Assam Govt Job Previous Year Question Paper Part 4

 


1. Swaraj Party was founded by:
স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তি সকল:

a) Bhimrao Ambedkar and Sardar Vallabhbhai Patel 
ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল

b) Aruna Asaf Ali and Subhash Chandra Bose
অৰুণা আছাফ আলি আৰু সুভাষ চন্দ্ৰ বসু

c) Bhagat Singh and Rajguru
ভগত সিং আৰু ৰাজগুৰু

d) Motilal Nehru and Chittaranjan Das
মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস

Ans:- d) Motilal Nehru and Chittaranjan Das
মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস

2. Which article of Indian Constitution prohibits discrimination on the grounds of religion, race, caste, sex and place of birth?
ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে?

a) Article 25 অনুচ্ছেদ ২৫

b) Article 13 অনুচ্ছেদ ১৩

c) Article 15 অনুচ্ছেদ ১৫

d) Article 19 অনুচ্ছেদ ১৯

Ans:- c) Article 15 অনুচ্ছেদ ১৫

3. The Gol Gumbad (Gumbaz), the mausoleum of Muhammad Adil Shah, is located in:
মহম্মদ আদিল শ্বাহৰ সমাধিস্তম্ভ গোল গম্বদ (গম্বুজ) অৱস্থিত:

a) Bijapur বিজাপুৰ

b) Delhi দিল্লী

c) Hyderabad হায়দাৰবাদ

d) Bhopal ভূপাল

Ans:- a) Bijapur বিজাপুৰ

4. What does 'A' stand for in 'UDAN', the initiative of the Ministry of Civil Aviation of India?
ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত হোৱা 'UDAN' ত 'A' বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি?

a) Aam 

b) Air

c) Aakash

d) Aviation

Ans:- a) Aam  ('Ude Desh ka Aam Nagarik')

5. Which company became the first Indian company to hit the ₹ 10 Lakh Crore market valuations?
₹ ১০ লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি?

a) Airtel

b) TCS

c) Wipro

d) Reliance

Ans:- d) Reliance

6. Which of the following pairs is INCORRECT with reference to the dance forms and their native States?
নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ?

a) Yakshagana - Tamil Nadu
যক্ষগান - তামিলনাডু

b) Sattriya - Assam
সত্ৰীয়া - অসম

c) Mohiniattam - Kerala
মোহিনীয়াট্টম- কেৰালা

d) Odissi - Odisha
ওডিছি - উৰিষ্যা

Ans:- a) Yakshagana - Tamil Nadu
যক্ষগান - তামিলনাডু

7. The only Ramsar site wetland in Assam is the:
অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে:

a) Deepor beel দীপৰ বিল

b) Bordoloni বৰদলনি

c) Chandubi beel চানডুবি বিল

d) Dibru-Saikhowa ডিব্ৰু-চৈখোৱা

Ans:- a) Deepor beel দীপৰ বিল

8. Which of the following ministers is NOT associated with the initiative of "Beti Bachao, Beti Padhao" scheme?
নিম্নলিখিত মন্ত্ৰালয় সমূহৰ কোনটো "বেটি বচাও, বেটি পঢ়াও" আঁচনিৰ সৈতে সংযুক্ত নহয়?

a) Ministry of Health and Family Welfare
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

b) Ministry of Rural Development
গ্ৰামোন্নয়ন মন্ত্ৰালয়

c) Ministry of Women and Child Development
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

d) Ministry of Human Resource Development
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়

Ans:- b) Ministry of Rural Development
গ্ৰামোন্নয়ন মন্ত্ৰালয়

9. The Assam Medical College is situated in:
অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত:

a) Silchar শিলচৰ

b) Jorhat যোৰহাট

c) Guwahati গুৱাহাটী

d) Dibrugarh ডিব্ৰুগড়

Ans:- d) Dibrugarh ডিব্ৰুগড়

10. The mission Indradhanush, an initiative of the Government of India, is associated with:
ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিশ্যন ইন্দ্ৰধনুষ কি কাৰ্য্যৰ সৈতে জড়িত?

a) Immunisation টিকাকৰণ

b) Cleanliness পৰিচ্ছন্নতা

c) Digitalisation ডিজিটেলাইজেশ্যন

d) Highway development ৰাজপথ উন্নয়ন

Ans:- a) Immunisation টিকাকৰণ

11. Article 17 of the Constitution of India deals with the abolition of:
ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৭ ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে?

a) Slavery দাসত্ব

b) Bonded Labour বন্ধিত শ্ৰমিক

c) Untouchability অস্পৃশ্যতা

d) Sati সতী

Ans:- c) Untouchability অস্পৃশ্যতা

12. Which of the following events did NOT take place in 1919?
১৯১৯ চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য্য সংঘটিত হোৱা নাছিল?

a) Rowlatt Act was passed
ৰাওলাট আইন গৃহীত কৰণ

b) Montagu - Chelmsford Reforms were announced ম'ন্টেগু চেমছফ'ৰ্ড সংস্কাৰৰ ঘোষণা

c) Partition of Bengal
বংগ বিভাজন

d) Jallianwala Bagh tragedy
জালিয়ানৱালা বাগৰ শোকাৰ্ত ঘটনা

Ans:- c) Partition of Bengal
বংগ বিভাজন

13. Which of the following schemes was launched in July 2019 to accelerate water harvesting and conservation measures?
নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰম্বিত কৰাৰ অৰ্থে ২০১৯ চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল?

a) Jal Shakti Abhiyan
জল শক্তি অভিযান

b) Jal Vikas Abhiyan
জল বিকাশ অভিযান

c) Jal Hi Dhan Hai Abhiyan
জল হি ধন হেয় অভিযান

d) Jal Bachao Abhiyan
জল বচাও অভিযান

Ans:- a) Jal Shakti Abhiyan

জল শক্তি অভিযান

14. Which of the following locations is NOT associated with the petroleum sector?
নিম্নলিখিত কোনটো স্থান পেট্ৰ'লিয়াম খণ্ডৰ সৈতে জড়িত নহয়?

a) Duliajan
দুলীয়াজান

b) Nazira
নাজিৰা

c) Bongaigaon
বঙাইগাঁও

d) Margherita
মাৰ্ঘেৰিটা

Ans:- d) Margherita

মাৰ্ঘেৰিটা

15. Which country was first to implement Goods and Services Tax (GST) ?
কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ (GST) ৰূপায়ণ কৰা হৈছিল?

a) Germany
জাৰ্মানী

b) France
ফ্ৰান্স

c) Canada
কানাডা

d) USA
আমেৰিকা যুক্তৰাষ্ট্ৰ

Ans:- b) France

ফ্ৰান্স

16. As of January 2022, the state which has the maximum number of seats in the Rajya Sabha, is:
২০২২ চনৰ জানুৱাৰী মাহ অনুযায়ী, ৰাজ্যসভাত সৰ্বোচ্চ আসন থকা ৰাজ্যখন হৈছে?

a) Karnataka
কৰ্ণাটক

b) Madhya Pradesh
মধ্যপ্ৰদেশ

c) Rajasthan
ৰাজস্থান

d) Uttar Pradesh
উত্তৰ প্ৰদেশ

Ans:- d) Uttar Pradesh

উত্তৰ প্ৰদেশ


17. Hiuen Tsang visited India during the reign of the King:
কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল?

a) Harshavardhana
হৰ্ষবৰ্দ্ধন

b) Ashoka
অশোক

c) Vishnugupta
বিষ্ণুগুপ্ত

d) Samudragupta
সমুদ্ৰগুপ্ত

Ans:- a) Harshavardhana

হৰ্ষবৰ্দ্ধন

18. Who among the following publishes the Economic Survey of India?
নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা (Economic Survey of India) প্ৰকাশ কৰে?

a) National Development Council
ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ

b) Institute of Finance
বিত্ত সংস্থা

c) Indian Statistical Institute
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান

d) Ministry of Finance
বিত্ত মন্ত্ৰণালয়

Ans:- d) Ministry of Finance

বিত্ত মন্ত্ৰণালয়

19. In which of following economies, all productive resources are owned and controlled by the government?
নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে?

a) Socialist
সমাজতান্ত্রিক

b) Capitalist
পুঁজিবাদী

c) Mixed
মিশ্ৰ

d) Dual
দ্বৈত

Ans:- a) Socialist

সমাজতান্ত্রিক

20. In which of the following locations was the Quit India Movement launched by Mahatma Gandhi in the year 1942?
নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল?

a) Shivaji Park
শিৱাজী পার্ক

b) Brabourne Stadium
বাৰবোৰ্ন ষ্টেডিয়াম

c) August Kranti Maidan
আগষ্ট ক্ৰান্তি ময়দান

d) Pragati Maidan
প্ৰগতি ময়দান

Ans:- c) August Kranti Maidan

আগষ্ট ক্ৰান্তি ময়দান

Post a Comment

Previous Post Next Post