অনলাইন সংগীত প্ৰতিযোগিতা সুৰৰ কানন ২০২০

অনলাইন সংগীত প্ৰতিযোগিতা সুৰৰ কানন ২০২০ / Image Source - WhatsApp

EVolution7 presents

সুৰৰ কানন ২০২০

Online Singing Competition 

From 18th - 30th April 

নিয়মাৱলী সমূহ :-

অনলাইন সংগীত প্ৰতিযোগিতা

১/ প্ৰতিযোগীসকলে জয়ন্ত হাজৰিকা দেৱৰ দ্বাৰা ৰচিত, সুৰাৰোপিত নাইবা তেখেতে কণ্ঠ নিগৰুৱা যিকোনো এটি গীত WhatsApp যোগে পঠিয়াব লাগিব।

২/ প্ৰতিযোগীসকলে সম্পূৰ্ণ গীতটো কোনোধৰণৰ সম্পাদনা নকৰাকৈ ভিডিঅ' ৰূপত আমালৈ পঠিয়াব।

৩/ প্ৰতিযোগীৰ ক্ষেত্ৰত বয়সৰ কোনো নিৰ্ধাৰিত সীমা নাথাকে।

৪/ বাদ্যযন্ত্ৰৰ লগত গোৱাটো বাধ্যতামূলক নহয় যদিও ইচ্ছুকসকলে যিকোনো বাদ্যযন্ত্ৰৰ সহায় ল'ব পাৰিব (কিন্তু TRACK ব্যৱহাৰ কৰিব নোৱাৰিব)

৫/ ৩০ এপ্ৰিলৰ পাছত পঠিওৱা গীত গ্ৰহণ কৰা নহ'ব।

৬/ প্ৰতিযোগীয়ে গীতটোৰ লগত তেখেতৰ নাম, ঠিকনা আৰু বয়স পঠিয়াব লাগিব।

৭/ বিচাৰকৰ সিদ্ধান্ত তথা আমি আমাৰ পেজত (Evolution7) দিয়া আপোনাৰ ভিডিঅ'ৰ SHARE ৰ ওপৰত ভিত্তি কৰি বিজয়ী নিৰ্বাচন কৰা হ'ব।

নিৰ্বাচিত দুজন প্ৰতিযোগীক প্ৰমাণপত্ৰৰ লগতে ধনৰাশি প্ৰদান কৰা হ'ব।

আৰু 

দুয়োগৰাকী প্ৰতিযোগীকে WINTER MUSICAL শীৰ্ষক অনুষ্ঠানত গীত পৰিবেশনৰ সুযোগ দিয়া হ'ব।

Send Your Singing Videos

9101636310

7002208099

7086425391

1 Comments

Post a Comment
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব