হোমেন বৰগোহাঞি দেৱলৈ শ্ৰদ্ধাঞ্জলি


 অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমী বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, উপন্যাসিক, গল্পকাৰ হোমেন বৰগোহাঞি দেৱৰ দেহাৱসানৰ বাতৰিত অতিশয় মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগত অসমীয়া সাহিত্য আৰু সংবাদ জগতৰ বাবে এক অপুৰণীয় ক্ষতি। অসমৰ বৌদ্ধিক আৰু সামাজিক ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়াই যোৱা অনবদ্য অৱদানৰ বাবে তেখেত চিৰদিনলৈ জ্যোতিষ্মান হৈ থাকিব। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

হোমেন বৰগোহাঞি জন্ম হৈছিল লখিমপুৰ জিলাৰ ঢকুৱাখনাত ৭ ডিচেম্বৰ, ১৯৩২ চনত আৰু মৃত্যু হৈছিল ১২ মে, ২০২১ চনত পুৱা ৬:৫৮ মিনিটত গুৱাহাটীৰ GNRC হস্পিতালত।






হোমেন বৰগোহাঞি পত্নী নিৰুপমা বৰগোহাঞিৰ সৈতে



Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব