মিউজিক থেৰাপিত ডঃ ভূপেন হাজৰিকাৰ গীত

 

ডঃ ভূপেন হাজৰিকাৰ কেইটামান গীতেৰে কৰা চিকিৎসাৰ প্ৰভাৱ উল্লেখ কৰা হ'ল:-

(এই মিউজিক থেৰাপিত ডঃ ভূপেন হাজৰিকাৰ গীতৰ সম্পৰ্কে আগবঢ়াইছিল ডাঃ আলেখ্য বৰুৱাই অসমীয়া প্ৰতিদিন কাকতৰ স্বাস্থ্য নিদান শিতানত / তাৰিখ - ২৪ আগষ্ট, ২০১১ চন)


আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰা ডঃ ভূপেন হাজৰিকাৰ গীত সমূহ হ'ল:- 


১/ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ কাম্য কি কোৱা
২/ মানুহে মানুহৰ বাবে
৩/ মই এটি যাযাৱৰ
৪/ ভাং শিল ভাং, ভাং ভাং শিল ভাঙোতা
৫/ আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান
৬/ আহ আহ ওলাই আহ হাজাৰ জনতা
৭/ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও

উৎকণ্ঠা, উদ্বেগ আৰু হৃদৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰা ডঃ ভূপেন হাজৰিকাৰ গীত সমূহ হ'ল:- 


১/ মানুহে মানুহৰ বাবে
২/ আকাশীগংগা বিচৰা নাই নাই বিচৰা স্বৰ্ণ অলংকাৰ
৩/ জোনাকৰে ৰাতি
৪/ অ' বিদেশী বন্ধু

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰা ডঃ ভূপেন হাজৰিকাৰ গীত সমূহ হ'ল:-


১/ সোঁৱৰণী কুঁৱলীয়ে চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰেখা নাই
২/ তোমাৰ উশাহ কঁহুৱা কোমল শেৱালি কোমল হাঁহি
৩/ জোনাকৰে ৰাতি
৪/ অ' বিদেশী বন্ধু
৫/ কঁহুৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা সাৱটি
৬/ অ' হৰি এইখন স্বজিলা কিনো শান্তি নিকেতন, বাল্মিকী বহি আছে যেন হিমাচল
৭/ আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ

নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰা ডঃ ভূপেন হাজৰিকাৰ গীত সমূহ হ'ল:- 


১/ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ কাম্য কি কোৱা
২/ পক্ষীৰাজ ঘোঁৰা
৩/ আমি অসমীয়া নহওঁ দুখীয়া
৪/ গৌৰীপুৰীয়া গাভৰু দেখিলো
৫/ আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান
৬/ আহ আহ ওলাই আহ হাজাৰ জনতা
৭/ মোৰ নতুন পুৰুষ

শৰীৰৰ বিশ্ৰাম-শিথিলতা অনা আৰু উৎকণ্ঠা হ্ৰাস কৰাত সহায় কৰা ডঃ ভূপেন হাজৰিকাৰ গীত সমূহ হ'ল:- 


১/ পলাশৰে ৰং কোনেনো সানিলে অস্ত আকাশৰে সপোন ৰহণ সানি
২/ শ্বিলঙৰে গধূলি
৩/ অ' বিদেশী বন্ধু
৪/ কলিৰ কৃষ্ণ বুলি নোজোকাবা মোক, ময়টো তোমাক আজি মতা নাই ৰাধা বুলি
৫/ এটুকুৰা আলসুৱা মেঘ ভাহি যায়, মই আছোঁ শাৰদীয় খিৰিকীৰ মুখত
৬/ তোমাৰ উশাহ কঁহুৱা কোমল শেৱালি কোমল হাঁহি
৭/ স্নেহে আমাৰ শত শ্ৰাৱণৰ, ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে
৮/ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ
৯/ ব'হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব'হাগ এটি মাহ
১০/ গোদাৱৰী নৈৰে পাৰৰে পৰা
১১/ অ' মোৰ ধৰিত্ৰী আই
১২/ সাগৰ সংগ্ৰামত কতনা সাঁতুৰিলোঁ, তথাপিতো হোৱা নাই ক্লান্ত
১৩/ অসম দেশৰ বাগিচাৰে ছোৱালী
১৪/ নাকান্দিবা নাকান্দিবা মোৰে নতুন কইনা
১৫/ যদি জীৱনে কান্দে নাই নাই বুলি
১৬/ মই এটি যাযাৱৰ।
Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব