ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৫

১৮ আগষ্ট, ২০২৬ তাৰিখে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে (Ministry Of Youth Affairs and Sports of India) ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। এই ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাত ১৭ জনে অৰ্জুন বঁটা লাভ কৰে, আৰু অৰ্জুন বঁটা (জীৱনজোৰা সাধনা) আই অৰুমায়নয়গম তেওঁ ফুটবল খেলৰ বাবে লাভ কৰে। দ্ৰোণাচাৰ্য বঁটা যিটো ক্ৰীড়া বঁটা কেৱল প্ৰশিক্ষকৰ বাবে প্ৰদান কৰা হয়। দ্ৰোণাচাৰ্য বঁটা নিয়মীয়া শাখাত ৩ জনে আৰু জীৱনজোৰা সাধনা শাখাত দুজনে লাভ কৰে। আনহাতে ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ ২০২৫ লাভ কৰে আৰ্মী পেৰালিম্পিক নোড, পুণে। ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা
২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলৰ তালিকা
১. অৰ্জুন বঁটা ২০২৫ লাভ কৰা খেলুৱৈসকল:
ক্ৰমিক নং খেলুৱৈৰ নাম খেলৰ বিভাগ
১তেজস্বীন শংকৰএথলেটিকছ
২মহম্মদ আজমল ভিএথলেটিকছ
৩প্ৰিয়ংকা গোস্বামীএথলেটিকছ
৪ত্ৰীছা জলীবেডমিণ্টন
৫পুল্লেলা গায়ত্ৰী গোপীচান্দবেডমিণ্টন
৬নৰেন্দ্ৰ বেৰৱালবক্সিং
৭বিদিত সন্তোষ গুজৰাথীদবা
৮দিব্যা জিতেন্দ্ৰ দেশমুখদবা
৯ধনুশ শ্ৰীকান্তবধিৰ শ্বুটিং
১০লালৰেমছিয়ামীহকী
১১ৰাজকুমাৰ পালহকী
১২সুৰজিৎকাবাডী
১৩পূজাকাবাডী
১৪ৰুদ্ৰাংশ খাণ্ডেলৱালপেৰা শ্বুটিং
১৫একতা ভ্যানপেৰা-এথলেটিকছ
১৬অৰবিন্দ সিংৰোয়িং
১৭অখিল শ্বেওৰাণশ্বুটিং
২. অৰ্জুন বঁটা (জীৱনজোৰা সাধনা) ২০২৫:
ক্ৰমিক নং খেলুৱৈৰ নাম খেলৰ বিভাগ
১আই অৰুমায়নয়গমফুটবল
৩. দ্ৰোণাচাৰ্য বঁটা ২০২৫ (প্ৰশিক্ষকৰ বাবে):
ক) নিয়মীয়া শাখা:
ক্ৰমিক নং প্ৰশিক্ষকৰ নাম খেলৰ বিভাগ
১পৰৱীৰ সিংএথলেটিকছ
২ছোট লাল যাদৱবক্সিং
৩নেহা নন্দকুমাৰ চৱনশ্বুটিং
খ) জীৱনজোৰা সাধনা শাখা:
ক্ৰমিক নং প্ৰশিক্ষকৰ নাম খেলৰ বিভাগ
১ধৰ্মেন্দ্ৰ সিং যাদৱবক্সিং
২বীৰেন্দ্ৰ কুমাৰকুস্তি
৪. ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ ২০২৫:
ক্ৰমিক নং বঁটা প্ৰাপকৰ নাম
১আৰ্মী পেৰালিম্পিক নোড, পুণে
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →