গুগল ব্লগাৰত ফেচবুক কমেন্ট বক্স কেনেকৈ লগাব (How to add Facebook Comment Box in Google Blogger)

গুগল ব্লগাৰত ফেচবুক কমেন্ট বক্স লগাবলৈ হলে ব্লগাৰত কিছুমান Code অন্তৰ্ভুক্ত কৰিব লাগিব, গুগল ব্লগাৰত ফেচবুক কমেন্ট বক্স লগালে ফেচবুক ব্যৱহাৰকাৰীয়েও কমেন্ট কৰিবলৈ সক্ষম হব। এই সম্পৰ্কে তলত Step by step উল্লেখ কৰা হল -




গুগল ব্লগাৰত ফেচবুক কমেন্ট বক্স কেনেকৈ লগাব (How to add Facebook Comment Box in Google Blogger)


Step1 :- প্ৰথমে গুগল ব্লগাৰৰ Theme লৈ গৈ Edit HTML ত ক্লিক কৰিব।

Step2 :- তাৰ পিছত Edit HTMLCode ৰ যিকোনো এঠাইত ক্লিক কৰি Ctrl + F ক্লিক কৰিব, Search Box</body> Tag লিখি Search কৰিব।

Step3 :- </body> Tag শেষলৈ থাকিব, </body> Tag ৰ ওপৰত তলত দিয়া Code Paste কৰিব।

Code :- 
<div id="fb-root"></div>
<script>(function(d, s, id) {
var js, fjs = d.getElementsByTagName(s)[0];
if (d.getElementById(id)) return;
js = d.createElement(s); js.id = id;
js.src = "//connect.facebook.net/en_US/sdk.js#xfbml=1&amp;version=v2.3";
fjs.parentNode.insertBefore(js, fjs);
}(document, 'script', 'facebook-jssdk'));</script>




Step4 :- তাৰ পিছত Theme ত  আকৌ Ctrl + F ক্লিক কৰি  " <b:include data='post' name='post'/>" এই Tag Search কৰিব, এই Code ৰ তলত Code কিছুমান দিব লাগিব, তলত Code দিয়া হল

Code :- 
<b:if cond='data:blog.pageType == "item"'>
&lt;div
class=&quot;fb-comments&quot;
data-href=&quot;<data:post.url/>&quot;
data-width=&quot;600&quot;
data-num-posts=&quot;100&quot;&gt;
&lt;/div&gt;
</b:if>



Step5 :- এই কোড দুটা দিবলৈ কোৱা ঠাই সমূহত ঠিকমতে দি দিয়াৰ পিছত Save Theme কৰি দিব আৰু View Blog ত ক্লিক কৰি Blog Post সমূহৰ তলত Comment Section লৈ গৈ চাব পাৰিব।


Post a Comment

Previous Post Next Post