
d) ভলীবল

উত্তৰ:- c) ফুটবল

৯/ নিম্নলিখিত কোনগৰাকী ল'ন টেনিছ খেলুৱৈ নহয়?


a) লিয়েণ্ডাৰ পেজ
b) বিজয় অমৃতৰাজ
c) মহেশ ভূপতি
d) পুলেলা গোপীচন্দ

উত্তৰ:- d) পুলেলা গোপীচন্দ

১০/ ডোৰেম'ন কি অথবা কোন?


a) ব্ৰাজিলৰ এখন নদী
b) এগৰাকী হলিউড অভিনেতা
c) বিমানৰ এটা প্ৰকাৰ
d) এটা কাৰ্টুন চৰিত্ৰ

উত্তৰ:- d) এটা কাৰ্টুন চৰিত্ৰ

১১/ (মেজৰ) ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক।


a) ফুটবল
b) মল্লযুদ্ধ
c) মুষ্টিযুদ্ধ
d) হ'কি

উত্তৰ:- d) হ'কি

১২/ দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য?


a) ৰাজস্থান
b) গুজৰাট
c) উৰিষ্যা
d) মহাৰাষ্ট্ৰ

উত্তৰ:- b) গুজৰাট

১৩/ নিম্নলিখিত কোন স্থানত IPL (আইপিএল) মেচসমূহ অনুষ্ঠিত নহয়?


a) মুম্বাই
b) ধৰমশালা
c) পাটনা
d) হায়দৰাবাদ

উত্তৰ:- c) পাটনা

১৪/ পি. টি. উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল?


a) এথলেটিকছ
b) বেডমিণ্টন
c) টেবুল টেনিছ
d) ক্ৰিকেট

উত্তৰ:- a) এথলেটিকছ

১৫/ "ভিলেজ ৰকষ্টাৰছ" নামৰ বোলছবি খনৰ নিৰ্দেশক কোন?


a) ৰীমা দাস
b) হিমা দাস
c) মুনীন দাস
d) কুইন দাস

উত্তৰ:- a) ৰীমা দাস

১৬/ বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমান বাৰ জয়লাভ কৰিছে?


a) তিনিবাৰ
b) পাঁচবাৰ
c) চাৰিবাৰ
d) সাতবাৰ

উত্তৰ:- b) পাঁচবাৰ

১৭/ আইপিএল ২০২৩ ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল?


a) গুৱাহাটী
b) ধৰমশালা
c) ভুৱনেশ্বৰ
d) পানাজী

উত্তৰ:- a) গুৱাহাটী

১৮/ নিম্নলিখিত কোন ঠাইত ট'য়'টাৰ মুখ্য কাৰ্যালয় অৱস্থিত?


a) চীন
b) দক্ষিণ কোৰিয়া
c) চিংগাপুৰ
d) জাপান

উত্তৰ:- d) জাপান

১৯/ কোনবিধ খেলত মনালিচা বৰুৱা (মেহতা) আৰু ত্ৰিদিব দুৱৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল?


a) বেডমিণ্টন
b) ভলীবল
c) টাইকোৱাণ্ডো
d) টেবুল টেনিছ

উত্তৰ:- d) টেবুল টেনিছ

২০/ কোনগৰাকী হিন্দী কবি "মধুশালা" আৰু "অগ্নিপথ"ৰ বাবে জনাজাত?


a) ৰামধাৰী সিং দিনকৰ
b) হৰিবংশ ৰায় বচ্চন
c) সুমিত্রানন্দন পন্ত
d) মৈথিলী চৰণ গুপ্ত

উত্তৰ:- b) হৰিবংশ ৰায় বচ্চন



Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব