অসম কুইজ (প্ৰথম খণ্ড)

assam quiz
অসম কুইজ (প্ৰথম খণ্ড)

1. উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?




... Answer is B)
যোৰহাট


2. অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?




... Answer is C)
বসন্ত দাস


3. অসমৰ জাতীয় প্ৰতীক কি?




... Answer is A)
এশিঙীয়া গঁড়


4. অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোন খন ঠাইক কোৱা হয়?




... Answer is D)
চাবুৱা


5. লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?




... Answer is A)
১৪ জন


6. অসমৰ কোন খন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?




... Answer is D)
তেজপুৰ


7. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?




... Answer is A)
পাৰ্বতী কুমাৰ গোস্বামী


8. কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?




... Answer is C)
১৮৮২ চন


9. অসমত সাৰ কাৰখানা ক’ত আছে?




... Answer is D)
নামৰুপ


10. কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোন খন ঠাই প্ৰসিদ্ধ?




... Answer is A)
সৰ্থেবাৰী




11. প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?




... Answer is B)
১৬৯৪ চন


12. পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?




... Answer is A)
ধুবুৰী


13. অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল?




... Answer is B)
মহানন্দ দাস


14. অসমৰ মুঠ মাটিকালি কিমান?




... Answer is A)
৭৮,৪৩৮ বৰ্গ কি:মি:


15. বিল্বেশ্বৰ দেৱালয় অসমৰ কোন খন ঠাইত অৱস্থিত?




... Answer is B)
বেলশৰ (নলবাৰী)


16. অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে?




... Answer is B)
গোলাঘাট জিলা


17. কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?




... Answer is D)
১৯২১ চন


18. কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?




... Answer is B)
শুৱালকুচি


19. অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?




... Answer is A)
১২৬ খন


20. কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?




... Answer is D)
যতীন্দ্ৰ নাথ দুৱৰা




21. ৰংঘৰ কোনে সাজিছিল?




... Answer is B)
প্ৰমত্ত সিংহ


22. সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানী জন কোন?




... Answer is A)
ৰাঘব চন্দ্ৰ ডেকা


23. শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?




... Answer is C)
১৭৬৫ চন


24. কোনজন অসমীয়া ব্যক্তিক ‘লোকপ্ৰিয়’ নামেৰে জনা যায় ?




... Answer is C)
গোপীনাথ বৰদলৈ


25. ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?




... Answer is D)
১৭৫২ চন

7 Comments

Previous Post Next Post