সমার্থক শব্দ


সমাৰ্থক শব্দ বা প্ৰতিশব্দ কাক বোলে ?

একেই অৰ্থ বুজোৱা শব্দবোৰকে সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলে।


UPSC - ২০১৪
বায়ু অনিল
বেলি সূৰ্য্য
নয়ন চকু
ধুনীয়া শুৱনি, সুন্দৰ
পৃথিৱী ধৰিত্ৰী, ধৰণী


UPSC - ২০১৬ 
উজু সহজ
চমু হ্ৰস্ব
আহুদি বিহ
সাং সামৰণি
পৃথক সুকীয়া
ওফাইদাং ডাংকোপ
ফৰকাল নিৰভ্ৰ, মেঘমুক্ত
আহুকাল অসুবিধা
দীপলিপ অতি সুন্দৰ
পৈ পতি, গিৰিয়েক

UPSC - ২০১৭
জুই অগ্নি
বিতোপন সুন্দৰ
আলহী অতিথি
ঠাণ্ডা শীতল
দুগ্ধ গাখীৰ
ভাৰ্যা পত্নী
সমীপ দাঁতিকাষৰীয়া
শুৱনি ধুনীয়া
জোন চন্দ্ৰ
ধৰণী পৃথিৱী


UPSC - ২০১৮
ধিতিঙালি মিছাই ঘূৰি ফুৰা
দেখনিয়াৰ চকু লগা, চকু জুৰোৱা
ধাউতি হেঁপাহ, স্পৃহা
নিমাখিত নিৰ্জু
পয়মাল দুৰৱস্থা, অথন্তৰ
বিয়াগোম প্ৰকাণ্ড, সুবিশাল
ভেঙুচালি ভেঁহনি
নিহালী কম্বল
সোৰোপা এলেহুৱা, ধোদ
সুৱদী মিঠা সুৰ

UPSC - ২০১৯
ফুল কুসুম, পুষ্প
ৰাতি নিশা
দিন অহ্ন
সুন্দৰ ধুনীয়া
এলেহুৱা সোৰোপা, ধোদ
দিবাকৰ বেলি, সূৰ্য্য
বৃহৎ ডাঙৰ
পৃথিৱী বসুন্ধৰা
আগ্ৰহ উৎসুকতা
মৰম স্নেহ

HSLC - ২০১৩ 
ব্যাথা বিষ, দুখ, বেদনা
কৰুণ বিষাদপূৰ্ণ, বিমৰ্ষ
হৃদয় অন্তৰ
নিৰানন্দ আনন্দহীন
কৃতজ্ঞ ধন্য

HSLC - ২০১৪
গছ বৃক্ষ
ধৰা পৃথিৱী, বসুন্ধৰা
আকাশ অভ্ৰ, গগন
অগ্নি জুই, বহ্নি
পীড়া অসুখ, ব্যাধি
পক্ষী চৰাই

HSLC - ২০১৫
চকু নয়ন, নেত্ৰ
নদী নদ, নৈ
ঘৰ গৃহ, আলয়
আকাশ গগন, অভ্ৰ
পদুম কমল, পংকজ
জুই অগ্নি, বহ্নি


HSLC - ২০১৬
আচমান আকাশ
বিটপী বৃক্ষ
হাত হস্ত
বতাহ অনিল, পৱন
জুই বহ্নি, অগ্নি
নিপুণ দক্ষ, পাৰ্গত

HSLC - ২০১৭
আকাশ গগন, অভ্ৰ
ধৱল বগা
বাৰিধী সাগৰ, সমুদ্ৰ
সমীৰ বতাহ
পক্ষী চৰাই
কামিনী সুন্দৰী, ৰূপহী

