অনলাইনত মডেল ফটো প্ৰতিযোগিতা


True Moments ৰ উদ্যোগত অনলাইনত মডেল ফটো প্ৰতিযোগিতা আয়োজন কৰা হৈছে, তাৰ বাবে ইচ্ছুক প্ৰতিযোগী সকলক ফটোসমূহ  WhatsApp নম্বৰ 8638747385, 8638789738 প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। ফটোসমূহ ফেচবুকৰ লাইক, কমেন্ট আৰু চেয়াৰৰ জৰিয়তে নিৰ্বাচন কৰি উলিওৱা হব। 


ফটো সমূহ জমা দিয়াৰ শেষ তাৰিখ ২৯ মে, ২০২০

 ফেচবুক পেজৰ প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগী সকলে যিকোনো ধৰণৰ সাজ-পোছাক পৰিধান কৰা ফটো true moments লৈ প্ৰেৰণ কৰিব পাৰিব, সকলোকে সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।

  প্ৰতিযোগিতাৰ নিয়মাৱলী :-

১. প্ৰতিযোগীসকলে True Moments ফেচবুক পেজটো লাইক আৰু Follow কৰাটো বাধ্যতামূলক।

২.প্ৰতিযোগীসকলে যিকোনো ধৰণৰ সাজপাৰ পৰিধান কৰিব পাৰিব।

৩.Selfie ফটো গ্ৰহণ কৰা নহব।

৪. বয়স ১৪ ৰ পৰা ২৬ ৰ ভিতৰত হোৱাটো প্ৰয়োজনীয়।

৫. কেৱল ছোৱালীয়েহে অংশ গ্ৰহণ কৰিব পাৰিব।

৬.বিজয়ী প্ৰতিযোগীৰ ফলাফল True Moments ফেচবুক পেজত প্ৰকাশ কৰা হব। 

Like, Comment আৰু Shareৰ ভিত্তিত বিজয়ী ঘোষণা কৰা হব -
1 Like = 1 Vote
1 Comment = 2 Vote 
1 Share = 3 Vote 
সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিলো


True Moments ৰ ফেচবুক পেজৰ লিংক - https://m.facebook.com/true.moment123/

True Moments ৰ প্ৰতিষ্ঠাতা - মাধুৰ্য্য বুঢ়াগোহাঁই
সহ-প্ৰতিষ্ঠাতা - ৰাকেশ গগৈ, ভৈৰৱ শইকীয়া
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ভাৰতৰ বাবে সুখবৰ: মুকলি হ’ল দেশৰ নিজা AI চাটবট"

Sarvam AI Indus

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব