Assam Govt Job Previous Year Question Paper Part 3




1. Which colour is not present in the Olympic Flag?
অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত?

a) Red ৰঙা
b) Green সেউজীয়া
c) Purple বেঙুনীয়া
d) Yellow হালধীয়া

Ans:-  c) Purple বেঙুনীয়া

2. The Capital City of Peru is - 
পেৰুৰ ৰাজধানী চহৰ হৈছে -

a) Bogota ব'গ'টা
b) Santiago চেণ্টিয়াগো
c) Havana হাভানা
d) Lima লিমা

Ans:- d) Lima লিমা

3. The National Stock Exchange is located in -
নেশ্যনেল ষ্ট'ক এক্সচেঞ্জটি ক'ত অৱস্থিত -

a) Mumbai মুম্বাই
b) Kolkata কলিকতা
c) Hyderabad হায়দৰাবাদ
d) New Delhi নতুন দিল্লী

Ans:- a) Mumbai মুম্বাই

4. From the following list identify the hardware component that can be used to transfer files from one computer to another.
এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইল সমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য্য হাৰ্ডওৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা।

a) BIOS
b) Hard Disk
c) CPU
d) USB Flash Drive

Ans:-  d) USB Flash Drive

5. The range which separates Indo-Gangetic Plains of Northern India from the Deccan Plateau of Southern India is -
উত্তৰ ভাৰতৰ সিন্ধু-গাঙ্গেয় সমতলভূমিক দক্ষিণ ভাৰত স্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে -

a) Karakoram Range কাৰাকোৰম পৰ্বতমালা
b) Satpura and Vindhya Range সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা
c) Aravalli Range আৰাৱলী পৰ্বতমালা
d) Pir Panjal Range পীৰ পাঞ্জাল পৰ্বতমালা

Ans:-  b) Satpura and Vindhya Range সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা


6. Amongst the following rivers, which one does not originate from the Himalayas?
নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়?

a) Indus সিন্ধু
b) Ganga গংগা
c) Yamuna যমুনা
d) Narmada নৰ্মদা

Ans:-  d) Narmada নৰ্মদা

7. Water has maximum density at -
কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় -

a) 100 °C
b) -40 °C
c) 0 °C
d) 4 °C

Ans:-  d) 4 °C

8. Which social science studies the production, distribution and consumption of wealth?
সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়?

a) Commerce বাণিজ্য
b) Economics অৰ্থনীতি
c) Political Science ৰাজনীতি বিজ্ঞান
d) Sociology সমাজতত্ত্ব

Ans:-  b) Economics অৰ্থনীতি

9. Identify the normally radioactive material in the following list.
নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিক ভাবে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা-

a) Plutonium প্লুট'নিয়াম
b) Germanium জাৰ্মেনিয়াম
c) Osmium অ'চমিয়াম
d) Cadmium কেডমিয়াম

Ans:-  a) Plutonium প্লুট'নিয়াম


10. In Volleyball, how many players per team are on the court?
ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে?

a) Five পাঁচ
b) Seven সাত
c) Six ছয়
d) Eight আঠ

Ans:-  c) Six ছয়

11. How many States of India shares border with Assam?
ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে?

a) Nine ন'
b) Seven সাত
c) Eight আঠ
d) Ten দহ

Ans:-  b) Seven সাত 
(West Bengal, Arunachal Pradesh, Meghalaya, Tripura, Nagaland, Manipur and Mizoram.)

12. Who is the Finance Minister of Assam as on 01st of January, 2022?
1st জানুৱাৰী, ২০২২ সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন?

a) Ajanta Neog অজন্তা নেওগ
b) Chandra Mohan Patowary চন্দ্ৰমোহন পাটোৱাৰী
c) Himanta Biswa Sarma হিমন্ত বিশ্ব শৰ্মা
d) Pijush Hazarika পিয়ুষ হাজৰিকা

Ans:- a) Ajanta Neog অজন্তা নেওগ

13. As on 31st of March, 2022, how many districts are there in Assam?
31st মাৰ্চ, ২০২২ সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে?

a) Thirty Four চৌত্ৰিশ
b) Thirty Five পঁয়ত্ৰিশ
c) Thirty Three তেত্ৰিশ
d) Thirty Two বত্ৰিশ

Ans:- b) Thirty Five পঁয়ত্ৰিশ

14. Which of the following countries share border with Assam?
নিম্নলিখিত দেশ সমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে?

a) China চীন
b) Nepal নেপাল
c) Myanmar ম্যানমাৰ
d) Bhutan ভূটান

Ans:- d) Bhutan ভূটান

15. Amongst the following bridges, which one is at the Easternmost place?
নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত?

a) Naranarayan Setu নৰনাৰায়ণ সেতু
b) Saraighat Bridge শৰাইঘাট দলং
c) Bhupen Hazarika Setu ভূপেন হাজৰিকা সেতু
d) Koliabhomora Setu কলিয়া ভোমোৰা সেতু

Ans:- c) Bhupen Hazarika Setu ভূপেন হাজৰিকা সেতু

16. Which of the following river is in the Barak Valley?
নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত?

a) Dikrong ডিক্ৰং
b) Kushiyara কুশীয়াৰা
c) Boginadi বগীনদী
d) Bharalu ভৰলু

Ans:- b) Kushiyara কুশীয়াৰা

17. What is the State Tree of Assam?
অসমৰ ৰাজ্যিক বৃক্ষ কি?

a) Hollong হোলোং
b) Teak চেগুন
c) Saal শাল
d) Peepal আঁহত

Ans:- a) Hollong হোলোং

18. Poa Mecca and Hoygriv Madhab Temple is at which place of Assam?
অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত?

a) Sibsagar শিৱসাগৰ
b) Tezpur তেজপুৰ
c) Dumunichowki দুমুনীচকী
d) Hajo হাজো

Ans:- d) Hajo হাজো

19. Name the tea research institute at Jorhat.
যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম:

a) Tarai তৰাই
b) Tocklai টোকলাই
c) Tamoi তামৈ
d) Tingrai টিংৰাই

Ans:- b) Tocklai টোকলাই

20. Name the first talkie in Assamese.
প্ৰথম অসমীয়া কথাছবি হৈছে:

a) Bhaiti ভাইটি
b) Baruar Sansaar বৰুৱাৰ সংসাৰ
c) Joymoti জয়মতী
d) Indramalati ইন্দ্ৰমালতী

Ans:- c) Joymoti জয়মতী

Post a Comment

Previous Post Next Post