অসমৰ সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা ২০২৩



 Assam Highest State Civilian Award 2023



অসম বৈভৱ


ৰঞ্জন গগৈ
আইন আৰু ন্যায়

অসম সৌৰভ


কিষাণ চান্দ নাৰীয়ান
কলা আৰু সংস্কৃতি (প্ৰত্নতত্ত্ব)

এলভিছ আলী হাজৰিকা
ক্ৰীড়া (সাঁতোৰ)

হিমা দাস
ক্ৰীড়া (এথলেটিকছ্)

নাদিৰাম দেউৰী
কলা আৰু সংস্কৃতি (তিৱা নৃত্য সাধক)

অসম গৌৰৱ


ৰঞ্জিত গগৈ
কলা আৰু সংস্কৃতি (লোক আৰু বিহুনৃত্য সাধক)

শ্ৰীমতী পাৰ্বতী বৰুৱা
পৰিবেশ আৰু বন (বন্যপ্ৰাণী সংৰক্ষণ কৰ্মী, হস্তী-মানৱ সংঘাতৰোধ বিশেষজ্ঞ)

দেৱজিৎ চাংমাই
কলা আৰু সংস্কৃতি (শব্দ অভিযন্তা)

দ্ৰোণ ভূঞা
কলা আৰু সংস্কৃতি (ওজাপালি)

নীলম দত্ত
কৃষি (জৈৱিক কৃষি)

অনুপম ডেকা
উদ্যমী (উদ্যোগপতি)

সৌম্যদ্বীপ দত্ত
পৰিবেশ আৰু বন (বন্যপ্ৰাণী সংৰক্ষণ)

বসন্ত চিৰিং ফুকন
কৃষি (প্ৰগতিশীল কাঠফুলা উৎপাদক)

মানেন্দ্ৰ ডেকা
হস্তশিল্প (কাৰু আৰু বাঁহ শিল্পী)

শ্ৰীমতী মীনাক্ষী চেতিয়া
সমাজ সেৱা (আশা কৰ্মী)

শ্ৰীমতী পখিলা লেখটেপী
কলা আৰু সংস্কৃতি (কাৰ্বি লোকগীত কণ্ঠশিল্পী)

টেনজিং বডোচা
পৰিবেশ আৰু বন (হস্তী বান্ধৱ চাহ বাগিচা স্থাপক)

নিৰ্মল দে'
উদ্যমী (শীতল পাটী)

জেচিন কুম্বাং পাৱ
হস্ততাঁত (শিপিনী)

মেৰী হাছা
সমাজ সেৱা (অংগনৱাড়ী কৰ্মী)

উপেন্দ্ৰ ৰাভা
কৃষি (ক'লা চাউল উৎপাদক)

ৰাহুল গুপ্তা
কৃষি (হাইড্ৰ'পনিক খেতিয়ক)
Post a Comment (0)
Previous Post Next Post