আমিষ এখন কস্মিন আৰু অদ্বিতীয় চিনেমা


"#আমিষ" - এখন কস্মিন আৰু অদ্বিতীয় চিনেমা । (দৰ্শকৰ দৃষ্টিৰে এক পৰ্য্যালোচনা)
#AAMIS ASSAMESE MOVIE




পেটৰ ভোক নিবাৰণৰ বাবে যেনেকৈ খাদ্যৰ অতি প্ৰয়োজন, ঠিক সেইদৰে এখন ভাল চিনেমাই মানসিক ক্ষুধা নিবাৰণৰ লগতে মস্তিষ্কৰ উৎকৰ্ষ সাধন কৰে । 💡


সঁচা অৰ্থত 'আমিষ' এখন অসাধাৰণ চিনেমা আৰু বৰ্তমানলৈকে চোৱা এই খনেই হয়তো প্ৰথমখন চিনেমা য'ত এক অনুভৱ কৰা গ'ল ব্যতিক্ৰমী, কল্পনাতীত শিহৰণৰ উপলব্ধি ।





এক অভিমুখী পৰিকল্পনাৰে যি বিষয়বস্তুকলৈ চিনেমাখন বনোৱা হৈছে, তাক নিজে নাচালে কেতিয়াও জীৱনত কল্পনাও কৰিব নোৱাৰি যে চিনেমাখনৰ ধাৰণাটো ।




'আমিষ' চাই সঁচাকৈয়ে '#ভোকবাঢ়িছে' আৰু মগজুত উপলব্ধি কৰা চিনেমাখনৰ সোৱাদ এক এৰাব নোৱাৰা অভিজ্ঞতা ।


         MOVIESAINTS ত আমিষ চাবলৈ ইয়াত ক্লিক কৰক


প্ৰথিতযশা সাহিত্যিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি দেৱে স্বনামধন্য শিল্পী শোভা ব্ৰহ্মৰ প্ৰসঙ্গত কৈছিল যে, "শোভা ব্ৰহ্মৰ ছবিবোৰ ভয়ঙ্কৰভাৱে সুন্দৰ"; আৰু সেই একেই উপলব্ধি আমি 'আমিষ'ত বিচাৰি পাইছিলো । 



          MOVIESAINTS ত আমিষ চাবলৈ ইয়াত ক্লিক কৰক



সচৰাচৰ সমাজৰ প্ৰচলিত প্ৰণালীবোৰ কিছু সময়ৰ বাবে বন্ধ কৰি দিছিল নিৰ্মালি আৰু সুমনৰ চৰিত্ৰৰ মাজেদি এখন কল্পনাতীত চিনেমাই । নবাগত নিৰ্মালি (#লিমাদাস) আৰু সুমন (#অৰ্ঘ্যদ্বীপবৰুৱা) অভিনয় একেবাৰে স্বাভাৱিক আৰু এক নতুনত্বৰ পৰিচয় দিয়ে ।

           MOVIESAINTS ত আমিষ চাবলৈ ইয়াত ক্লিক কৰক


দৰ্শকক সংলাপত চিনেমাখনৰ গতিশীলতা বিচাৰি ফুৰিবলৈ পৰিচালকে নিদি, অভিনয়ৰ অভিব্যক্তি (expression), চিনেমাটোগ্ৰাফী, আন্ধাৰ আৰু পোহৰৰ ঐশ্বৰিক মিলন, আৱহ-সংগীতৰ এখন ব্যতিক্ৰমী চিনেমা চোৱাৰ সোৱাদ জীৱনৰ এক পৰিতৃপ্তি (contentment) ।




          MOVIESAINTS ত আমিষ চাবলৈ ইয়াত ক্লিক কৰক


পৰিচালক হিচাপে #ভাস্কৰহাজৰিকাই পুনৰবাৰ প্রমাণ কৰি দিলে যে, এখন সবল চিত্ৰনাট্যৰ জৰিয়তে উন্নত কাৰিকৰী দিশ, চাচপেঞ্চৰ সুমধুৰ সমাহাৰৰ মাজেৰে এক সর্বাংগসুন্দৰ আৰু বিশ্বস্তৰীয় চিনেমা দৰ্শকক উপহাৰ দিয়াৰ বাবে পৰিচালককে সাঙুৰিলৈ 'আমিষ'ৰ সকলো ক'লা-কৌশলীলৈ অভিনন্দন জ্ঞাপন কৰিছো ।

আমিষ ছবিখনৰ ট্ৰেইলাৰ

Credit

Director : Bhaskar Hazarika
Writer : Bhaskar Hazarika
Producer : Poonam Deol, Shyam Bora
Cast : Lima Das, Arghadeep Barua, Neetali Das, Sagar Saurabh, Manash K Das, Momee Borah, Samarjyoti Sarkar, Chandan Bhuyan, Utkal Hazowari
Cinematography : Riju Das
Editor : Shweta Rai Chamling
Music : Quan Bay
Sound Design : Gautam Nair
Production Design : Manas Baruah
Chief Assistant Director : Ghanashyam Kalita
Production Control : Himen Bora
Casting : Ronald Hussain
Costumes : Meher Ahmed
Re-Recording Mixer : Ajaykumar PB
Co-Producers : Anshulika Dubey, Priyanka Agarwal

AAMIS WIKIPEDIA

AAMIS IMDB


Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →