জানিবলগীয়া কিছু কথা ২



 ওজনৰ হিচাপ:-


১০ মিলিগ্ৰামে ১ চেণ্টিগ্ৰাম
১০ চেন্টিগ্ৰামে ১ ডেছিগ্ৰাম।
১০ ডেছিগ্ৰামে ১ গ্ৰাম।
১০ গ্ৰামে ১ ডেকাগ্ৰাম।
১০ ডেকাগ্ৰামে ১ হেক্টোগ্ৰাম।
১০ হেক্টোগ্ৰামে ১ কিলোগ্ৰাম।
১০০ কিলোগ্ৰামে ১ কুইন্টল।
১০ কুইন্টলে ১ মেট্ৰিক টন।

ওজন লিখাৰ কিছু নিয়ম:-

১ গ্ৰাম - .০০১ কিলোগ্ৰাম
২ গ্ৰাম - .০০২ কিলোগ্ৰাম
৩ গ্ৰাম - .০০৩ কিলোগ্ৰাম
৪ গ্ৰাম - .০০৪ কিলোগ্ৰাম
৫ গ্ৰাম - .০০৫ কিলোগ্ৰাম ইত্যাদি

কিলোগ্ৰাম :-

১.০০০ কিলোগ্ৰাম
২.০০০ কিলোগ্ৰাম
৩.০০০ কিলোগ্ৰাম
৪.০০০ কিলোগ্ৰাম
৫.০০০ কিলোগ্ৰাম ইত্যাদি

জুলীয়া বস্তুৰ জোখ:-


১০ মিলিলিটাৰ - ১ চেণ্টিলিটাৰ
১০ চেণ্টিলিটাৰ - ১ ডেছিলিটাৰ
১০ ডেছিলিটাৰ - ১ লিটাৰ
১০ লিটাৰ - ১ ডেকালিটাৰ
১০ ডেকালিটাৰ - ১ হেক্টোলিটাৰ
১০ হেক্টোলিটাৰ - ১ কিলোলিটাৰ
১০০ চেণ্টিলিটাৰ - ১ লিটাৰ
১০০০ লিটাৰ - ১ কিলোলিটাৰ

দৈর্ঘ্যৰ জোখ:-


১০ মিলিমিটাৰ - ১ চেণ্টিমিটাৰ
১০ চেণ্টিমিটাৰ - ১ ডেছিমিটাৰ
১০ ডেছিমিটাৰ - ১ মিটাৰ
১০ মিটাৰ - ১ ডেকামিটাৰ
১০ ডেকামিটাৰ - ১ হেক্টোমিটাৰ
১০ হেক্টোমিটাৰ - ১ কিলোমিটাৰ
১০০ চেণ্টিমিটাৰ - ১ মিটাৰ
১০০০ মিটাৰ - ১ কিলোমিটাৰ

বস্তুৰ লেখ:- 


১২ টাই ১ ডজন
১২ ডজনত ১ গ্ৰোচ

কাগজৰ হিচাপ:- 


২৫ খিলাই ১ দিস্তা
২০ দিস্তাই ১ ৰীম
১০ ৰীমত ১ বেল

গোটা বস্তুৰ হিচাপ:- 


৪ টাই ১ গণ্ডা
২০ গণ্ডাই ১ পোণ
১৬ পোণত ১ কাওণ 

পাণৰ হিচাপ:- 


২০ খিলাই ১ গুছি
১০ গুছিয়ে ১ মুঠা
২০ গুছিত ১ গোট

সময়ৰ হিচাপ:-


৬০ চেকেণ্ডত - ১ মিনিট
৬০ মিনিটত - ১ ঘণ্টা
২৪ ঘণ্টাত - ১ দিন
৭ দিনে - ১ সপ্তাহ
৩৬৫ দিনে - ১ বছৰ
১২ বছৰে - ১ যুগ
১০০ বছৰে - ১ শতাব্দী

২৪ চেকেণ্ডত - ১ পল
২৪ মিনিটত - ১ দণ্ড
৪ ঘণ্টাত - ১ পৰ
৬ পৰত - ১ দিন
৩০ দিনত - ১ মাহ
১২ মাহত - ১ বছৰ
৭ দিনে - ১ সপ্তাহ
১৫ দিনত - ১ পক্ষ
৩০ দিনত বা ২ পক্ষত - ১ মাহ
২ মাহত - ১ ঋতু
৬ মাহত - ১ অয়ন
২ অয়নত - ১ বছৰ
৫২ সপ্তাহত - ১ বছৰ
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব