অসমীয়া বানান লিখোঁতে সচৰাচৰ হোৱা ভুল-শুদ্ধ
ভুল | শুদ্ধ
ক্ৰিড়াংগণ → ক্ৰীড়াংগন
কহাৰ → কঁহাৰ
গোহাৰী → গোহাৰি
কাবাডী → কাবাদী
ইন্দ্ৰজিত → ইন্দ্ৰজিৎ
উপঙ → ওপঙ
কৃপণালী → কৃপণালি
কীৰ্তিত্ব → কৃতিত্ব
থাল-ঠেঙুলি → ঠাল-ঠেঙুলি
সংকত → সংকট
নবীকৰণ → নৱীকৰণ
প্ৰৱাদ → প্ৰবাদ
সফুঁৰা → সঁফুৰা
ঘাত-মাউৰা → ঘাট-মাউৰা
এফাঁকি → এফাকি
গোজৰণি → গোঁজৰণি
ছফ → চফ
টেকেলী → টেকেলি
নিয়মানুবৰ্তিতা → নিয়মানুৱৰ্তিতা
প্ৰস্ৰাৱগাৰ → প্ৰস্ৰাৱাগাৰ
তাছিল্য → তাচ্ছিল্য
টঙালী → টঙালি
গ্ৰন্থী → গ্ৰন্থি
ঘুৰণীয়া → ঘূৰণীয়া
নিসংকোচ → নিঃসংকোচ
বগৰি → বগৰী
মছলা → মচলা
তৎকালিন → তৎকালীন
ছদ্মৱেশ → ছদ্মবেশ
থুলন্তৰ → থূলন্তৰ
প্ৰাপ্তবয়ষ্ক → প্ৰাপ্তবয়স্ক
ভৱিষ্যত → ভৱিষ্যৎ
প্ৰৱনতা → প্ৰৱণতা
মণিকুট → মণিকূট
ৰিপৰ্টাৰ → ৰিপ'ৰ্টাৰ
সংগৃহিত → সংগৃহীত
গেঠেলা → গেঁঠেলা
মনোবাঞ্চা → মনোবাঞ্ছা
পুৰ্বাহ্ন → পূৰ্বাহ্ন
জেঠি → জেঠী
কাৰিকৰি → কাৰিকৰী
আৰ্শীবাদ → আশীৰ্বাদ
গ্ৰামীন → গ্ৰামীণ
চুবুৰিয়া → চুবুৰীয়া
তিঁয়হ → তিয়ঁহ
দৰিদ্ৰ্য → দৰিদ্ৰ
চিত্ৰাংকন → চিত্ৰাংকণ
থুতৰি → থুঁতৰি
মৰিচিকা → মৰীচিকা
সহিঞ্চু → সহিষ্ণু
পিয়াঁজ → পিঁয়াজ
গৃহিনী → গৃহিণী
তৈলমদন → তৈলমৰ্দন
নিবিৰ → নিবিড়
ফেহুজালি → ফেঁহুজালি
মাছুল → মাচুল
তৎক্ষণাত → তৎক্ষণাৎ
প্ৰসুতি → প্ৰসূতি
মূল্যাংকণ → মূল্যাংকন
ৰপ্তানী → ৰপ্তানি
ফেৰেঙণি → ফেৰেঙনি
চুবুৰী → চুবুৰি
কঠাল → কঁঠাল
ছাদা → চাদা
কৰায়ত্ত্ব → কৰায়ত্ত
নিগাজী → নিগাজি
ককাল → কঁকাল
তিলনি → তিলনী
বছেৰেকীয়া → বছৰেকীয়া
মিথৈ → মিঠৈ
সেন্দুৰ → সেন্দূৰ
বৰঙণি → বৰঙনি
চুণ → চূণ
দিকদাৰ → দিগদাৰ
পুজাৰী → পূজাৰী
বিপ্লব → বিপ্লৱ
মেধাবী → মেধাৱী
ৰোৱণী → ৰোৱনী
বন্তী → বন্তি
নিৰৱ → নীৰৱ
ধূতি → ধুতী
তুলসি → তুলসী
চৰকাৰি → চৰকাৰী
গুড় → গুৰ
উপকাৰীতা → উপকাৰিতা
Tags:
জানিবলগীয়া কিছু কথা