Mock Test
তলৰ অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি লওক।
১. অসমৰ কোনখন চহৰৰ পুৰণি নাম খাগৰীজান আছিল?
- A. যোৰহাট
- B. নগাঁও
- C. তেজপুৰ
- D. শিৱসাগৰ
২. শ্ৰীমন্ত শংকৰদেৱৰ একমাত্ৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি?
- A. কীৰ্তন ঘোষা
- B. ভক্তি ৰত্নাকৰ
- C. গুণমালা
- D. ৰুক্মিণী হৰণ
৩. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল?
- A. হোমেন বৰগোহাঞি
- B. মামণি ৰয়ছম গোস্বামী
- C. নীলমণি ফুকন
- D. ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
৪. বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান কোনখন?
- A. মানস ৰাষ্ট্ৰীয় উদ্যান
- B. কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান
- C. সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান
- D. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
৫. "তৰিম নহয় মৰিম" কোনটো স্বাধীনতা আন্দোলনৰ শ্লোগান আছিল?
- A. অসহযোগ আন্দোলন
- B. আইন অমান্য আন্দোলন
- C. ভাৰত ত্যাগ আন্দোলন
- D. স্বদেশী আন্দোলন
৬. প্ৰথম অসমীয়া কলা স্নাতক (B.A.) কোন আছিল?
- A. হেমচন্দ্ৰ বৰুৱা
- B. তৰুণ ৰাম ফুকন
- C. নবীন চন্দ্ৰ বৰদলৈ
- D. আনন্দৰাম বৰুৱা
৭. ভাৰতত কোনে প্ৰথমে ডাকটিকটৰ প্ৰচলন কৰিছিল?
- A. লৰ্ড কাৰ্জন
- B. লৰ্ড ৱেলচলী
- C. লৰ্ড ডেলহাউচী
- D. লৰ্ড মাউণ্টবেটেন
৮. হিমা দাসক কি উপনামেৰে জনা যায়?
- A. ধিং এক্সপ্ৰেছ
- B. অসম গৌৰৱ
- C. স্বৰ্ণ কন্যা
- D. উৰণ পৰী
৯. প্ৰথম অসমীয়া আধুনিক অনূদিত নাটখনৰ নাম কি?
- A. ৰাম নৱমী
- B. ৰুক্মিণী হৰণ
- C. ভ্ৰমৰংগ
- D. শকুন্তলা
১০. অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল?
- A. পুষ্পলতা দাস
- B. চন্দ্ৰপ্ৰভা শইকীয়ানী
- C. মামণি ৰয়ছম গোস্বামী
- D. নলিনীবালা দেৱী
১১. মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি?
- A. মনীষ ডেকা
- B. প্ৰণয় বৰদলৈ
- C. তৰুণ শইকীয়া
- D. অচ্যুত শইকীয়া
১২. শিলাদিত্য নামেৰে কোনজন ৰজাক জনা যায়?
- A. ভাস্কৰ বৰ্মন
- B. হৰ্ষবৰ্ধন
- C. শশাংক
- D. নৰনাৰায়ণ
১৩. অসমৰ ইতিহাসত "সংগ্ৰাম সিংহ" বুলি কাক জনা যায়?
- A. লাচিত বৰফুকন
- B. গদাধৰ সিংহ
- C. চিলাৰায়
- D. পূৰ্ণানন্দ বুঢ়াগোহাঁই
১৪. মণিৰাম দেৱানক ব্ৰিটিছে ক'ত আৰু কোন চনত ফাঁচী দিছিল?
- A. ১৮৫৭ চনত, শিৱসাগৰত
- B. ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত, যোৰহাটত
- C. ১৮৩০ চনত, গুৱাহাটীত
- D. ১৮৫৮ চনৰ ২৬ জানুৱাৰীত, ডিব্ৰুগড়ত
১৫. দীঘলীপুখুৰী কোনজন ৰজাই খন্দাইছিল?
- A. নৰকাসুৰ
- B. ভাস্কৰ বৰ্মন
- C. ভগদত্ত
- D. ৰুদ্ৰ সিংহ
১৬. প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি?
- A. ইন্দ্ৰমালতী
- B. মনোমতী
- C. পিয়লি ফুকন
- D. জয়মতী
১৭. অসমৰ প্ৰথমখন অ-কংগ্ৰেছী (জনতা দল) চৰকাৰ কিমান চনত গঠিত হৈছিল?
- A. ১৯৭৫ চনত
- B. ১৯৭৮ চনত
- C. ১৯৭৯ চনত
- D. ১৯৮৫ চনত
১৮. ঘোঁৰাৰ দাঁত কেইটা থাকে?
- A. মতা ঘোঁৰাৰ ৩২টা, মাইকীৰ ২৮টা
- B. মতা ঘোঁৰাৰ ৪২টা, মাইকীৰ ৪০টা
- C. মতা ঘোঁৰাৰ ৪০টা, মাইকীৰ ৩৬টা
- D. মতা ঘোঁৰাৰ ৩৬টা, মাইকীৰ ৩৬টা
১৯. অসম বুৰঞ্জীত উল্লেখ থকা মতে ডালিমীয়ে কাক ভাল পাইছিল?
- A. চুকাফাক
- B. গদাধৰ সিংহক
- C. ৰুদ্ৰ সিংহক
- D. শিৱ সিংহক
২০. সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
- A. অসীমত যাৰ হেৰাল সীমা
- B. মৃত্যুঞ্জয়
- C. মামৰে ধৰা তৰোৱাল
- D. ইয়াৰুইঙ্গম
২১. আহোম ৰজা চুহুংমুঙে গ্ৰহণ কৰা হিন্দু নামটো কি আছিল?
- A. জয়ধ্বজ সিংহ
- B. ৰুদ্ৰ সিংহ
- C. স্বৰ্গনাৰায়ণ
- D. শিৱ সিংহ
২২. অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন?
- A. নগাঁও
- B. কাৰ্বি আংলং
- C. ডিব্ৰুগড়
- D. কামৰূপ (গ্ৰাম্য)
২৩. ভাৰতত কেতিয়া প্ৰথম টেষ্টটিউব বেবী জন্ম দিয়া হয়?
- A. ১৯৭৮ চনৰ ২৫ জুলাইত
- B. ১৯৭৮ চনৰ ৩ অক্টোবৰত
- C. ১৯৮৪ চনৰ ১০ আগষ্টত
- D. ১৯৮৮ চনৰ ১৫ আগষ্টত
২৪. আহোমৰ শাসন কালত দেশৰ আয়-ব্যয়ৰ হিচাপ ৰখা বিষয়াজনক কি বুলি কোৱা হৈছিল?
- A. বৰবৰুৱা
- B. ফুকন
- C. বৰগোহাঁই
- D. কাকতি
২৫. বৰ্তমান পৃথিৱীৰ আটাইতকৈ বয়োজ্যেষ্ঠ জীৱিত স্থলচৰ প্ৰাণীটোৰ নাম কি?
- A. হাৰিয়েট কাছ
- B. জোনাথন কাছ
- C. এডৱেইটা কাছ
- D. টমি কাছ
২৬. কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে ‘এ’ (A - Adults Only) চাৰ্টিফিকেট লাভ কৰিছিল?
- A. অপৰূপা
- B. মৰিচীকা
- C. পাপৰি
- D. বহাগৰ দুপৰীয়া
২৭. অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মিৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল?
- A. পুত্ৰ বৰ্মন
- B. ভাস্কৰ বৰ্মন
- C. বল বৰ্মন
- D. পুষ্য বৰ্মন
২৮. শ্বিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ কোন চনত স্থানান্তৰ কৰা হৈছিল?
- A. ১৯৭০ চনত
- B. ১৯৭২ চনত
- C. ১৯৭৪ চনত
- D. ১৯৭৬ চনত
২৯. বৰ্মন বংশৰ কোনজন ৰজাই প্ৰথমে 'মহাৰাজাধিৰাজ' উপাধি গ্ৰহণ কৰিছিল?
- A. পুষ্যবৰ্মন
- B. মহেন্দ্ৰবৰ্মন
- C. ভাস্কৰবৰ্মন
- D. ভূতিবৰ্মন
৩০. প্ৰথম অসমীয়া বাতৰিকাকত খনৰ নাম কি আছিল?
- A. জোনাকী
- B. বাঁহী
- C. অৰুণোদই
- D. দৈনিক বাতৰি
৩১. সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
- A. ভিটামিন A
- B. ভিটামিন C
- C. ভিটামিন D
- D. ভিটামিন K
৩২. অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন?
- A. ড° নিৰুপমা বৰগোহাঞি
- B. নলিনীবালা দেৱী
- C. প্ৰতিমা পাণ্ডে বৰুৱা
- D. মামণি ৰয়ছম গোস্বামী
৩৩. অসমীয়া সাহিত্যত মহাভাৰতৰ কবি কোন?
- A. মাধৱদেৱ
- B. ৰাম সৰস্বতী
- C. অনন্ত কন্দলী
- D. হেম সৰস্বতী
৩৪. অসমৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি?
- A. উমানন্দ
- B. শ্ৰীৰংগম
- C. মাজুলী
- D. ভৱানী দ্বীপ
৩৫. ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই উচ্চশিক্ষাৰ ক্ষেত্ৰত 'Race' নামেৰে নতুন আৰ্হিৰ শুভাৰম্ভ কৰিছে?
- A. কেৰালা
- B. গুজৰাট
- C. কৰ্ণাটক
- D. ৰাজস্থান
৩৬. প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি?
- A. বিলাতৰ চিঠি
- B. মেকং নৈ দেখিলো
- C. ইউৰোপ ভ্ৰমণ
- D. তীৰ্থনাথ শৰ্মাৰ ডায়েৰী
৩৭. অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল?
- A. লক্ষ্মীনাথ বেজবৰুৱা
- B. চন্দ্ৰকুমাৰ আগৰৱালা
- C. পদ্মনাথ গোহাঞিবৰুৱা
- D. হেমচন্দ্ৰ বৰুৱা
৩৮. ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
- A. গৌতম দত্ত
- B. অনুপ ঘটক
- C. জাভেদ জামান
- D. বিতোপন শইকীয়া
৩৯. ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথম অসমীয়া গৰাকীৰ নাম কি?
- A. গোপীনাথ বৰদলৈ
- B. তৰুণ ৰাম ফুকন
- C. ফখৰুদ্দিন আলী আহমেদ
- D. বি. পি. চলিহা
৪০. কাৰ নেতৃত্বত আৰু কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ হৈছিল?
- A. জৱাহৰলাল নেহৰুৰ নেতৃত্বত (১৯৩০)
- B. সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত (১৯৪২)
- C. মতিলাল নেহৰুৰ নেতৃত্বত (১৯২০)
- D. মহাত্মা গান্ধীৰ নেতৃত্বত (১৯৩০)
৪১. অসমৰ প্ৰথম ৰঙীন বোলছবিখনৰ নাম কি?
- A. অপৰূপা
- B. ভাইটি
- C. জয়মতী
- D. পিয়লি ফুকন
৪২. ভাৰতবৰ্ষত সৰ্বপ্ৰথমে খাৰুৱা তেল ক'ত আৱিষ্কাৰ হৈছিল?
- A. বোম্বে হাই
- B. নুনমাটি
- C. দুলীয়াজান
- D. ডিগবৈ
৪৩. 'লৌহ মানৱ' বুলি অসমৰ কাক কোৱা হয়?
- A. তৰুণ ৰাম ফুকন
- B. বিষ্ণুৰাম মেধি
- C. গোপীনাথ বৰদলৈ
- D. চন্দ্ৰনাথ শৰ্মা
৪৪. ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল?
- A. পিয়লি ফুকন
- B. মণিৰাম দেৱান
- C. গোমধৰ কোঁৱৰ
- D. কুশল কোঁৱৰ
৪৫. প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি?
- A. মাক আৰু মৰম
- B. ইটো সিটো বহুতো
- C. অবুজ বেদনা
- D. হালধীয়া চৰায়ে বাওধান খায়
৪৬. স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
- A. বিষ্ণু সহায়
- B. প্ৰকাশ মেহৰোত্ৰা
- C. বি. কে. নেহৰু
- D. ছাৰ আকবৰ হাইদৰী
৪৭. অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি?
- A. বিন্দু
- B. ঘৰ জেউতি
- C. উৰুলি
- D. জোনাকী
৪৮. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নাম কি আছিল?
- A. পূৰ্বোত্তৰ উচ্চ ন্যায়ালয়
- B. অসম উচ্চ ন্যায়ালয়
- C. অসম আৰু নগালেণ্ড উচ্চ ন্যায়ালয়
- D. গুৱাহাটী চিফ ক'ৰ্ট
৪৯. অসমত স্বৰাজ দলৰ প্ৰতিষ্ঠাতা কোন আছিল?
- A. নবীন চন্দ্ৰ বৰদলৈ
- B. তৰুণ ৰাম ফুকন
- C. চন্দ্ৰনাথ শৰ্মা
- D. গোপীনাথ বৰদলৈ
৫০. নীল নদীৰ দান বুলি কোনখন দেশক কোৱা হয়?
- A. ছুডান
- B. ইথিওপিয়া
- C. কেনিয়া
- D. ইজিপ্ত
৫১. ভাৰতৰ সৰ্বপ্ৰথম ডাকঘৰ কোন ঠাইত নিৰ্মাণ কৰা হৈছিল?
- A. দিল্লী
- B. মুম্বাই
- C. কলকাতা
- D. মাদ্ৰাজ
৫২. আটাইতকৈ অধিক কামিহাড় (Ribs) থকা প্ৰাণীটো কি?
- A. ঘৰিয়াল
- B. সাপ
- C. কাছ
- D. বাঘ
৫৩. বংশগতিৰ একক কি?
- A. ক্ৰম'জম (Chromosome)
- B. ডি.এন.এ. (DNA)
- C. কোষ (Cell)
- D. জিন (Gene)
৫৪. 'ইণ্ডিকা' নামৰ বিখ্যাত গ্ৰন্থখন কোনে লিখিছিল?
- A. চাণক্য
- B. মেগাস্থেনিছ
- C. ফা-হিয়েন
- D. হিউৱেন চাং
৫৫. প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?
- A. দৈনিক অসম
- B. অসম বাণী
- C. দৈনিক বাতৰি
- D. জনমভূমি
৫৬. অসমৰ সৰ্বমুঠ মাটিকালি কিমান?
- A. ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ
- B. ৭৮, ৫০০ বৰ্গ কিলোমিটাৰ
- C. ৭৮, ৭৩৮ বৰ্গ কিলোমিটাৰ
- D. ৭৮, ৪৩৯ বৰ্গ কিলোমিটাৰ
৫৭. বীৰাংগনা মূলা গাভৰুৱে কাৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈ মৃত্যুবৰণ কৰিছিল?
- A. মিৰজুমলা
- B. বখতিয়াৰ খিলজি
- C. ৰাম সিং
- D. তুৰ্বক খান
৫৮. প্ৰথম অসমীয়া ফিফা (FIFA) ৰেফাৰী কোন আছিল?
- A. নুৰুল আমিন
- B. বাবুল বাৰ্মিজ
- C. বীৰেন বড়ো
- D. তৰুণ বৰা
৫৯. অসমীয়া ভাষাৰ প্ৰথম ছনেট কবিতাটোৰ নাম কি?
- A. মলাৰ
- B. বনফুল
- C. প্ৰিয়তমাৰ চিঠি
- D. প্ৰতিমা
৬০. ব্ৰহ্মপুত্ৰ নদীয়ে অসমত কিমান পথ অতিক্ৰম কৰে?
- A. ৯১৬ কিলোমিটাৰ
- B. ৮৫০ কিলোমিটাৰ
- C. ৭২০ কিলোমিটাৰ
- D. ৬৪০ কিলোমিটাৰ
৬১. ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল?
- A. বৰ্ধমান
- B. সিদ্ধাৰ্থ
- C. গৌতম
- D. ৰাহুল
৬২. অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল?
- A. মহানন্দ দাস
- B. অচ্যুত শইকীয়া
- C. সুৰেণৰাম ফুকন
- D. দিলীপ কুমাৰ দত্ত
৬৩. ৰাষ্ট্ৰসংঘৰ (United Nations) মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
- A. জেনেভা
- B. ৱাশ্বিংটন ডি. চি.
- C. পেৰিছ
- D. নিউয়ৰ্ক
৬৪. অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?
- A. চন্দ্ৰপ্ৰভা শইকীয়ানী
- B. ইভা আচাৰ্য
- C. বিদ্যা ৰাও
- D. আইদেউ সন্দিকৈ
৬৫. কোনে পোনপ্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিছিল?
- A. নৰনাৰায়ণ
- B. ৰুদ্ৰ সিংহ
- C. ভাস্কৰ বৰ্মন
- D. দুৰ্লভ নাৰায়ণ
৬৬. 'Living History' নামৰ আত্মজীৱনীখনৰ লেখক কোন?
- A. বিল ক্লিণ্টন
- B. বাৰাক অ'বামা
- C. হিলাৰী ক্লিণ্টন
- D. নেলছন মেণ্ডেলা
৬৭. অসমৰ আটাইতকৈ ওখ পাহাৰ শৃংগটো কি?
- A. নামবৰ
- B. জপফু
- C. বৰাইল
- D. লাইখৌ
৬৮. অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন হৈছিল?
- A. ১৯২০ চনত
- B. ১৯২১ চনৰ ৫ জুনত
- C. ১৯৪২ চনৰ ৯ আগষ্টত
- D. ১৮৮৫ চনত
৬৯. কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথমে ধানখেতি আৰম্ভ কৰিছিল?
- A. কছাৰী
- B. আহোম
- C. কাৰ্বি
- D. বড়ো
৭০. ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই দেশৰ ভিতৰতে প্ৰথম মহাকাশ উদ্যান (Space Park) প্ৰতিষ্ঠা কৰিছে?
- A. কৰ্ণাটক
- B. অন্ধ্ৰপ্ৰদেশ
- C. মহাৰাষ্ট্ৰ
- D. কেৰেলা
৭১. প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি?
- A. শকুন্তলা
- B. যাত্ৰিকৰ যাত্ৰা
- C. বাইবেল
- D. কথা-গীতা
৭২. অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ নাট্যদল কোনটো?
- A. কহিনুৰ থিয়েটাৰ
- B. আৱাহন থিয়েটাৰ
- C. সূৰ্য থিয়েটাৰ
- D. নটৰাজ থিয়েটাৰ
৭৩. ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন?
- A. ৰমেশ বৰুৱা
- B. পাৰ্বতী কুমাৰ গোস্বামী
- C. ৰঞ্জন গগৈ
- D. নুৰুল আমিন
৭৪. প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (IAS) বিষয়া জনৰ নাম কি?
- A. আনন্দৰাম বৰুৱা
- B. অচ্যুত শইকীয়া
- C. জেমছ জই মোহন নিকেলছ ৰয়
- D. ছৈয়দ চাদুল্লা
৭৫. অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল?
- A. জগন্নাথ বৰুৱা
- B. ৰাধাকান্ত সন্দিকৈ
- C. মণিৰাম দেৱান
- D. মণিৰাম দত্ত বৰুৱা
৭৬. কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
- A. বিম কদফিছেছ
- B. বাসুদেৱ
- C. হুজিস্ক
- D. কণিষ্ক
৭৭. কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰিকাকত খনৰ নাম কি?
- A. ঘৰ জেউতি
- B. পাৰিজাত
- C. উৰুলি
- D. আইদেউ
৭৮. অসমৰ আটাইতকৈ সৰু জিলা কোনখন?
- A. বজালী
- B. দক্ষিণ শালমাৰা-মানকাচৰ
- C. মাজুলী
- D. হোজাই
৭৯. ব্ৰহ্মপুত্ৰ নদীৰ ভাৰতত মুঠ দৈৰ্ঘ্য কিমান?
- A. ৮৯০ কিলোমিটাৰ
- B. ৯১৬ কিলোমিটাৰ
- C. ৭৫০ কিলোমিটাৰ
- D. ৬৪০ কিলোমিটাৰ
৮০. প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?
- A. মোৰ জীৱন সোঁৱৰণ
- B. স্মৃতিৰ পাতত
- C. আত্মকথা
- D. অসমীয়া পুথিৰ তালিকা
৮১. শংকৰদেৱৰ প্ৰথম ৰচনা শৈলীৰ অংকীয়া নাট দুখনৰ নাম কি?
- A. কালিদমন আৰু পত্নীপ্ৰসাদ
- B. ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ
- C. ৰাম বিজয় আৰু কেলিগোপাল
- D. খুলীয়া ভাওনা আৰু খুলীয়া ভাৱৰীয়া
৮২. অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুণোদই’ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল?
- A. অলিভাৰ কাট্টাৰ
- B. মাইলছ ব্ৰনছন
- C. নাথান ব্ৰাউন
- D. এ. কে. গাৰ্নি
৮৩. ভাৰতৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া কোন?
- A. পাৰ্বতী কুমাৰ গোস্বামী
- B. ৰঞ্জন গগৈ
- C. হলিৰাম ডেকা
- D. অমিয় কুমাৰ দাস
৮৪. প্ৰথম অসমীয়া সামাজিক নাটক কি?
- A. ভ্ৰমৰংগ
- B. বঙ্গাল বঙ্গালনী
- C. ৰাম নৱমী
- D. গদাধৰ
৮৫. অসম ভেলী (সাহিত্যিক) বঁটা প্ৰাপ্ত প্ৰথম গৰাকী ব্যক্তি কোন?
- A. হোমেন বৰগোহাঞি
- B. ভবেন্দ্ৰনাথ শইকীয়া
- C. নবকান্ত বৰুৱা
- D. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
৮৬. জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’টোৰ নাম কি?
- A. চিত্ৰবন
- B. ৰূপবাণী
- C. জয়মতী ষ্টুডিঅ’
- D. জ্যোতি চিত্ৰবন
৮৭. ভাৰতৰ কোনখন ৰাজ্যই দেশৰ ভিতৰতে প্ৰথম মহাকাশ উদ্যান (Space Park) প্ৰতিষ্ঠা কৰিছে?
- A. অন্ধ্ৰপ্ৰদেশ
- B. কৰ্ণাটক
- C. গুজৰাট
- D. কেৰেলা
৮৮. অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি?
- A. পাৰিজাত
- B. জোনবিলি
- C. বিন্দু
- D. সুৰভি
৮৯. ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
- A. লাল বাহাদুৰ শাস্ত্ৰী
- B. ইন্দিৰা গান্ধী
- C. চৰ্দাৰ বল্লভভাই পেটেল
- D. জৱাহৰলাল নেহৰু
৯০. "ৰামধেনু" আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
- A. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
- B. ইন্দ্ৰকমল বেজবৰুৱা
- C. হেম বৰুৱা
- D. বিশ্বনাৰায়ণ শাস্ত্ৰী
৯১. প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি?
- A. অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ
- B. অসমীয়া ভাষাৰ ব্যাকৰণ
- C. ব্যাকৰণ প্ৰৱেশ
- D. বহল ব্যাকৰণ
৯২. কোনখিনি সময়ক ভাৰত বুৰঞ্জীৰ সোণালী যুগ বুলি কোৱা হয়?
- A. মৌৰ্য সাম্ৰাজ্যৰ কালছোৱাক
- B. মোগল সাম্ৰাজ্যৰ কালছোৱাক
- C. গুপ্ত সাম্ৰাজ্যৰ কালছোৱাক
- D. চোলা সাম্ৰাজ্যৰ কালছোৱাক
৯৩. ড° ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল?
- A. এৰা বাটৰ সুৰ
- B. শকুন্তলা
- C. প্ৰতিধ্বনি
- D. মাহুত বন্ধুৰে
৯৪. অসমৰ দীৰ্ঘতম দলংখনৰ নাম কি?
- A. শৰাইঘাট দলং
- B. কলীয়াভোমোৰা সেতু
- C. বগীবিল দলং
- D. ভূপেন হাজৰিকা সেতু (ধলা-শদিয়া দলং)
৯৫. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
- A. প্ৰতিমা
- B. লুইতৰ পাৰৰ অগ্নিসুৰ
- C. কদম কলি
- D. বনফুল
৯৬. সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি?
- A. বিনন্দ চন্দ্ৰ বৰুৱা
- B. অম্বিকাগিৰী ৰায়চৌধুৰী
- C. যতীন্দ্ৰ নাথ দুৱৰা
- D. ৰঘুনাথ চৌধাৰী
৯৭. কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?
- A. ফণী শৰ্মা
- B. নিপ বৰুৱা
- C. জ্যোতিপ্ৰসাদ আগৰৱালা
- D. প্ৰমথেশ বৰুৱা
৯৮. অসমৰ বৃহত্তম বিমান বন্দৰটোৰ নাম কি?
- A. ৰৰৈয়া বিমান বন্দৰ, যোৰহাট
- B. লীলাবাৰী বিমান বন্দৰ, উত্তৰ লখিমপুৰ
- C. লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ, গুৱাহাটী
- D. কুম্ভীৰগ্ৰাম বিমান বন্দৰ, শিলচৰ
৯৯. অলিম্পিক খেলত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন?
- A. শিৱ থাপা
- B. লভলীনা বৰগোহাঁই
- C. জয়ন্ত তালুকদাৰ
- D. ড° টালিমেৰণ আও
১০০. কেতিয়া বাবৰে মোগল বংশ প্ৰতিষ্ঠা কৰে?
- A. ১১৯২ চনত
- B. ১৫২৬ চনত
- C. ১৫৫৬ চনত
- D. ১৭৬১ চনত
১০১. প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল?
- A. ১৯১৬ চনত
- B. ১৯১৪ চনত
- C. ১৯১২ চনত
- D. ১৯১৮ চনত
১০২. সৰ্বপ্ৰথম কোন দেশত কিতাপ ছপা কৰা হৈছিল?
- A. জাপান
- B. ভাৰত
- C. চীন
- D. ইজিপ্ত
১০৩. মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন?
- A. ইউৰি গাগৰিণ
- B. নীল আৰ্মষ্ট্ৰং
- C. এডুইন অলড্ৰিন
- D. ৰাকেশ শৰ্মা
১০৪. কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল?
- A. ড° নগেন শইকীয়া
- B. ড° ভবেন্দ্ৰনাথ শইকীয়া
- C. দিলীপ কুমাৰ দত্ত
- D. হোমেন বৰগোহাঞি
১০৫. কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?
- A. ১৮৩৯ চনত
- B. ১৮২৬ চনত
- C. ১৮৫৮ চনত
- D. ১৮২৩ চনত
১০৬. অনা-অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰথম অসমীয়া পৰিচালক জন কোন?
- A. ফণী শৰ্মা
- B. প্ৰমথেশ বৰুৱা
- C. জ্যোতিপ্ৰসাদ আগৰৱালা
- D. নিপ বৰুৱা
১০৭. প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোন খন?
- A. লটিঘটি
- B. ইটো সিটো বহুতো
- C. ককাদেউতা নাতি আৰু হাতী
- D. ভাইটি
১০৮. এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
- A. জয়ন্ত তালুকদাৰ
- B. শিৱ থাপা
- C. ভোগেশ্বৰ বৰুৱা
- D. হিমা দাস
১০۹. নীতি আয়োগৰ (NITI Aayog) অধ্যক্ষ কোন?
- A. ৰাষ্ট্ৰপতি
- B. প্ৰধানমন্ত্ৰী
- C. বিত্তমন্ত্ৰী
- D. ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ
১১০. গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলং কোন চনত নিৰ্মাণ কৰা হৈছিল?
- A. ১৯৬০ চনত
- B. ১৯৬২ চনত
- C. ১৯৬৫ চনত
- D. ১৯৫৮ চনত
১১১. প্ৰথমবাৰলৈ অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলন কোনখন দেশত অনুষ্ঠিত হৈছিল?
- A. চীন
- B. আমেৰিকা যুক্তৰাষ্ট্ৰ
- C. জাপান
- D. ভাৰত
১১২. BTAD-ক বৰ্তমান কি নামেৰে জনা যায়?
- A. B.T.C.
- B. K.A.A.C.
- C. B.T.R.
- D. B.T.A.
১১৩. ৰাছিয়াই নিৰ্মাণ কৰা Covid-19 ভেকচিনটোৰ নাম কি?
- A. ক'ভাক্সিন
- B. স্পুটনিক - ৫
- C. মডাৰ্ণা
- D. ফাইজৰ
১১৪. কোনটো ভিটামিনৰ আন এটা নাম 'এচকাৰবিক্ এচিড' (Ascorbic acid)?
- A. ভিটামিন A
- B. ভিটামিন B
- C. ভিটামিন D
- D. ভিটামিন C
১১৫. অসমৰ মাটিকালিয়ে ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় কিমান অংশ আগুৰি আছে?
- A. ৩.৩৯%
- B. ২.৩৯%
- C. ২.৫৯%
- D. ১.৯৮%
১১৬. পলাশীৰ যুদ্ধ কেতিয়া হৈছিল?
- A. ১৭৬৪ চনত
- B. ১৭৫৭ চনত
- C. ১৫২৬ চনত
- D. ১৮৫৭ চনত
১১৭. কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল?
- A. যাদুৰাম ডেকা বৰুৱা
- B. হেমচন্দ্ৰ বৰুৱা
- C. মাইলছ ব্ৰনছন
- D. চন্দ্ৰকান্ত সন্দিকৈ
১১৮. গাওঁ পঞ্চায়তৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান হ'ব পাৰে?
- A. ৫ জন
- B. ১২ জন
- C. ১০ জন
- D. ১৫ জন
১১৯. বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন?
- A. কল্পনা চাওলা
- B. ভালেনটিনা টেৰেচকোভা
- C. ছেলী ৰাইড
- D. ছুনিটা উইলিয়ামছ
১২০. মাধৱদেৱৰ আটাইতকৈ চুটি নাটখনৰ নাম কি?
- A. চোৰ ধৰা
- B. দধি মথন
- C. পিম্পৰা গুচোৱা
- D. অৰ্জুন ভঞ্জন
১২১. "দৈনিক অসম" বাতৰি কাকত খনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল?
- A. চন্দ্ৰপ্ৰসাদ শইকীয়া
- B. কীৰ্তিনাথ হাজৰিকা
- C. লক্ষ্মীনাথ ফুকন
- D. ৰাধাগোবিন্দ বৰুৱা
১২২. অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল?
- A. বিজয়া চক্ৰৱৰ্তী
- B. প্ৰমীলা ৰাণী ব্ৰহ্ম
- C. চন্দ্ৰপ্ৰভা শইকীয়ানী
- D. ৰেণুকা দেৱী বৰকটকী
১২৩. দৰঙৰ ৰজা ধৰ্মনাৰায়ণৰ পূৰ্বৰ নাম কি আছিল?
- A. ৰঘুদেৱ
- B. বলিনাৰায়ণ
- C. নৰনাৰায়ণ
- D. পৰীক্ষিত নাৰায়ণ
১২৪. ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোনখন সদনৰ পদেন মুৰব্বী (অধ্যক্ষ) হিচাপে কাৰ্যনিৰ্বাহ কৰে?
- A. লোকসভা
- B. বিধান পৰিষদ
- C. ৰাজ্যসভা
- D. বিধানসভা
১২৫. ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?
- A. চি. ৰাজাগোপালচাৰী
- B. জৱাহৰলাল নেহৰু
- C. মহাত্মা গান্ধী
- D. ড° ৰাজেন্দ্ৰ প্ৰসাদ
১২৬. GST-ৰ বাবে কোনজন ব্যক্তিক ব্ৰেণ্ড এম্বেছেডৰ নিযুক্তি দিয়া হৈছিল?
- A. অক্ষয় কুমাৰ
- B. শ্বাহৰুখ খান
- C. অমিতাভ বচ্চন
- D. শচীন তেণ্ডুলকাৰ
১২৭. ভাৰত চৰকাৰৰ 'Skill India Campaign'-ৰ ৰাষ্ট্ৰদূত (Ambassador) হিচাপে কাক নিযুক্তি দিয়া হৈছিল?
- A. বৰুণ ধৱন
- B. ৰণবীৰ সিং
- C. মহেন্দ্ৰ সিং ধোনী
- D. বিৰাট কোহলী
১২৮. Homeland of Federation বুলি কাক কোৱা হয়?
- A. আমেৰিকা যুক্তৰাষ্ট্ৰ
- B. জাৰ্মানী
- C. ৰাছিয়া
- D. ছুইজাৰলেণ্ড
১২৯. আহোমৰ শাসন কালৰ সময়ত নিৰ্মাণ কৰা আটাইতকৈ বৃহৎ গড়টোৰ নাম কি?
- A. মোমাইকটা গড়
- B. ৰাজগড়
- C. নুমলীগড়
- D. লাডাই গড়
১৩০. চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ কোন আছিল?
- A. তাঁতীয়া টোপে
- B. বাহাদুৰ শ্বাহ জফৰ
- C. ৰাণী লক্ষ্মীবাই
- D. মংগল পাণ্ডে
১৩১. ফুলন দেৱীৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হিন্দী চলচ্চিত্ৰ খনৰ নাম কি?
- A. দ্য ডাৰ্টী পিক্সাৰ
- B. মেৰীকোম
- C. বেণ্ডিত কুইন (Bandit Queen)
- D. নিৰ্জা
১৩২. স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ কোন আছিল?
- A. এম. পতঞ্জলি শাস্ত্ৰী
- B. এইছ. জে. কেনিয়া (H. J. Kania)
- C. মেহৰ চান্দ মহাজন
- D. এছ. আৰ. দাস
১৩৩. প্ৰথম অসমীয়া আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি আছিল?
- A. পাৰ্বতী কুমাৰ গোস্বামী
- B. অচ্যুত শইকীয়া
- C. আনন্দৰাম বৰুৱা
- D. ফখৰুদ্দিন আলী আহমেদ
১৩৪. প্ৰথম অসমীয়া সংগীত পৰিচালিকা কোন আছিল?
- A. পাৰবীন চুলতানা
- B. দীপালী বৰঠাকুৰ
- C. প্ৰতিমা পাণ্ডে বৰুৱা
- D. মনীষা বৰুৱা
১৩৫. প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী জনৰ নাম কি?
- A. জ্যোতিপ্ৰসাদ আগৰৱালা
- B. প্ৰফুল্ল চন্দ্ৰ বৰুৱা
- C. ভূপেন হাজৰিকা
- D. খগেন মহন্ত
১৩৬. সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন আছিল?
- A. গুণাভিৰাম বৰুৱা
- B. লম্বোদৰ বৰা
- C. সত্যনাথ বৰা
- D. হেমচন্দ্ৰ বৰুৱা
১৩৭. ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত ১০০০ ৰাণ আৰু ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
- A. গৌতম দত্ত
- B. অনুপ ঘটক
- C. জাভেদ জামান
- D. জহিৰ আলম
১৩৮. গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
- A. ভাৰত আৰু শ্ৰীলংকা
- B. ভাৰত আৰু পাকিস্তান
- C. ভাৰত আৰু ৱেষ্ট ইণ্ডিজ
- D. ভাৰত আৰু অষ্ট্ৰেলিয়া
১৩৯. এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথম অসমীয়া ব্যক্তি জন কোন?
- A. সুৰেণৰাম ফুকন
- B. বাবুল বাৰ্মিজ
- C. নুৰুল আমিন
- D. মাধুৰ্য প্ৰসাদ বৰুৱা
১৪০. ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ জন কোন আছিল?
- A. বাবুল বাৰ্মিজ
- B. ড° টালিমেৰণ আও
- C. বীৰেন বড়ো
- D. হলিচৰণ নাৰ্জাৰী
১৪১. কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?
- A. ১৯৮০ চনত
- B. ১৯৮৩ চনত
- C. ১৯৮৫ চনত
- D. ১৯৯০ চনত
১৪২. ভাৰতীয় ভলীবল দলত ভাগ লোৱা প্ৰথম অসমীয়া ভলীবল খেলুৱৈ গৰাকী কোন আছিল?
- A. অভিজিৎ ভট্টাচাৰ্য
- B. অচ্যুত শইকীয়া
- C. বিতোপন শইকীয়া
- D. প্ৰণয় বৰদলৈ
১৪৩. ভাৰত ‘এ’ (India 'A') দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন?
- A. ৰিয়ান পৰাগ
- B. আবু নেচিম
- C. জহিৰ আলম
- D. জাভেদ জামান
১৪৪. বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ সৰ্বপ্ৰথম বিজয়ী দলটোৰ নাম কি?
- A. আছাম পুলিচ
- B. ৰে’লৱে স্পৰ্টছ ক্লাব, পাণ্ডু
- C. ইউনিয়ন স্পোৰ্টিং ক্লাৱ
- D. গুৱাহাটী টাউন ক্লাব
১৪৫. ৰাষ্ট্ৰীয় বক্সিং দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন?
- A. শিৱ থাপা
- B. বিতোপন শইকীয়া
- C. অখিল কুমাৰ
- D. লভলীনা বৰগোহাঁই
১৪৬. ৰাজ্যৰ বিধানসভা কোনে পৰিচালনা কৰে?
- A. মুখ্যমন্ত্ৰীয়ে
- B. ৰাজ্যপালে
- C. অধ্যক্ষই (Speaker)
- D. মুখ্য ন্যায়াধীশে
১৪৭. নগৰ সমিতিৰ কাৰ্যকাল কিমান বছৰৰ বাবে হয়?
- A. ৩ বছৰ
- B. ৪ বছৰ
- C. ৫ বছৰ
- D. ৬ বছৰ
১৪৮. কোন চনত, কোন ঠাইত পোন প্ৰথমবাৰৰ বাবে লিখিত পৰীক্ষাৰ প্ৰচলন হৈছিল?
- A. ১৮৫৪ চনত, লণ্ডন বিশ্ববিদ্যালয়ত
- B. ১৭০২ চনত, ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত
- C. ১৬৫০ চনত, অক্সফৰ্ড বিশ্ববিদ্যালয়ত
- D. ১৭৫৬ চনত, পেৰিছ বিশ্ববিদ্যালয়ত
১৪৯. বিশ্বৰ "বেষ্ট ষ্টুডেণ্ট চিটি"ৰ (Best Student City) তালিকাত স্থান লাভ কৰা ভাৰতৰ মহানগৰখনৰ নাম কি আছিল?
- A. নতুন দিল্লী
- B. মুম্বাই
- C. বাংগালুৰু
- D. হায়দৰাবাদ
১৫০. ৩৬তম GST কাউন্সিলৰ অধিৱেশন কোনখন ঠাইত অনুষ্ঠিত হৈছিল?
- A. কলকাতা
- B. মুম্বাই
- C. চেন্নাই
- D. নতুন দিল্লী
১৫১. অসমৰ সৰ্বপ্ৰথমে ভাৰত ৰত্ন পোৱা ব্যক্তিজনৰ নাম কি আছিল?
- A. ফখৰুদ্দিন আলী আহমেদ
- B. তৰুণ ৰাম ফুকন
- C. গোপীনাথ বৰদলৈ
- D. বি. পি. চলিহা
১৫২. কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ড (CBDT) ৰ নতুন অধ্যক্ষগৰাকী কোন?
- A. প্ৰমোদ চন্দ্ৰ মোডী
- B. নীতিন গুপ্তা
- C. সংগীতা সিং
- D. জে. বি. মহাপাত্ৰ
১৫৩. লকডাউনৰ মানসিক প্ৰভাৱৰ বিষয়ে সজাগতা আৰু তাৰ পৰা হাত সাৰিবলৈ জম্মু-কাশ্মীৰ চৰকাৰে হাতত লোৱা কাৰ্যসূচীৰ নাম কি?
- A. প্ৰয়াস কভিড ১৯
- B. সুকুন কভিড ১৯
- C. আশা কভিড ১৯
- D. সংকল্প কভিড ১৯
১৫৪. আফ্ৰিকাৰ কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলক দূৰৱৰ্তী শিক্ষণৰ দ্বাৰা সহায় কৰিবলৈ Unicef-ৰ সৈতে সহযোগিতা কৰা কোম্পানীটোৰ নাম কি?
- A. জিঅ' (Jio)
- B. ভোডাফোন (Vodafone)
- C. এয়াৰটেল (Airtel)
- D. আইবিয়েম (IBM)
১৫৫. কভিড ১৯ লকডাউনৰ পিছত বিশ্বত আৰম্ভ হোৱা প্ৰথমখন গুৰুত্বপূৰ্ণ খেলখন কি?
- A. ইংলিছ প্ৰিমিয়াৰ লীগ
- B. লা লীগা
- C. বুণ্ডেছলীগা (Bundesliga)
- D. আই. পি. এল.
১৫৬. ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন?
- A. ৰবীশ মালহোত্ৰা
- B. ৰাকেশ শৰ্মা
- C. কল্পনা চাওলা
- D. ইউৰি গাগৰিণ
১৫৭. ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ (Sir) উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?
- A. ছাৰ ছৈয়দ চাদুল্লা
- B. ছাৰ আকবৰ হাইদৰী
- C. আনন্দৰাম বৰুৱা
- D. বিষ্ণুৰাম মেধি
১৫৮. প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম কি?
- A. শকুন্তলা
- B. ৰাম নৱমী
- C. ৰুক্মিণী হৰণ
- D. জয়মতী
১৫৯. অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো?
- A. জেঠ
- B. আঘোণ
- C. চ'ত
- D. ব'হাগ
১৬০. প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথিখনৰ নাম কি?
- A. অসমীয়া সাহিত্যৰ ৰূপৰেখা
- B. অসমীয়া সাহিত্যৰ বুৰঞ্জী
- C. অসমীয়া সাহিত্যৰ চানেকি
- D. অসমীয়া ভাষাৰ বুৰঞ্জী
১৬১. প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি?
- A. প্ৰহ্লাদ চৰিত
- B. বনফুল
- C. প্ৰতিমা
- D. কদম কলি
১৬২. প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি?
- A. মনোমতী
- B. পদুম কুঁৱৰী
- C. মিৰি জীয়ৰী
- D. ভানুমতী
১৬৩. প্ৰথম অসমীয়া ছনেট (Sonnet) পুথিখনৰ নাম কি?
- A. মালচ
- B. প্ৰিয়তমাৰ চিঠি
- C. বনফুল
- D. জোনাকী
১৬৪. অল ইণ্ডিয়া ৰেডিঅ’, গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি?
- A. চিৰাজ
- B. হৃদয়ৰ প্ৰয়োজন
- C. ধৰালৈ যিদিনা নামিব সৰগ
- D. ৰাম নৱমী
১৬৫. কিহৰ মাধ্যমত হৃদপিণ্ডৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ যায়?
- A. সিৰা (Vein)
- B. ধমনী (Artery)
- C. কোষিকা (Capillary)
- D. হাওঁফাওঁ
১৬৬. কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্ৰথমে অসমীয়া একক অংকীয়া নাট মঞ্চস্থ কৰিছিল?
- A. ফণী শৰ্মা
- B. হেমন্ত মিশ্ৰ
- C. ব্ৰজেন বৰুৱা
- D. নিপ বৰুৱা
১৬৭. বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল?
- A. ১০ টা
- B. ১২ টা
- C. ১৪ টা
- D. ১৬ টা
১৬৮. ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
- A. জহিৰ আলম
- B. মাধুৰ্য প্ৰসাদ বৰুৱা
- C. গৌতম দত্ত
- D. ৰিয়ান পৰাগ
১৬৯. ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল?
- A. মোনালিছা বৰুৱা মেহতা
- B. নন্দিনী বৰুৱা
- C. তয়াবুন নিছা
- D. লাভলীনা বৰগোহাঁই
১৭০. মুখ্যমন্ত্ৰীৰ কাৰ্যকাল সাধাৰণতে কিমান বছৰৰ বাবে হয়?
- A. ৪ বছৰ
- B. ৫ বছৰ
- C. ৬ বছৰ
- D. নিৰ্দিষ্ট নহয়
১৭১. গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
- A. চন্দ্ৰগুপ্ত মৌৰ্য
- B. সমুদ্ৰগুপ্ত
- C. শ্ৰী গুপ্ত
- D. প্ৰথম চন্দ্ৰগুপ্ত
১৭২. ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন?
- A. ড° মনমোহন সিং
- B. নৰেন্দ্ৰ মোদী
- C. ৰাহুল গান্ধী
- D. অমিত শ্বাহ
১৭৩. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
- A. সৰ্বপল্লী ৰাধাকৃষ্ণণ
- B. ড° ৰাজেন্দ্ৰ প্ৰসাদ
- C. জৱাহৰলাল নেহৰু
- D. জাকিৰ হুছেইন
১৭৪. ৰাডাৰ (RADAR)-ৰ সম্পূৰ্ণ অৰ্থ কি?
- A. Radio Detection and Ranging
- B. Radio Device and Ranging
- C. Range Detection and Radio
- D. Radiation Detection and Ranging
১৭৫. উত্তৰ-পূব ভাৰতৰ "শান্তিৰ উদ্যান" (Peace Garden of North East) বুলি কাক কোৱা হয়?
- A. ছিকিম
- B. অৰুণাচল প্ৰদেশ
- C. মিজোৰাম
- D. মেঘালয়
১৭৬. ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক এতিয়ালৈকে কিমানবাৰ পৰাস্ত কৰিছে? (পুৰুষৰ এদিনীয়া বিশ্বকাপৰ তথ্য অনুসৰি)
- A. ৬ বাৰ
- B. ৭ বাৰ
- C. ৮ বাৰ
- D. ৯ বাৰ
১৭৭. ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিহৰ বাবে কছাৰী ৰাজ্য নিজৰ অধীনলৈ আনিব পাৰিছিল?
- A. অপপ্ৰশাসনৰ বাবে
- B. যুদ্ধত পৰাস্ত হোৱাৰ বাবে
- C. ৰজা গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত কোনো উত্তৰাধিকাৰী নথকাৰ বাবে
- D. চুক্তিমতে
১৭৮. কোনগৰাকী খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেলৰত্ন আৰু পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে?
- A. শচীন তেণ্ডুলকাৰ
- B. মহেন্দ্ৰ সিং ধোনী
- C. প্ৰকাশ পাডুকন
- D. পুলেলা গোপীচান্দ
১৭৯. মণিপুৰৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন ফুটবল খেলুৱৈ শ্ৰী এন. বীৰেন সিঙে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাত কৰ্মৰত আছিল?
- A. C.R.P.F.
- B. B.S.F.
- C. ভাৰতীয় সেনা
- D. অসম ৰাইফলছ
১৮০. ভাৰতে কোন চনৰ পৰা অলিম্পিক খেলত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল?
- A. ১৮৯৬ চনৰ পৰা
- B. ১৯০০ চনৰ পৰা
- C. ১৯২০ চনৰ পৰা
- D. ১৯৪৭ চনৰ পৰা
১৮১. অসমৰ বৃহত্তম চিৰিয়াখানাটোৰ নাম কি?
- A. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
- B. মানস ৰাষ্ট্ৰীয় উদ্যান
- C. অসম ৰাজ্যিক চিৰিয়াখানা, গুৱাহাটী
- D. পবিতৰা অভয়াৰণ্য
১৮২. অলিম্পিক খেলত কোনে এককভাৱে ভাৰতৰ হৈ প্ৰথম স্বৰ্ণ পদক লাভ কৰিছিল?
- A. নীৰজ চোপ্ৰা
- B. অভিনৱ বিন্দ্ৰা
- C. ৰাজ্যবৰ্ধন সিং ৰাথোড়
- D. সুশীল কুমাৰ
১৮৩. নেচনেল ষ্টক এক্সচেঞ্জ (National Stock Exchange - NSE) ক'ত অৱস্থিত?
- A. নতুন দিল্লী
- B. কলকাতা
- C. বাংগালুৰু
- D. মুম্বাই
১৮৪. শালস্তম্ভ বংশৰ ৰাজত্বকালত তলৰ কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল?
- A. কামাখ্যা মন্দিৰ
- B. উমানন্দ মন্দিৰ
- C. মহাভৈৰৱ মন্দিৰ
- D. নৱগ্ৰহ মন্দিৰ
১৮৫. মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা প্ৰায় কিমান?
- A. ৪ বিলিয়ন
- B. ১০ বিলিয়ন
- C. ৫০ বিলিয়ন
- D. ৮৬ বিলিয়ন
