SBI ATM কাৰ্ডৰ যোগেদি ধন উলিওৱা নিয়ম সাল-সলনি


এতিয়াৰে পৰা SBI ATM কাৰ্ডৰ জৰিয়তে ধন উলিয়াবলৈ হলে আপোনাৰ বেংক একাউণ্টত REGISTERED মোবাইল নম্বৰৰ ফোনটো লগত নিবলৈ নাপাহৰিব। এতিয়াৰে পৰা SBI গ্ৰাহক সকলে ATM ৰ পৰা ধন উলিয়াবলৈ হলে বেংক একাউণ্ট REGISTERED মোবাইল নম্বৰলৈ OTP আহিব আৰু OTP নিশ্চিতৰ পিছত ধন উলিয়াবলৈ সক্ষম হব। এই OTP সেৱা ১০,০০০ পৰা অধিক ধন উলিয়ালে লাভ কৰিব। এতিয়াৰে পৰা ATM ৰ পৰা OTP ৰ দ্বাৰা ধন উলিওৱাৰ ক্ষেত্ৰত গ্ৰাহক সকলে অধিক সুৰক্ষা লাভ কৰিব। 
Post a Comment (0)
Previous Post Next Post