HSLC - ২০১৮ 
পদুম পংকজ, কমল
ঘাঁহ বন, তৃণ

HSLC - ২০১৯
তৰঙ্গ ঢৌ
কুসুম ফুল, পুষ্প

HSLC - ২০২০
মুখ বদন
স্বামী গিৰিয়েক, পৈ, পতি

ঘৰ গৃহ, আবাস, আলয়, ভৱন
নদী নৈ, প্ৰবাহিনী, তৰঙ্গিনী, তটিনী
পদুম পদ্ম, কমল, উৎপল,
শতদল, পংকজ
পৃথিৱী ধৰিত্ৰী, বসুমতী, মেদিনী
মেঘ জলধৰ, নীৰদ, ডাৱৰ
ৰাতি ৰজনী, নিশা, যামিনী
সূৰ্য্য দিবাকৰ, বেলি, ৰবি
বায়ু অনিল, বতাহ
চন্দ্ৰ জোন, চন্দ্ৰমা, জোনবাই
ঈশ্বৰ ভগৱান, জগদীশ, প্ৰভু,
বিধাতা, পৰমেশ্বৰ
ইচ্ছা স্পৃহা, অনুৰাগ, কামনা, অভিপ্ৰায়
কাৰ্যকৰী কৰ্মমুখী, কাৰ্যোপযোগী
প্ৰকৃত আচল, যথাৰ্থ
সাম্য সমান
আনমনা অমনোযোগী, অন্যমনস্ক
অৰ্থকৰী লাভজনক, ধন অৰ্জনকাৰী
কাপ কলম
কাকত কাগজ
নিপুণ পাকৈত
সমীপ নিকট
বিস্তৰ বহুত
সহস্ৰ হাজাৰ
সদৃশ একে
বাদ্য বাজনা
কৰ চৰণ ভৰিত ধৰা
চৰ্ম ছাল
শ্ৰুতি বেদ
বিমঙ্গল অমংগল
বান্ধব মিত্ৰ
প্ৰভাত ৰাতিপুৱা
কঠিন টান
এলেহুৱা ৰিহাকুৰীয়া
ডাঙৰ বৰ
চেষ্টা প্ৰয়াস
লগৰীয়া বন্ধু
লক্ষ্য উদ্দেশ্য
নিৰৱচ্ছিন্ন অহৰহ নিৰন্তৰ
হাবিয়াস আনন্দ
সপোন স্বপ্ন
জোন চন্দ্ৰ
ঘৰ আবাস
চৰা অধিক
দাহ শোক
উভতি উলটি
তৰু বৃক্ষ, গছ, উদ্ভিদ
মুক্তি মোক্ষ, নিৰ্বাণ, মুকলি
সুমধুৰ মধুৰত্ব, ঘুমিষ্ট
অভিমান পৰিক্ৰমা, অনুসন্ধান
ধ্যানী মনস্বী, ধ্যাতা, কৃতধী
চিন্তো স্মৰণ কৰোঁ, ভাবোঁ
ঘাট বন্দৰ
পিৰীতি প্ৰেম, প্ৰীতি
আচমান আকাশ
দৰিয়া নদী
পিয়াহ তৃষ্ণা
বাট ৰাস্তা, পথ
ভেল দেহ, শৰীৰ
গহ্বৰ গাঁত
শ্মশান মৰিশালি
অশ্ব ঘোঁৰা
অণ্বেষণ বিচৰা
বিদ্বান জ্ঞানী
দিগ্বিজয় জয়, বিজয়
পক্ক পকা
বস্ত্ৰ কাপোৰ
ঋণ ধাৰ
ঘিউ ঘৃত
গান গীত
বৰঙণি অৰিহণা, দান
চহকী ধনী
মহিলা নাৰী
ৰোগ পীড়া, ব্যাধি
জীৱিকা বৃত্তি
টকা অৰ্থ, ধন
ধ্বনি শব্দ
গ্ৰীষ্ম গৰম
বাৰিধি সাগৰ
বিদ্ৰূপ বিৰুদ্ধ
হৰ্ষ পুলক, আনন্দ


HSLC 2021

ঐশ্বৰ্য - বিভূতি, ধন, সম্পত্তি
চৰাই - পক্ষী, বিহগ

HSLC 2023

নতুন - নবীন, নৱ
উছৰ্গা - নিৱেদন, তৰ্পন
হাট - বজাৰ
হাত - পাণি, হস্ত
ঘিউ - ঘৃত, ঘী, অমৃত

HSLC 2024

নবীন – নতুন
বিপদ – সংকট
কটকী – দূত

HSLC 2025

এন্ধাৰ - অন্ধকাৰ
তনয় - পুত্র
স্বামী - পতি


লগতে চাওক - বিপৰীত শব্দ

24 Comments



  1. Good Article. I was searching on net for this type of post....Assamese Baby Names

    ReplyDelete
    Replies
    1. ৰজা,কপাল,কৰুণা,উৰ্ছগা?

      Delete
    2. ৰজা - অধিপতি, নৰপতি
      কপাল - ভাগ্য, বিধি, নিয়তি
      কৰুণা - কৃপা, অনুগ্ৰহ, দয়া
      উছৰ্গা - সমপৰ্ণ, অৰ্পণ

      Delete
  2. Replies
    1. দৰিয়া, বাট, ভেল, পিয়াহ

      Delete
    2. দৰিয়া - সাগৰ , নদী
      বাট - ৰাস্তা
      ভেল - মৃতদেহ
      পিয়াহ - তৃষ্ণা

      Delete
  3. গাওঁৰ সমাৰ্থক শব্দ কি হব

    ReplyDelete
  4. ৰূপহী কি হব

    ReplyDelete
    Replies
    1. ৰূপহী → সুন্দৰী, কামিনী

      Delete
  5. গুৰুগম্ভীৰ কি হব

    ReplyDelete
  6. ধণী কিতাপ পদুম কি হ'ব

    ReplyDelete
    Replies
    1. ধনী - ধনাঢ্য, আঢ্যৱন্ত
      কিতাপ - গ্ৰন্থ, পুথি
      পদুম - কমল, পংকজ

      Delete
  7. Khetiyok ki hobo

    ReplyDelete
  8. পোহৰ শব্দৰ অৰ্থ কি





    ReplyDelete
    Replies
    1. পোহৰ শব্দৰ অৰ্থ কি

      Delete
    2. শক্তিৰ এটা ৰূপ, যি বস্তু দৃশ্যমান কৰে

      মানুহৰ চকুৰ বাবে সংবেদনশীল বিদ্যুত চুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশক পোহৰ বা দৃশ্যমান পোহৰ বা আলোক (ইংৰাজী: Light) বোলা হয়।

      পোহৰৰ সমাৰ্থক শব্দ — কিৰণ, বন্তি, দীপ্তি, জেউতি

      Delete
    3. এন্ধাৰ

      Delete
    4. এন্ধাৰ - আন্ধাৰ, অন্ধকাৰ

      Delete
Post a Comment
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব