Make in Axom

✍যদুমণি চাংমাই ।

অসম ভাৰতবৰ্ষৰ দহখন উন্নত প্ৰদেশৰ ভিতৰত নপৰা এখন প্ৰদেশ ।সমান্তৰাল ভাৱে বিজুলীৰ (Current) ৰ যিহে নাটনি ।এতিয়াও অসমৰ গাওঁৱে ভূঁইয়ে বিজুলী সংযোগ হোৱা নাই ।ফলত ল'ৰা ছোৱালী পঢ়াশুনা কৰিবলৈ ৰান্ধনীয়ে ভাত বনাবলৈ কিমানযে অসুবিধাৰ সন্মুখীন হৈছে ।বজাৰৰ পৰা ৫০০/১০০০ টকা দি গৃহস্থই সৌৰশক্তি চালিত (Solar Light) কিনি আনিছে ।কিন্তু কিমান দিন বা কিমান দেৰি সি গোটেই ঘৰটো পোহৰাব পাৰিছে ???যদি ডাৱৰীয়া বতৰ হয় চার্জ হ'ব জানো সেই দিল্লীৱালা, (Made in china ) চীনা দেশৰ সেই সৰু Inverter টো ??চব টকা খোৱা এই বহিৰাজ্যৰ Company বোৰ ।
কিন্তু আমাৰ পঢ়ি থকা ল'ৰা ছোৱালী বোৰৰ কাৰণে আৰু সেই ঘৰৰ প্রত্যুকজন সদস্যৰ কাৰণে এতিয়া আৰু চিন্তা নাই ।কাৰণ আমাৰ অসমৰ কেইজনমান উদীয়মান যুৱকৰ প্ৰচেষ্টাত অতি কম মূল্যত তেওঁলোকে অসমৰ মাটিত তৈয়াৰ কৰি উলিয়াইছে (Make in Axom) গঢ়াৰ উদ্দেশ্যৰে এনে ধৰণৰ সৌৰশক্তি (Solar) চালিত Inverter .য'ত আপুনি পাব ১৪ ঘণ্টা পৰ্যন্ত পোহৰ ।যাক এবাৰ ৰ'দত হওঁক বা ডাৱৰীয়া বতৰত বাহিৰত মাত্ৰ ৫/৬ ঘণ্টা ৰাখিলেই সম্পূৰ্ণ চার্জহৈ (Full Charge) যাব ।আৰু আপুনি লাভ কৰিব সুন্দৰ এখন পোহৰৰ ঘৰ ।তলত দিছো Details...
12v battery 7Ah...
support 3led ..
price less than 820/-..
auto on auto off on main line return.. Auto cut charge .. fast 1.2Amp charge..
wide voltage 120-280V charger inbuilt..
অধিক জানিবলৈ মোক যোগাযোগ কৰক.......8876547181 নম্বৰত ।




Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব