SLRC-2022: Paper - I
১/ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা "অ' মোৰ আপোনাৰ দেশ" প্ৰথম প্ৰকাশ পাইছিল -
(A) বাঁহী
(B) অৰুণোদই
(C) জোনবিৰি
(D) জোনাকী
উত্তৰ:- (A) বাঁহী
২/ অৰ্থশাস্ত্ৰৰ লেখক চাণক্য কাৰ দৰবাৰৰ মন্ত্ৰী আছিল?
(A) অশোক
(B) সমুদ্ৰগুপ্ত
(C) চন্দ্ৰগুপ্ত মৌৰ্য
(D) বিন্দুসাৰ
উত্তৰ:- (C) চন্দ্ৰগুপ্ত মৌৰ্য
SLRC-2022: Paper - II
১/ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজন আছিল -
(A) মামণি ৰয়ছম গোস্বামী
(B) য়েছে দৰজে ঠংছি
(C) ভবেন্দ্ৰ নাথ শইকীয়া
(D) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
উত্তৰ:- (D) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
২/ বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদ 'সপ্তকাণ্ড ৰামায়ণ' কোনে লিখিছিল?
(A) ৰাম সৰস্বতী
(B) অনন্ত কন্দলি
(C) মাধৱ কন্দলি
(D) শ্ৰীমন্ত শংকৰদেৱ
উত্তৰ:- (C) মাধৱ কন্দলি
৩/ পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কবি আৰু লেখিকা আছিল -
(A) চন্দ্ৰপ্ৰভা শইকীয়ানী
(B) নলিনীবালা দেৱী
(C) মামণি ৰয়ছম গোস্বামী
(D) নিৰ্মলপ্ৰভা বৰদলৈ
উত্তৰ:- (B) নলিনীবালা দেৱী
৪/ জৱাহৰলাল নেহৰুৱে 'ডিস্কভাৰী অৱ ইণ্ডিয়া' (Discovery of India) নামৰ কিতাপখন ক'ত লিখিছিল?
(A) পুনে কেন্দ্ৰীয় কাৰাগাৰ
(B) য়েৰৱাড়া কাৰাগাৰ
(C) থানে কাৰাগাৰ
(D) আহমেদনগৰ দুৰ্গ
উত্তৰ:- (D) আহমেদনগৰ দুৰ্গ
৫/ প্ৰথম অসমীয়া ভাষাৰ আলোচনী "অৰুণোদই" ক'ৰ পৰা প্ৰকাশ পাইছিল?
(A) যোৰহাট
(B) শিৱসাগৰ
(C) নাহৰকটীয়া
(D) কোকৰাঝাৰ
উত্তৰ:- (B) শিৱসাগৰ
৬/ অসমীয়া আলোচনী 'অৰুণোদই'ৰ প্ৰথম সম্পাদক কোন আছিল?
(A) ড° নাথান ব্ৰাউন
(B) হেমচন্দ্ৰ বৰুৱা
(C) অলিভাৰ কাটাৰ
(D) আনন্দৰাম ঢেকিয়াল ফুকন
উত্তৰ:- (A) ড° নাথান ব্ৰাউন
৭/ শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকীয়া নাটৰ ৰূপটোক কি বুলি জনা যায়?
(A) অংকীয়া নাট
(B) যক্ষগান
(C) তামাছা
(D) ভ্ৰাম্যমাণ
উত্তৰ:- (A) অংকীয়া নাট
SLRC-2022: Paper - IV
১/ 'মালগুডি ডেইজ' (Malgudi Days) কিতাপখন কোনে লিখিছিল?
(A) আৰ. কে. লক্ষ্মণ
(B) কে. আৰ. নাৰায়ণন
(C) আৰ. কে. নাৰায়ণ
(D) আৰ. কে. পণ্ডিত
উত্তৰ:- (C) আৰ. কে. নাৰায়ণ
SLRC-2022: Paper - V
১/ "ৰাজতৰংগিনী" কোনে লিখিছিল?
(A) শূদ্ৰক
(B) জয়দেৱ
(C) বাণভট্ট
(D) কলহন
উত্তৰ:- (D) কলহন
২/ সংস্কৃত নাটক "অভিজ্ঞান শকুন্তলম" কোনে লিখিছিল?
(A) পাণিনি
(B) কলহন
(C) অশ্বঘোষ
(D) কালিদাস
উত্তৰ:- (D) কালিদাস
SLRC-2024: Paper - I
১/ ৰামচৰিতমানস কোনে লিখিছিল?
(A) কবীৰ
(B) বেদব্যাস
(C) আদি শংকৰাচাৰ্য
(D) তুলসীদাস
উত্তৰ:- (D) তুলসীদাস
২/ ৰবীন্দ্ৰনাথ ঠাকুৰক কিহৰ বাবে সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হৈছিল?
(A) ঘৰে বাইৰে
(B) গীতিমাল্য
(C) গীতাঞ্জলি
(D) গোৰা
উত্তৰ:- (C) গীতাঞ্জলি
৩/ তলৰ কোনখন উপন্যাস কাঞ্চন বৰুৱাই লিখিছিল?
(A) মৃত্যুঞ্জয়
(B) অসীমত যাৰ হেৰাল সীমা
(C) অন্তৰীপ
(D) আচল মানুহ
উত্তৰ:- (B) অসীমত যাৰ হেৰাল সীমা
৪/ অসমীয়া সাহিত্যত কাক "এখুদ ককাইদেউ" বুলি জনা যায়?
(A) নৱকান্ত বৰুৱা
(B) মেদিনী মোহন চৌধুৰী
(C) কুমুদ চন্দ্ৰ হাজৰিকা
(D) কমলাকান্ত ভট্টাচাৰ্য
উত্তৰ:- (A) নৱকান্ত বৰুৱা
৫/ সপ্তকাণ্ড ৰামায়ণ কোনে লিখিছিল?
(A) হৰিবৰ বিপ্ৰ
(B) মাধৱ কন্দলি
(C) অনন্ত কন্দলি
(D) হেম সৰস্বতী
উত্তৰ:- (B) মাধৱ কন্দলি
SLRC-2024: Paper - II
১/ 'সুগন্ধি পখিলা' নামৰ কবিতা সংকলনটি কোনে লিখিছিল?
(A) নৱকান্ত বৰুৱা
(B) হীৰেন ভট্টাচাৰ্য
(C) নিৰ্মলপ্ৰভা বৰদলৈ
(D) নলিনীধৰ ভট্টাচাৰ্য
উত্তৰ:- (B) হীৰেন ভট্টাচাৰ্য
২/ 'কৰতল কমল' কবিতাটি কোনে ৰচনা কৰিছিল?
(A) নীলমণি ফুকন
(B) মহাপুৰুষ মাধৱদেৱ
(C) শ্ৰীমন্ত শংকৰদেৱ
(D) নৱকান্ত বৰুৱা
উত্তৰ:- (C) শ্ৰীমন্ত শংকৰদেৱ
৩/ 'ৰানছ এণ্ড ৰুইনছ' (Runs and Ruins) কিতাপখন কোনে লিখিছিল?
(A) সুনীল গাভাস্কাৰ
(B) শচীন তেণ্ডুলকাৰ
(C) ৰবি শাস্ত্ৰী
(D) কপিল দেৱ
উত্তৰ:- (A) সুনীল গাভাস্কাৰ
৪/ মুন্সী প্ৰেমচান্দৰ 'গোদান' উপন্যাসখন কোন ভাষাত লিখা হৈছিল?
(A) উৰ্দু
(B) কোংকণী
(C) হিন্দী
(D) গুজৰাটী
উত্তৰ:- (C) হিন্দী
৫/ অসমীয়া সাহিত্যত কোনে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে লিখিছিল?
(A) সুৰেন্দ্ৰ নাথ মেধি
(B) নৱকান্ত বৰুৱা
(C) লক্ষ্মীনাথ বেজবৰুৱা
(D) ভবেন্দ্ৰ নাথ শইকীয়া
উত্তৰ:- (A) সুৰেন্দ্ৰ নাথ মেধি
৬/ 'মামৰে ধৰা তৰোৱাল' কোনগৰাকী অসমীয়া লেখিকাৰ দ্বাৰা ৰচিত হৈছিল?
(A) ৰীতা চৌধুৰী
(B) নিৰুপমা বৰগোহাঞি
(C) চন্দনা গোস্বামী
(D) মামণি ৰয়ছম গোস্বামী
উত্তৰ:- (D) মামণি ৰয়ছম গোস্বামী
SLRC-2024: Paper - III
১/ অপৰাধমূলক ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হ'ল -
(A) সত্যনাথ বৰা
(B) পৱিত্ৰ কুমাৰ ডেকা
(C) হীৰেন গোহাঁই
(D) কুমুদ চন্দ্ৰ হাজৰিকা
উত্তৰ:- (D) কুমুদ চন্দ্ৰ হাজৰিকা
২/ 'শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট' নামৰ শিশু গ্ৰন্থখন কোনে লিখিছিল?
(A) নৱকান্ত বৰুৱা
(B) হীৰেন ভট্টাচাৰ্য
(C) ভবেন্দ্ৰ নাথ শইকীয়া
(D) অৰূপ কুমাৰ দত্ত
উত্তৰ:- (C) ভবেন্দ্ৰ নাথ শইকীয়া
৩/ তলৰ কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তেৰাঙে লিখিছিল?
(A) মৃত্যুঞ্জয়
(B) অসীমত যাৰ হেৰাল সীমা
(C) ৰংমিলিৰ হাঁহি
(D) মিৰি জীয়ৰী
উত্তৰ:- (C) ৰংমিলিৰ হাঁহি
৪/ তলৰ কোনখনক আটাইতকৈ প্ৰাচীন সংকলন বুলি গণ্য কৰা হয়?
(A) যজুৰ্বেদ
(B) অথৰ্ববেদ
(C) ঋকবেদ
(D) সামবেদ
উত্তৰ:- (C) ঋকবেদ
SLRC-2024: Paper - IV
১/ তলৰ কোনখন অসমীয়া উপন্যাস নহয়?
(A) আধালিখা দস্তাবেজ
(B) দেও লাংখুই
(C) শেষ পৃষ্ঠা
(D) অন্তৰীপ
উত্তৰ:- (C) শেষ পৃষ্ঠা
২/ তলৰ কোনগৰাকীক ২০২৪ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে?
(A) গুলজাৰ
(B) অৰূপ কুমাৰ দত্ত
(C) ৰতন থিয়াম
(D) নীলমণি ফুকন
উত্তৰ:- (A) গুলজাৰ
৩/ কোনগৰাকী হিন্দী কবি "মধুশালা" আৰু "অগ্নিপথ"ৰ বাবে পৰিচিত?
(A) ৰামধাৰী সিং দিনকৰ
(B) হৰিবংশ ৰায় বচ্চন
(C) সুমিত্ৰানন্দন পন্ত
(D) মৈথিলীশৰণ গুপ্ত
উত্তৰ:- (B) হৰিবংশ ৰায় বচ্চন
৪/ অসমীয়া সাহিত্যত কাক "ধ্বনি কবি" বুলি জনা যায়?
(A) বিনন্দ চন্দ্ৰ বৰুৱা
(B) আনন্দ চন্দ্ৰ আগৰৱালা
(C) মহেন্দ্ৰনাথ ডেকা ফুকন
(D) মফিজুদ্দিন আহমদ হাজৰিকা
উত্তৰ:- (A) বিনন্দ চন্দ্ৰ বৰুৱা
৫/ তলৰ কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই?
(A) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
(B) নীলমণি ফুকন
(C) হীৰেন ভট্টাচাৰ্য
(D) মামণি ৰয়ছম গোস্বামী
উত্তৰ:- (C) হীৰেন ভট্টাচাৰ্য
৬/ ভবেন্দ্ৰ নাথ শইকীয়াৰ উপন্যাস 'অন্তৰীপ'ৰ আধাৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰখন কোনখন?
(A) প্ৰতিধ্বনি
(B) কৃষ্ণচূড়া
(C) বৰুৱাৰ সংসাৰ
(D) অগ্নিস্নান
উত্তৰ:- (D) অগ্নিস্নান
৭/ অসমীয়া কবিতা সংকলন 'সাগৰ দেখিছা' কোনে লিখিছিল?
(A) দেৱকান্ত বৰুৱা
(B) নৱকান্ত বৰুৱা
(C) বাণীকান্ত কাকতি
(D) ৰজনীকান্ত বৰদলৈ
উত্তৰ:- (A) দেৱকান্ত বৰুৱা
৮/ 'প্ৰাইড এণ্ড প্ৰিজুডিছ' (Pride and Prejudice) কোনে লিখিছিল?
(A) জেন অষ্টিন
(B) বাৰ্বাৰা কাৰ্টলেণ্ড
(C) আগাথা ক্ৰিষ্টি
(D) ভাৰ্জিনিয়া উলফ
উত্তৰ:- (A) জেন অষ্টিন
৯/ তলৰ কোনটো বাকীবোৰতকৈ পৃথক?
(A) সামবেদ
(B) ঋকবেদ
(C) যজুৰ্বেদ
(D) আয়ুৰ্বেদ
উত্তৰ:- (D) আয়ুৰ্বেদ
১০/ তলৰ কোনখন মহাভাৰতৰ এটা অংশ?
(A) উপনিষদ
(B) পুৰাণ
(C) বেদ
(D) গীতা
উত্তৰ:- (D) গীতা
SLRC-2024: Paper - V
১/ অৰ্থশাস্ত্ৰ কোনে লিখিছিল?
(A) ব্ৰহ্মগুপ্ত
(B) স্বামী বিবেকানন্দ
(C) ৰঘুৰাম ৰাজন
(D) চাণক্য
উত্তৰ:- (D) চাণক্য
২/ প্ৰথমে ছ'চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে প্ৰকাশিত আৰু পিছত কিতাপ আকাৰে প্ৰকাশ পোৱা 'লাইফ অৱ এ ড্ৰাইভাৰ: কেবিনৰ ইপাৰে' (Life of a driver: Cabinor Ipare) কোনে লিখিছিল?
(A) প্ৰতিভু দত্ত
(B) ৰূপম দত্ত
(C) দেৱব্ৰত দাস
(D) ৰামানুজ গোস্বামী
উত্তৰ:- (B) ৰূপম দত্ত
৩/ ৰীতা চৌধুৰীৰ 'দেও লাংখুই' উপন্যাসখনত অসমৰ তলৰ কোনটো জনগোষ্ঠীৰ বিষয়ে বিশেষভাৱে উল্লেখ আছে?
(A) কছাৰীসকল
(B) মিচিংসকল
(C) তিৱাসকল
(D) মটকসকল
উত্তৰ:- (C) তিৱাসকল
৪/ জঙ্কি আৰু পানেই কোনটো জনগোষ্ঠীৰ আধাৰত ৰচিত এটি কাহিনীৰ চৰিত্ৰ?
(A) ডিমাছা
(B) ইদু মিছিমি
(C) মিচিং
(D) চিংফৌ
উত্তৰ:- (C) মিচিং
