Godaddy ৰ #OpenWeStand আঁচনি দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈ

Godaddy ৰ #OpenWeStand আঁচনি দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈ

বিশ্ববিখ্যাত ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থা গডেড্ডিৰ (Godaddy) দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী সকললৈ এক আঁচনি তৈয়াৰ কৰিছে। আঁচনি #OpenWeStand কোভিড-১৯ ৰ বাবে দেশৰ অৰ্থনীতিত দেখা দিয়া দুৰ্যোগৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ী সকলক ইণ্টাৰনেটযোগে প্ৰচাৰৰ বাবে সহায় কৰিব আৰু বিভিন্ন ধৰণেৰে সহায় কৰিব। COVID-19 ৰ ফলত অৰ্থনীতিৰ শোচনীয় হোৱাৰ বাবে Godaddy ৰ এই #OpenWeStand আঁচনি ক্ষুদ্ৰ ব্যৱসায়ী সকলক সকাহ দিয়াৰ উদ্দেশ্যে আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলে তেওঁলোকৰ ব্যৱসায় ইণ্টাৰনেটৰ মাধ্যমত অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সুযোগ লাভ কৰিব। #OpenWeStand আন্দোলনত গ্ৰাহক আৰু কৰ্মচাৰী সকলো সুৰক্ষিত হৈ থাকিব, তাৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ীসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। Godaddy য়ে #OpenWeStand আঁচনিৰ বাবে এক ৱেবচাইট মুকলি কৰিছে। ৱেবচাইটৰ ঠিকনা - https://www.openwestand.org/



Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব