অসম চৰকাৰৰ বন্ধৰ তালিকা ২০২৬

অসম চৰকাৰৰ বন্ধৰ তালিকা ২০২৬ | Assam Government Holidays 2026 List

২০২৬ চনত অসম চৰকাৰৰ ৩৫ দিনৰ সম্পূৰ্ণ বন্ধৰ তালিকা

মাহ তাৰিখ বন্ধৰ কাৰণ
জানুৱাৰী ১৪-১৫ মাঘ বিহু আৰু টুচু পুজা
২৩নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্মদিন
২৬গণতন্ত্ৰ দিৱস
২৭বাথৌ পূজা
৩১মে-ডাম-মে-ফি
ফেব্ৰুৱাৰী বীৰ চিলাৰায় দিৱস
মাৰ্চ দৌল যাত্ৰা
২১ঈদ-উল-ফিতৰ
এপ্ৰিল গুড ফ্ৰাইডে
১৪-১৬ব’হাগ বিহু
১৮দামোদৰদেৱৰ তিথি
২১সতী সাধিনী দিৱস
মে' মে' দিৱস আৰু বুদ্ধ পূৰ্ণিমা
২৭ঈদ-উজ-জোহা
জুন মাধৱদেৱৰ জন্মোৎসৱ
আগষ্ট ১৫স্বাধীনতা দিৱস
ছেপ্টেম্বৰ মাধৱদেৱৰ তিৰোভাৱ
জন্মাষ্টমী
১২শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ
২১শংকৰদেৱৰ জন্মোৎসৱ
২২কৰম পূজা
অক্টোবৰ গান্ধী জয়ন্তী
১৮কাতি বিহু আৰু দুৰ্গা পূজা
১৯-২১দুৰ্গা পূজা আৰু বিজয়া দশমী
নৱেম্বৰ দীপাৱলী আৰু কাতি বিহু
১১ভাতৃ দ্বিতীয়া
১৫ষট পূজা
২৪গুৰু নানক জয়ন্তী আৰু লাচিত দিৱস
ডিচেম্বৰ অসম দিৱস
২৫খ্ৰীষ্টমাছ

NOTIFICATION ORDERS BY THE GOVERNOR LIST OF HOLIDAYS FOR THE YEAR 2026 IN THE STATE OF ASSAM PDF
Post a Comment (0)
Previous Post Next Post