চন্দ্ৰযান ৩ ৰ বিষয়ে কিছু কথা

চন্দ্ৰযান ৩ ৰ বিষয়ে কিছু কথা



★ চন্দ্ৰযান ৩ নিৰ্মাণ কৰিছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। (Indian Space Research Organization)

★ চন্দ্ৰযান ৩ উৎক্ষেপণ কৰা হৈছিল ১৪ জুলাই, ২০২৩ চনত দিনৰ ২:৩৫ বজাত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা (অন্ধ্ৰ প্ৰদেশ)।

★ চন্দ্ৰযান ৩ য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত ২৩ আগষ্ট, ২০২৩ চনত সন্ধিয়া ৬:০৪ বজাত অৱতৰণ কৰে।

★ চন্দ্ৰযান ৩ ৰ ৰকেটখনৰ নাম LVM3 M4, লেণ্ডাৰখনৰ নাম - বিক্ৰম আৰু ৰভাৰখনৰ নাম - প্ৰজ্ঞান।

★ চন্দ্ৰযান ৩ ৰ মূল ৰকেট ইঞ্জিনটোৰ নাম হ'ল - CE-20 cryogenic engine ।

★ চন্দ্ৰযান ৩ ৰ লক্ষ্য সমূহ হৈছে - ১/ চন্দ্ৰপৃষ্ঠত সুৰক্ষিত আৰু মসৃণ অৱতৰণ কৰা।
২/ চন্দ্ৰত বিচৰণ কৰি থকা ৰভাৰ প্ৰদৰ্শন কৰা।
৩/ বৈজ্ঞানিক পৰ্যবেক্ষণ কৰা। (চন্দ্ৰপৃষ্ঠত মাটি, পানী, প্ৰাকৃতিক আৰু ৰাসায়নিক মৌলৰ সন্ধান, স্থানীয় বৈজ্ঞানিক পৰ্যবেক্ষণ।)

★ চন্দ্ৰযান ৩ অভিযানৰ প্ৰকল্প সঞ্চালকজনৰ নাম - Palanivel Veeramuthuvel.

★ চন্দ্ৰযান ৩ ৰ ব্যয় ৬০০ কোটি টকা।

★ চন্দ্ৰযান ১ উৎক্ষেপণ কৰা হৈছিল ২২ অক্টোবৰ, ২০০৮ চনত SDSC SHAR, Sriharikota ৰ পৰা। চন্দ্ৰযান ২ উৎক্ষেপণ কৰা হৈছিল ২২ জুলাই, ২০১৯ চনত SDSC SHAR (Satish Dhawan Space Centre, Sriharikota)

★ চন্দ্ৰযান ৩ ৰ সৈতে জড়িত কোম্পানীসমূহ হৈছে - Larsen and Toubro (L&T), Hindustan Aeronautics, Bharat Heavy Electricals, Paras Defence and Space Technologies, Godrej Aerospace, Several Kerala Industries, Ananth Technologies, Walchandnagar Industries, Centum Electronics, MTAR Technologies, Himson Industrial Ceramic.
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব