হেংদাংৰ তীক্ষ্ণতা নিৰীক্ষণ কাৰ্য্যৰ এটি আভাস


তাই আহোমৰ হেংদাং নৃত্য চাওক তলত দিয়া লিংকত

📝 অভিজিত মাৰ্ঘেৰিটা
(বিশিষ্ট বুৰজ্ঞীবিদ তথা লেখক চাও পানী ফুকনৰ লেখাৰ সহায় লৈ )


নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ যোগেদি টাই আহোম সকলৰ হেংদাং ধাৰ দিয়া আৰু তীক্ষ্ণতা নিৰীক্ষণ কাৰ্য সম্পন্ন কৰা হয় ।সাধাৰণতে বতাহৰ প্ৰতিকূলে হেংদাং খন ঠিয় কৈ ধৰা হয় আৰু নূন্যতম দুৰত্বৰ পৰা ফহিয়াই মিহি কৰা কপাহবোৰ পাহি পাহি কৰি হেংদাংৰ ঢালৰ ফালে বতাহৰ ওপৰত এৰি দিয়া হয় ।যথা সময়ত তীক্ষ্ণধাৰৰ হেংদাংত উৰি অহা কপাহবোৰে স্পৰ্শ কৰাৰ মাত্ৰে দ্বিখণ্ডিত হৈ দুয়োফালে উৰি যায় ।
এনে সুতীক্ষ্ণ হেংদাং হে যুদ্ধ বাবে উপযোগী বুলি বিবেচনা কৰা হয় ।
Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব