নোবেল বঁটা ২০২৪

 

১/ ২০২৪ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা কোনে লাভ কৰিছে?

উত্তৰ:- দক্ষিণ কোৰিয়াৰ লেখিকা হান কাং।

২/ ২০২৪ বৰ্ষৰ শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছে?

উত্তৰ:- জাপানৰ সংস্থা নিহন হিদানকিয়ো।
 (পৰমাণু বিস্ফোৰণৰ ক্ষতিগ্ৰস্তসকলৰ বাবে কাম কৰে সংস্থাটোৱে)

৩/ ২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা কোনে লাভ কৰিছে?

উত্তৰ:- ৩ গৰাকী বিজ্ঞানীলৈ ২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। তেওঁলোক হ'ল -

১/ ডেভিড বেকাৰ
২/ ডেমিছ হছাবিছ
৩/ জন এম জাম্পাৰ

 গণনামূলক প্ৰটিন ডিজাইন কৰিছিল ডেভিড বেকাৰে। 
হছাবিছ আৰু জাম্পাৰলৈ প্ৰটিন গঠনৰ গৱেষণাৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছে।

৪/ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা কোনে লাভ কৰিছে?

উত্তৰ:- ভিক্টৰ এমব্রছ আৰু গেৰী ৰুভকুনলৈ এই বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।

৫/ ২০২৪ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা কোনে লাভ কৰিছে?

উত্তৰ:- ১/ জন জে হপফিল্ড
          ২/ জিঅ'ফ্রে ই হিন্টন
( কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ সৈতে মেচিন লাৰ্নিং সক্ষম কৰা মৌলিক আবিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে )

৬/ ২০২৪ বৰ্ষৰ অৰ্থনৈতিক বিজ্ঞানৰ নোবেল বঁটা কোনে লাভ কৰিছে?

উত্তৰ:- ১/ ডাৰন আচেমোগ্লু
          ২/ ছাইমন জনছন
         ৩/ জেমছ এ ৰবিনছন

( প্ৰতিষ্ঠানসমূহ কেনেকৈ গঠন হয় আৰু সমৃদ্ধিৰ ওপৰত প্ৰভাৱ পেলোৱা হয় সেই অধ্যয়নৰ বাবে ) ।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব