আধাৰ কাৰ্ডৰ নাম কেনেকৈ সলনি কৰিব? Aadhaar card Name Change Process in Assamese

Aadhaar card Name Change Process in Assamese আধাৰ কাৰ্ডৰ নাম কেনেকৈ সলনি কৰিব

 Aadhaar card Name Change Process in Assamese আধাৰ কাৰ্ডৰ নাম কেনেকৈ সলনি কৰিব ?

   নমস্কাৰ বন্ধু-বান্ধৱী সকল, আপোনালোক সকলোকে puhorbisarijau.in ব্লগলৈ স্বাগতম জনালোঁ। আজি মই আধাৰ কাৰ্ডৰ নাম কেনেকৈ সলনি কৰিব পাৰি সেই বিষয়ে উল্লেখ কৰিবলৈ লৈছোঁ, এই লিখনিৰ জৰিয়তে আপোনালোক উপকৃত হব বুলি মোৰ বিশ্বাস।

Step 1 -

আধাৰ কাৰ্ডৰ নাম সলনি কৰিবলৈ প্ৰথমে আপুনি মোবাইল বা লেপটপ/কম্পিউটাৰত ইণ্টাৰনেট ব্ৰাউজাৰ খুলি লব। ইণ্টাৰনেট ব্ৰাউজাৰত চাৰ্চ কৰিব aadhaar name change online বা https://myaadhaar.uidai.gov.in/ এই URL ৰ লিংকত ক্লিক কৰিব। লিংকত ক্লিক কৰাৰ পিছত Welcome to myAadhaar ৰ পেজ খোল খাব আৰু তাত থকা Login option ত ক্লিক কৰিব। Login with Aadhaar and OTP বুলি লিখা থাকিব।



 

Step 2 -

 Login option ত ক্লিক কৰাৰ পিছত এখন নতুন পেজ খোল খাব, ইয়াত Enter Aadhaar ত আপোনাৰ Aadhaar Card ৰ নম্বৰ দিব আৰু Enter Above Captcha ত ওপৰত ওলাই থকা ইংৰাজী বৰ্ণ কেইটা লিখি Send OTP Option ত ক্লিক কৰিব। Send OTP Option ত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত সংলগ্ন হৈ থকা মোবাইল নম্বৰলৈ OTP যাব, সেই OTP → Enter OTP ত লিখি Login Option ত ক্লিক কৰিব।



Step 3 -

 Login Option ত ক্লিক কৰাৰ পিছত এখন নতুন পেজ খোল খাব। নতুন পেজত Services বুলি ওলাব, তাত Download Aadhaar, Order Aadhaar PVC Card, Update Aadhaar Online, Bank Linking Status, Generate Virtual ID, Lock/Unlock Biometrics, Lock/Unlock Aadhaar, Offline eKYC আদি Options ওলাব, তাত থকা Update Aadhaar Online Option ত ক্লিক কৰিব আধাৰ কাৰ্ডৰ নাম সলনি কৰিবলৈ।



Step 4 -

 Update Aadhaar Online ক্লিক কৰাৰ পিছত নতুন পেজত How it works? ওলাব, সেই সমূহ পঢ়ি Proceed to Update Aadhaar option ত ক্লিক কৰিব।



Step 5 -

 Proceed to Update Aadhaar Option ত ক্লিক কৰাৰ পিছত নতুন পেজত Select any of the following Aadhaar data field (s) to update ওলাব, তাত আপুনি নাম সলনি কৰিবলৈ Name Option ত ক্লিক কৰি Proceed to Update Aadhaar option ত ক্লিক কৰিব। (এখন আধাৰ কাৰ্ডত নাম দুবাৰ সংশোধন কৰিব পাৰি, জন্মৰ তাৰিখ এবাৰ সংশোধন কৰিব পাৰি, লিংগ এবাৰ সংশোধন কৰিব পাৰি, ঠিকনা সংশোধন কৰাৰ কোনো সীমা বৰ্তমান নাই)।



Step 6 -

 Proceed to update Aadhaar option ত ক্লিক কৰাৰ পিছত নতুন পেজত Current Details ত পুৰণি নাম ওলাব/ Current Name ত, Current Name ৰ ঠিক তলত Details to be updated ত New Name option ওলাব, New Name ত নাম লিখি তললৈ থকা Manual Upload ত ক্লিক কৰি Select valid supporting document type options ত থকা যিকোনো এটা Option ক্লিক কৰি তললৈ থকা View Details & Upload Document ত ক্লিক কৰিব। View Details & Upload Document ত ক্লিক কৰাৰ পিছত ওলাব Please upload a valid document to process your request তললৈ থকা Continue to upload বুটামত ক্লিক কৰি আপোনাৰ Device ৰ পৰা ফটো বাচনি কৰি Open কৰিব। 100% Upload হলে Next option ত ক্লিক কৰিব। (উদাহৰণ স্বৰূপে যদি আপুনি Select valid supporting document type ত Pan Card বাচনি কৰিছিল তেন্তে View Details & Upload Document ত আপোনাৰ Pan Card ৰ ফটো আপলোড কৰিব লাগিব।)






( Select valid supporting document type ত থকা options সমূহ হল - Aadhaar Letter, Arms License, Bank Atm card with photo, Bank passbook, Bhamashah card, certificate of DOB from state/central govt authority, Certificate of Identify from Epfo, Certificate of Identity from Educational Institute, Citizenship certificate with photo, Credit card with photo, Deptt of post issued Address card, Driving License, Extract of school Records, Freedom Fighter photo card, Gazette Name change Notification, Gazette Notification, Identify card by Government Deptts, Kisan photo passbook, Legal name change certificate, Marriage affidavit, Marriage Certificate, Nrc call letter, Nrega Card, National population Register Letter, Pan Card, Passport, Pension Card, Pensioner photo card, Permanent Resident photo Certificate, Photo ID Card Issued By Educational Institute, Photo ID Issued By psus, Photo Identity Card by Educational Institute, Rashtriya Swasthya Bima Yojana Card, Slc/Tc with photo, St/Sc/Obc Certificate with photo, School Identity Card, Voter ID Card ইত্যাদি।)

Step 7 -

 Next ক্লিক কৰা পিছত Preview ওলাব, তাত Updated Data Fields - New Name ওলাব। তললৈ থকা √ Allow UIDAI to Correct any transliteration related inaccuracy which may have occurred. ত ক্লিক কৰিব আৰু √ I hereby confirm that I have read the instructions carefully and the information provided by me to the UIDAI is true and correct ত ক্লিক কৰি Next বুটামত ক্লিক কৰিব।



Step 8 -

 Payment ৰ পেজ ওলাব, Dear Resident, You will be charged RS 50.00 to process the online update request. তললৈ থকা I hereby confirm that I have read and understood the Payments / Cancellation / Refunds Process ত ক্লিক কৰি Make Payment বুটামত ক্লিক কৰিব।



Step 9 -

 Make Payment ত ক্লিক কৰা পিছত Choose a payment option - Total payable Amount ₹50 ওলাব। এই পেজত ওলোৱা Payment Options সমূহৰ ভিতৰত Cards (Credit/Debit), Wallet, Net Banking, Paytm ৰ যিকোনো এটা বাছি লব পাৰিব। মই PhonePe ত কৰি দেখুৱাইছো - Wallet Option ত ক্লিক কৰি PhonePe/BHIM UPI ত ক্লিক কৰি PROCEED বুটামত ক্লিক কৰিব। PROCEED বুটামত ক্লিক কৰা পিছত ওলাব Please wait, Processing your request, তাৰ পিছত ওলাব Login to PhonePe - Enter your phone number - SEND OTP TO LOGIN, Scan & Pay via PhonePe App - PhonePe QR - SHOW QR CODE আৰু Pay Using BHIM UPI । PhonePe QR ৰ SHOW QR CODE ত ক্লিক কৰিলে PhonePe Scan with PhonePe App and Pay with UPI, Cards & Wallets ওলাব, তলত থকা QR CODE খিনি SCAN কৰিব PhonePe App ৰ যোগেদি আৰু ৫০ টকা Pay কৰিব আৰু অলপ সময় অপেক্ষা কৰিব। Payment Gateway ৰ বাবে অলপ সময় ৰব লাগে, স্ক্ৰীনত Your Payment has been Processed but transaction is not yet complete - Please do not hit refresh or back button or close this window ওলাব আৰু অলপ সময়ৰ পিছতে নতুন পেজ খোল খাব, তাত Estimated Time ওলাব আৰু Please wait while we complete the transaction and generate the acknowledge slip বুলি ওলাব, অলপ সময়ৰ পিছত Payment Page ত Transaction Status - Success বুলি ওলাব, Payment Date & Time, Amount আদি উল্লেখ থাকিব আৰু আধাৰ কাৰ্ডৰ নাম সলনি কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হব। আধাৰ কাৰ্ডৰ নাম সলনি হোৱাৰ প্ৰক্ৰিয়াৰ বাবে ১০-১১ দিন সময় লয় আৰু ১০-১১ দিনৰ পিছত আধাৰ কাৰ্ড Download কৰি লব পাৰিব। ধন্যবাদ।










ইয়াত ভিডিঅ'ত চাব পাৰে:-

Post a Comment

Previous Post Next Post