অসমীয়া বানান লিখোঁতে সচৰাচৰ হোৱা ভুল-শুদ্ধ

 অসমীয়া বানান লিখোঁতে সচৰাচৰ হোৱা ভুল-শুদ্ধ



ভুল  |  শুদ্ধ

ক্ৰিড়াংগণ → ক্ৰীড়াংগন

কহাৰ → কঁহাৰ

গোহাৰী → গোহাৰি

কাবাডী → কাবাদী

ইন্দ্ৰজিত → ইন্দ্ৰজিৎ

উপঙ → ওপঙ

কৃপণালী → কৃপণালি

কীৰ্তিত্ব → কৃতিত্ব

থাল-ঠেঙুলি → ঠাল-ঠেঙুলি

সংকত → সংকট

নবীকৰণ → নৱীকৰণ

প্ৰৱাদ → প্ৰবাদ

সফুঁৰা → সঁফুৰা

ঘাত-মাউৰা → ঘাট-মাউৰা

এফাঁকি → এফাকি

গোজৰণি → গোঁজৰণি

ছফ → চফ

টেকেলী → টেকেলি

নিয়মানুবৰ্তিতা → নিয়মানুৱৰ্তিতা

প্ৰস্ৰাৱগাৰ → প্ৰস্ৰাৱাগাৰ

তাছিল্য → তাচ্ছিল্য

টঙালী → টঙালি

গ্ৰন্থী → গ্ৰন্থি

ঘুৰণীয়া → ঘূৰণীয়া

নিসংকোচ → নিঃসংকোচ

বগৰি → বগৰী

মছলা → মচলা

তৎকালিন → তৎকালীন

ছদ্মৱেশ → ছদ্মবেশ

থুলন্তৰ → থূলন্তৰ

প্ৰাপ্তবয়ষ্ক → প্ৰাপ্তবয়স্ক

ভৱিষ্যত → ভৱিষ্যৎ 

প্ৰৱনতা → প্ৰৱণতা

মণিকুট → মণিকূট

ৰিপৰ্টাৰ → ৰিপ'ৰ্টাৰ

সংগৃহিত → সংগৃহীত

গেঠেলা → গেঁঠেলা

মনোবাঞ্চা → মনোবাঞ্ছা

পুৰ্বাহ্ন → পূৰ্বাহ্ন

 জেঠি → জেঠী

কাৰিকৰি → কাৰিকৰী

আৰ্শীবাদ → আশীৰ্বাদ

গ্ৰামীন → গ্ৰামীণ

চুবুৰিয়া → চুবুৰীয়া

তিঁয়হ → তিয়ঁহ

দৰিদ্ৰ্য → দৰিদ্ৰ

চিত্ৰাংকন → চিত্ৰাংকণ

থুতৰি → থুঁতৰি

মৰিচিকা → মৰীচিকা

সহিঞ্চু → সহিষ্ণু

পিয়াঁজ → পিঁয়াজ

গৃহিনী → গৃহিণী

তৈলমদন → তৈলমৰ্দন

নিবিৰ → নিবিড়

ফেহুজালি → ফেঁহুজালি

মাছুল → মাচুল

তৎক্ষণাত → তৎক্ষণাৎ

প্ৰসুতি → প্ৰসূতি

মূল্যাংকণ → মূল্যাংকন

ৰপ্তানী → ৰপ্তানি

ফেৰেঙণি → ফেৰেঙনি

চুবুৰী → চুবুৰি

কঠাল → কঁঠাল

ছাদা → চাদা

কৰায়ত্ত্ব → কৰায়ত্ত

নিগাজী → নিগাজি

ককাল → কঁকাল

তিলনি → তিলনী

বছেৰেকীয়া → বছৰেকীয়া

মিথৈ → মিঠৈ

সেন্দুৰ → সেন্দূৰ

বৰঙণি → বৰঙনি

চুণ → চূণ

দিকদাৰ → দিগদাৰ

পুজাৰী → পূজাৰী

বিপ্লব → বিপ্লৱ

মেধাবী → মেধাৱী

ৰোৱণী → ৰোৱনী

বন্তী → বন্তি

নিৰৱ → নীৰৱ

ধূতি → ধুতী

তুলসি → তুলসী

চৰকাৰি → চৰকাৰী

গুড় → গুৰ

উপকাৰীতা → উপকাৰিতা



Post a Comment

Previous Post Next Post