সুৰক্ষা ষ্টৰ কি ? Suraksha Store



সুৰক্ষা ষ্টৰ কি ?

বৰ্তমান পৃথিৱীব্যাপি দেখা দিয়া ভয়ংকৰ কৰ'ণা ভাইৰাছ ৰোধৰ বাবে ভাৰত চৰকাৰে বীজানুমুক্ত আৰু সুৰক্ষিত ভাবে হাতত লোৱা এক প্ৰচেষ্টা সুৰক্ষা ষ্টৰ (Suraksha Store) । সুৰক্ষা ষ্টৰ ভাৰত চৰকাৰে ২০ লাখ খোলাৰ কথা চিন্তা কৰিছে, সুৰক্ষা ষ্টৰ খোলাৰ ফলত সুৰক্ষাৰ দিশবোৰলৈ চাই কৰ'ণা ভাইৰাছ ৰোধৰ ক্ষেত্ৰত সফল হব বুলি ধাৰণা কৰিব পাৰি। সুৰক্ষা ষ্টৰৰ ফলত ভাৰতৰ অৰ্থনীতি কিছুপৰিমাণে হলেও সুস্থ হব। সুৰক্ষা ষ্টৰ খোলা হৈছে ৰাইজৰ দৈনন্দিন জীৱনত অপৰিহাৰ্য সামগ্ৰী সমূহ সুৰক্ষাৰ মাজেৰে ক্ৰয় কৰিব পাৰে। 


সুৰক্ষা ষ্টৰৰ (Suraksha Store) স্বাস্থ্য আৰু সুৰক্ষাৰ নীতি-নিয়ম সমূহ হ'ল -


১/ ১.৫ মিটাৰ সামাজিক দূৰত্বত দোকান আৰু কাউন্টাৰ থকাটো বাঞ্চনীয়।


২/ গ্ৰাহক দোকানত সোমোৱাৰ আগতে Hand wash আৰু Senitizer ব্যৱহাৰ কৰিব লাগিব।


৩/ দোকানৰ সকলো কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰাটো বাঞ্চনীয় আৰু বেছিকৈ স্পৰ্শ কৰা ঠাই সমূহ Senitize কৰাটো বাধ্যতামূলক।


অধিক তথ্যৰ বাবে চাওক - https://www.surakshastore.com/

Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব