কেনেকৈ YouTube Thumbnail ইউটিউব থাম্বনিল Enable কৰিব জানো আহক How to YouTube Thumbnail Enable

কেনেকৈ YouTube Thumbnail ইউটিউব থাম্বনিল Enable কৰিব জানো আহক
How to YouTube Videos Thumbnail Enable
                                        

প্ৰথমে আপোনালোকে মবাইল বা কম্পিউটাৰত থকা ইন্টাৰনেট ব্ৰাউজাৰ খুলি লব আৰু যি সকলে মবাইলত খুলিব তেওঁলোকে Google Chrome বা অন্যান্য Browser Desktop Mode  On কৰি লব। তাৰ পাছত youtube.com গৈ তাত আপোনালোকে YouTube  Account টো Log In কৰি লব। YouTube Main Home Page ৰ বাওঁফালে তলত থকা Settings Option ত ক্লিক কৰিব।
Step 1
 তাৰ পিছত your account view additional features ত ক্লিক কৰিব।
Step 2
তালৈ গৈ আপোনাৰ YouTube accountstatus and features সমূহ পাব। এই পেজৰ অলপ তললৈ গৈ custom thumbnails পাব, সেইটো Not Enabled হৈ থকা দেখাব। আপোনালোকে এই status and features page ৰ ওপৰলৈ আহি আপোনালোকৰ YouTube Channel ৰ কাষতে থকা Verify  Option ত ক্লিক কৰিব।
Step 3

 তাৰ পাছত Account Verification কৰিবলৈ দেখাব। আপোনালোকে Select Your Country India Select কৰি আপোনালোকে Verification Code কি মাধ্যমৰ যোগেদি পাব বিচাৰে সেই সম্পৰ্কে দুটা Options পাব।আপোনালৈ ফোন গ্ৰহণৰ যোগেদি  Automated Voice Message  ৰ দ্বাৰা আৰু Text Message Verification Code ৰ প্ৰক্ৰিয়াৰ দ্বাৰা। আপোনালোকে Text Me The Verification Code Select কৰি দিব। এতিয়া তলত সুধিছে যে Which Language Should We Use To Send You The Verification Code? তাত যিহেতু English (US) আছে সেইটোৱেই ৰাখিব। তাৰ তলত ফোন নম্বৰ খুজিছে সেইটো দি দিব Type কৰি। তাৰ পিছত Submit কৰি দিব।
Step 4

 তাৰ পিছতে দিয়া ফেন নম্বৰত Google ৰ ৬ টা সংখ্যাৰ Verification Code Message ৰ যোগেদি পঠাই দিব, সেইটো এই Enter Your 6 digit verification code ত দি submit কৰি দিব।
Step 5

 তাৰ পিছত verified. Congratulations! Your YouTube Account is now verified. বুলি দেখাব।
Step 6

 তাৰ পিছত continue কৰি দিব। তাৰ পিছত দেখিব YouTube channel ৰ কাষত partner verified ওলাব আৰু পেজৰ তলত থকা  custom thumbnails enabled হৈ যাব।
Step 7

তাৰ পিছত return to YouTube studio click কৰি YouTube channel লৈ গৈ videos click কৰি video এটালৈ গৈ video টোৰ তলত থকা thumbnail custom thumbnail (2MB or Less) Click কৰিব।
Step 8
তাৰ পিছত Computer ৰ File Manager লৈ গৈ downloads click কৰি Thumbnail ৰ বাবে সাজু কৰি ৰখা ফটোখন select কৰি open কৰি  দিব।
Step 9
 তাৰ পিছত Save কৰি দিব।
Step 10


Step 11

✍ কল্পজ্যোতি বৰগোহাঁই

Post a Comment

Previous Post Next Post