হয়! এইয়াইতো শীত



বৰণহীন বতাহৰ বুকুত
এচমকা হিমসিক্ত নিয়ৰৰ দলিচা
সূৰ্য্যাদয়ৰ ৰঙা বেলিৰ পৰশত
শুভ্ৰ চামনিৰ মাজেৰে
জাতিস্মান ধৰা ।
লঠঙা গছ বন লতাৰো
নিৰ্দিষ্ট পৰিসৰলৈ
অনা অংকুৰিত বিদ্ৰোহ ঘোষণা
মাথোঁ টুপ টুপ জলকণাৰ
পৰশত উজ্বীবিত
একো একোটা তেজাল বেৰা
হয়! এইয়াইটো শীতৰ অৱস্থিতি ।।
হয়! এইয়াইটো শীতৰ পৰিণতি ।।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব