ASSAM COVID19 SOP DATED-12/05/2021



- দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ ঘোষণা
- দিনৰ ১ বজাৰ পৰা দোকান-পোহাৰ বন্ধ
- সাপ্তাহিক হাট-বজাৰ ১৫ দিনৰ বাবে নিষিদ্ধ
- ৰেষ্টুৰেণ্ট, হোটেল, ৰিজৰ্টত ১ বজাৰৰ পিছত বাহিৰৰ গ্ৰাহকৰ প্ৰবেশ নিষিদ্ধ
- ১৫ দিনৰ বাবে চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় বন্ধ
- সকলো শিক্ষানুষ্ঠান ১৫ দিনৰ বাবে বন্ধ ঘোষণা
- বিবাহ, ধৰ্মীয় অনুষ্ঠানত মাত্ৰ ১০জন লোকৰহে অনুমতি
- পাতিব নোৱাৰিব কোনো ধৰণৰ অভ্যৰ্থনা অনুষ্ঠান
- শেষকৃত্য অনুষ্ঠানত কেৱল ১০জন লোকৰ উপস্থিতিতহে অনুমতি
- সকলো ধমীয় স্থান ১৫ দিনৰ বাবে বন্ধ
- সকলো ৰাজহুৱা পৰিবহণত মাত্ৰ ৩০ শতাংশ যাত্ৰীৰহে অনুমতি
- মহিলা আৰু শিশুৰ বাদে দুচকীয়া বাহনত দুজন উঠা নিষিদ্ধ
- কাইলৈ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ'ব নতুন কোভিড SOP
- ই-কমাৰ্চৰ হোম ডেলিভাৰী অব্যাহত থাকিব
- পুৱা ৫-২ বজালৈ বাহনত চলাচলত যুগ্ম, অযুগ্ম নীতি প্ৰযোজ্য হ’ব
- স্বাস্থ্যজনিত কাৰণত অহা-যোৱা কৰা ব্যক্তিগত বাহনত এই নীতি নাথাকিব
- এই নতুন SOP বলৱত্ হোৱাৰ সময়ত অধিক কঠোৰ হ'ব আৰক্ষী
- সাৱধানবাণী শুনাই দিলে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই
- "অনাহকত ঘূৰি ফুৰিলে অফিচাৰকো ৰেহাই দিয়া নহ'ব'
- “গোপনে পাৰ্টি, ফাংছন পাতিলে ৰুজু হ'ব হত্যাৰ গোচৰ'
- "কোভিড ৰোগীৰ সংখ্যা ৫ শতাংশ হ’লেই হ'ব কণ্টেইনমেণ্ট জ'ন’

 যুগ্ম-অযুগ্ম পদ্ধতিত যান-বাহন চলাচলৰ ক্ষেত্ৰত ১৩ মে' বৃহস্পতিবাৰে চলিব অযুগ্ম নম্বৰৰ বাহন, ১৪ মে'ত শুক্ৰবাৰে চলিব যুগ্ম নম্বৰৰ বাহন, এনেকৈ যুগ্ম-অযুগ্ম পদ্ধতিত যান-বাহন চলাচলৰ নিৰ্দেশ।




Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব