Slrc previous year questions and answers 2024

 Assam Direct Recruitment Exam Questions and answers

1. Narendra Modi Stadium is situated in -
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত?

a) Baroda বৰোদা
b) Surat চুৰাট
c) Mehsana মেহসানা
d) Ahmedabad আহমেদাবাদ

Ans:- d) Ahmedabad আহমেদাবাদ

2. Which one of the following places connect Assam with Arunachal Pradesh?
নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে?

a) Dirak ডিৰাক
b) Baxirhat বক্সিৰহাট
c) Dimapur ডিমাপুৰ
d) Jorhat যোৰহাট

Ans:- a) Dirak ডিৰাক

3. What is the capital city of Zimbabwe?
জিম্বাৱেৰ ৰাজধানী চহৰ খনৰ নাম কি?

a) Nairobi নাইৰোবি
b) Harare হাৰাৰে
c) Cairo কাইৰো
d) Khartoum খাৰ্তুম

Ans:- b) Harare হাৰাৰে

4. Between which two towns is the Naranarayan Setu situated?
কোন দুখন নগৰৰ মাজত নৰনাৰায়ন সেতু অৱস্থিত?

a) Tezpur and Kaliabor
তেজপুৰ আৰু কলিয়াবৰ

b) Nagaon and Jorhat
নগাওঁ আৰু যোৰহাট

c) Jogighopa and Pancharatna
যোগীঘোপা আৰু পঞ্চৰত্ন

d) Dibrugarh and Dhemaji
ডিব্ৰুগড় আৰু ধেমাজি

Ans:- c) Jogighopa and Pancharatna
যোগীঘোপা আৰু পঞ্চৰত্ন

5. Bangkok is the capital city of -
বেঙ্কক কোনখন দেশৰ ৰাজধানী চহৰ?

a) South Korea দক্ষিণ কোৰিয়া
b) Philippines ফিলিপাইন
c) Indonesia ইণ্ডোনেচিয়া
d) Thailand থাইলেণ্ড

Ans:- d) Thailand থাইলেণ্ড

6. Which of the following places is adjacent to New Delhi?
নিম্নলিখিত কোনখন ঠাই নিতুন দিল্লীৰ নিকটৱৰ্তী?

a) Gurugram গুৰুগ্ৰাম
b) Nandigram নন্দীগ্ৰাম
c) Secunderabad চেকন্দ্ৰাবাদ
d) Dhanbad ধানবাদ

Ans:- a) Gurugram গুৰুগ্ৰাম

7. The body of water between Russia and Alaska is - 
ৰাছিয়া আৰু আলাষ্কাৰ মাজৰ জলভাগ হৈছে -

a) Panama Canal পানামা খাল
b) Bering Strait বেৰিং প্ৰণালী
c) Suez Canal চুয়েজ খাল
d) Palk Strait পক প্ৰণালী

Ans:- b) Bering Strait বেৰিং প্ৰণালী

8. Which of the following vehicles is exempted from NHAI Fastag Tolls?
নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী (NHAI) ৰ ফাষ্টেগ ট'লৰ পৰা ৰেহাই দিয়া হয়?

a) Ambulance এম্বুলেঞ্চ
b) Petroleum Tanker পেট্ৰ'লিয়াম টেংকাৰ
c) Private vehicles of Senior citizens বয়োজ্যেষ্ঠ নাগৰিকৰ ব্যক্তিগত বাহন
d) Personal vehicle of Defence personnel প্ৰতিৰক্ষা কৰ্মীৰ ব্যক্তিগত বাহন

Ans:- a) Ambulance এম্বুলেঞ্চ

9. Where was the first medical college of Assam established?
অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল?

a) Jorhat যোৰহাট
b) Guwahati গুৱাহাটী
c) Silchar শিলচৰ
d) Dibrugarh ডিব্ৰুগড়

Ans:- d) Dibrugarh ডিব্ৰুগড়

10. Laxminath Bezbaruah's poem "O Mor Apunar Desh" was first published in -
লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা "অ' মোৰ আপোনাৰ দেশ" প্ৰথমে ক'ত প্ৰকাশিত হৈছিল?

a) Bahi বাঁহী
b) Orunodoi অৰুণোদই
c) Jonbiri জোনবিৰি
d) Jonaki জোনাকী

Ans:- a) Bahi বাঁহী

11. Who was the last king of the Ahom Kingdom?
আহোম ৰাজ্যৰ শেষৰ জন ৰজা কোন আছিল?

a) Chandrakanta Singha
চন্দ্ৰকান্ত সিংহ

b) Jogeswar Singha
যোগেশ্বৰ সিংহ

c) Kamaleswar Singha
কমলেশ্বৰ সিংহ

d) Purandar Singha
পুৰন্দৰ সিংহ

Ans:- d) Purandar Singha
পুৰন্দৰ সিংহ

12. Margaret Thatcher was a former Prime Minister of -
মাৰ্গাৰেট থেচ্চাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল?

a) New Zealand নিউজিলেণ্ড
b) Canada কানাডা
c) Israel ইজৰাইল
d) England ইংলেণ্ড

Ans:- d) England ইংলেণ্ড

13. Which of the following is not a sea-side city of India?
নিম্নলিখিত কোনখন চহৰ সাগৰ-তীৰত অৱস্থিত নহয়?

a) Bangaluru বাংগালুৰু
b) Chennai চেন্নাই
c) Mumbai মুম্বাই
d) Cochin কোচিন

Ans:- a) Bangaluru বাংগালুৰু

14. Who was the Chief Minister of Assam immediately after Gopinath Bordoloi?
গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল?

a) Bimala Prasad Chaliha
বিমলা প্ৰসাদ চলিহা

b) Sarat Chandra Singha
শৰৎ চন্দ্ৰ সিংহ

c) Bisnuram Medhi
বিষ্ণুৰাম মেধি

d) Golap Borbora
গোলাপ বৰবৰা

Ans:- c) Bisnuram Medhi
বিষ্ণুৰাম মেধি

15. Who was the first person from Assam to clear the Indian Civil Service (ICS) Examination?
ইণ্ডিয়ান চিভিল চাৰ্ভিছ (ICS) পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন আছিল?

a) Jamchonga Nampui
জামচ'ঙ্গা নামপুই
b) Anundoram Barooah
আনন্দৰাম বৰুৱা
c) Hem Chandra Baruah
হেমচন্দ্ৰ বৰুৱা
d) Parvati Prasad Boruah
পাৰ্বতী প্ৰসাদ বৰুৱা

Ans:- b) Anundoram Barooah
আনন্দৰাম বৰুৱা

16. Who put forward the law of physics that "Every action has an equal and opposite reaction" ?
"প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে" শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল?

a) Benjamin Franklin
বেঞ্জামিন ফ্ৰেংকলিন
b) Michael Faraday
মাইকেল ফেৰাডে
c) Sir Isaac Newton
চাৰ আইজাক নিউটন
d) Albert Einstein
এলবাৰ্ট আইনষ্টাইন

Ans:- c) Sir Isaac Newton
চাৰ আইজাক নিউটন

17. What is the currency of United Arab Emirates (UAE) ?
সংযুক্ত আৰব এমিৰেট (UAE) ৰ মুদ্ৰাৰ নাম কি?

a) Ruble ৰুবল
b) Dinar ডিনাৰ
c) Dirham ডিৰহাম
d) Shekel শ্বেকেল

Ans:- c) Dirham ডিৰহাম

18. What does LAD stand for in MPLAD Scheme?
MPLAD আঁচনিত LAD ৰ সম্পূৰ্ণ ৰূপটো হৈছে -

a) Local Asset Development
b) Local Area Development
c) Leading Asset Development
d) Local Area Distribution

Ans:- b) Local Area Development

19. Who was awarded the "Assam Baibhav" award in December, 2021?
ডিচেম্বৰ, ২০২১ বৰ্ষত "অসম বৈভৱ" বঁটা কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল?

a) Jitendra Nath Goswami জীতেন্দ্ৰনাথ গোস্বামী
b) Ratan Tata ৰতন টাটা
c) Ratan Thiam ৰতন থিয়াম
d) Amalprava Das অমলপ্ৰভা দাস

Ans:- b) Ratan Tata ৰতন টাটা

20. On whose birthday is Abhiruchi Sports Day celebrated in Assam?
কোন গৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়?

a) Bhogeswar Baruah
ভোগেশ্বৰ বৰুৱা
b) Monalisa Baruah (Mehta)
মনালিছা বৰুৱা (মেহতা)
c) Hima Das
হিমা দাস
d) Radha Govinda Baruah
ৰাধা গোবিন্দ বৰুৱা

Ans:- a) Bhogeswar Baruah
ভোগেশ্বৰ বৰুৱা

21. The Victoria memorial is situated in -
ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত?

a) Kolkata কলিকতা
b) New Delhi নতুন দিল্লী
c) Mumbai মুম্বাই
d) Bhopal ভূপাল

Ans:- a) Kolkata কলিকতা

22. In which movement during India's struggle for independence was Kanaklata Barua martyred? 
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল?

a) Non-Cooperation 
অসহযোগ আন্দোলন

b) Quit India Movement
ভাৰত ত্যাগ আন্দোলন

c) Sepoy Mutiny
চিপাহী বিদ্ৰোহ

d) Civil Disobedience
আইন-অমান্য আন্দোলন

Ans:- b) Quit India Movement
ভাৰত ত্যাগ আন্দোলন

23. What is the primary product of Boeing company?
বোয়িং কোম্পানীৰ প্রাথমিক উৎপাদন সামগ্ৰী কি?

a) Aircrafts বিমানবাহন
b) Breakfast cereals ব্ৰেকফাষ্টত ব্যৱহাৰ হোৱা শস্য
c) Shoes জোতা
d) Medicines ঔষধ

Ans:- a) Aircrafts বিমানবাহন

24. Which of the following was the first artificial satellite of India?
নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ?

a) Bhaskara ভাস্কৰ
b) Rohini ৰোহিণী
c) Aryabhatta আৰ্যভট্ট
d) INSAT-IA ইনছাট-IA

Ans:- c) Aryabhatta আৰ্যভট্ট

25. Which country is the biggest exporter of asafoetida (hing) to India?
কোনখন দেশে ভাৰতলৈ হিংৰ সৰ্বাধিক ৰপ্তানি কৰে?

a) Spain স্পেইন
b) Mexico মেক্সিকো
c) Afghanistan আফগানিস্তান
d) Russia ৰাছিয়া

Ans:- c) Afghanistan আফগানিস্তান

26. "God's Own Country" is the tagline for tourism of which state of India?
ভাৰতৰ কোনখন ৰাজ্য পৰ্যটনৰ টেগলাইন হৈছে "গ'ডছ অ'উন কান্ট্ৰী"?

a) Karnataka কৰ্ণাটক
b) Jammu and Kashmir জম্মু আৰু কাশ্মীৰ
c) Rajasthan ৰাজস্থান
d) Kerala কেৰালা

Ans:- d) Kerala কেৰালা

27. The animal Sangai is found in -
ছাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন -

a) Keibul Lamjao National Park কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান
b) Kaziranga National Park কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
c) Namdapha National Park নামদফা ৰাষ্ট্ৰীয় উদ্যান
d) Nokrek National Park ন'কৰেক ৰাষ্ট্ৰীয় উদ্যান

Ans:- a) Keibul Lamjao National Park কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান

28. Who won the Whitley Award, also known as the Green Oscar for the efforts in protecting the Greater Adjutant Stork?
হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীন অস্কাৰ বুলিও জনাজাত, হুইটলি বঁটাটি কোন গৰাকী ব্যক্তিয়ে লাভ কৰিছিল?

a) Purnima Devi Barman পূৰ্ণিমা দেৱী বৰ্মন
b) Jadav Payeng যাদৱ পায়েং
c) Birubala Rabha বিৰুবালা ৰাভা
d) Rohit Choudhury ৰোহিত চৌধুৰী

Ans:- a) Purnima Devi Barman পূৰ্ণিমা দেৱী বৰ্মন

29. The Right to Education Act as a Fundamental Right was enacted under ___.
শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাবে ___ ৰ অধীনত প্ৰণয়ন কৰা হৈছিল।

a) Article 21 (a)
অনুচ্ছেদ 21 (a)

b) Article 25
অনুচ্ছেদ 25

c) Article 18
অনুচ্ছেদ 18

d) Article 23
অনুচ্ছেদ 23

Ans:- a) Article 21 (a)
অনুচ্ছেদ 21 (a)

30. Who holds the position of the Chairman of NITI Aayog?
NITI আয়োগৰ চেয়াৰমেন গৰাকী কোন?

a) Prime Minister of India
ভাৰতৰ প্ৰধানমন্ত্ৰী
b) Finance Minister of India
ভাৰতৰ বিত্তমন্ত্ৰী
c) Governor, Reserve Bank of India
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ
d) Home Minister of India
ভাৰতৰ গৃহমন্ত্ৰী

Ans:- a) Prime Minister of India
ভাৰতৰ প্ৰধানমন্ত্ৰী

31. Which form of Democracy is followed in India?
ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়?

a) Representative Democracy প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ
b) Presidential Democracy ৰাষ্ট্ৰপতি গণতন্ত্ৰ
c) Parliamentary Democracy সংসদীয় গণতন্ত্ৰ
d) Participatory Democracy অংশগ্ৰহণমূলক গণতন্ত্ৰ

Ans:- c) Parliamentary Democracy সংসদীয় গণতন্ত্ৰ

32. Who was the first Indian to go to space?
প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল?

a) Kalpana Chawla
কল্পনা চাওলা

b) Vikram Sarabhai
বিক্ৰম চাৰাভাই

c) Rakesh Sharma
ৰাকেশ শৰ্মা

d) Yuri Gagarin
য়ুৰি গাগাৰিন

Ans:- c) Rakesh Sharma
ৰাকেশ শৰ্মা

33. Which one of the following sports does not use a ball?
নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়?

a) Golf গ'ল্ফ
b) Lawn Tennis ল'ন টেনিছ
c) Table Tennis টেবুল টেনিছ
d) Badminton বেডমিণ্টন

Ans:- d) Badminton বেডমিণ্টন

34. Which state is the North-Eastern Police Academy located in?
নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত?

a) Assam অসম
b) Meghalaya মেঘালয়
c) Arunachal Pradesh অৰুণাচল প্ৰদেশ
d) Manipur মণিপুৰ

Ans:- b) Meghalaya মেঘালয়

35. Who is the first Law and Justice Minister of Independent India?
স্বাধীন ভাৰতৰ প্ৰথম গৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন?

a) Vallabhbhai Patel বল্লভভাই পেটেল
b) Maulana Abul Kalam Azad মৌলানা আবুল কালাম আজাদ
c) C. Rajagopalachari চি. ৰাজাগোপালাচাৰী
d) B.R. Ambedkar বি. আৰ. আম্বেদকাৰ

Ans:- d) B.R. Ambedkar বি. আৰ. আম্বেদকাৰ

36. The National Inter-School football tournament in India is played for -
ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্নামেণ্ট খেলা হয়, সেই বঁটাটো হৈছে -

a) Durand Cup ডুৰাণ্ড কাপ
b) Subroto Cup সুব্ৰত কাপ
c) Duleep Trophy দুলীপ ট্ৰফি
d) Irani Trophy ইৰাণী ট্ৰফি

Ans:- b) Subroto Cup সুব্ৰত কাপ

37. Tsunamis are caused in the -
চুনামি সংঘটিত হোৱা অঞ্চল হৈছে -

a) Oceans মহাসাগৰ
b) Deserts মৰুভূমি
c) High mountains উচ্চ পৰ্বত
d) Deep forests গভীৰ অৰণ্য

Ans:- a) Oceans মহাসাগৰ


38. Which of the following words does not appear in the preamble of the Constitution of India?
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই?

a) Secular চেকুলাৰ
b) Democratic ডেমোক্ৰেটিক
c) Federal ফেডাৰেল
d) Socialist ছোচিয়েলিষ্ট

Ans:- c) Federal ফেডাৰেল

39. The ancient tradition of exchanging goods for goods ( trade without currency ) is :
মুদ্ৰাবিহীন ভাৱে বয়বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে :

a) Paik System পাইক প্ৰথা
b) Barter System বিনিময় প্ৰথা
c) Banking System বেংক সেৱা
d) Rayat System ৰায়ত প্ৰথা

Ans:- b) Barter System বিনিময় প্ৰথা

40. The famous dish "Dal Baati Churma" is typically served in the state of :
"দাল-বাটি-চুৰমা" নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিবেশন কৰা হয়?

a) Punjab পাঞ্জাৱ
b) Rajasthan ৰাজস্থান
c) Bihar বিহাৰ
d) Odisha উৰিষ্যা

Ans:- b) Rajasthan ৰাজস্থান

41. Which schedule of the Indian Constitution has made provisions for autonomous administration for hills and tribal regions of North East India?
ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ-পূব ভাৰতত পাহাৰ ও জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে?

a) Sixth Schedule ষষ্ঠ অনুসূচী
b) Fifth Schedule পঞ্চম অনুসূচী
c) Eighth Schedule অষ্টম অনুসূচী
d) Ninth Schedule নৱম অনুসূচী

Ans:- a) Sixth Schedule ষষ্ঠ অনুসূচী

42. Which of the following countries is in South America?
নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত?

a) Somalia ছোমালিয়া
b) Bolivia বলিভিয়া
c) Tasmania টাছমেনিয়া
d) Cambodia কম্বোডিয়া

Ans:- b) Bolivia বলিভিয়া

43. Where is the Assam State Museum located?
অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত?

a) Majuli মাজুলী
b) Guwahati গুৱাহাটী
c) Nagaon নগাওঁ
d) Kohora কঁহৰা

Ans:- b) Guwahati গুৱাহাটী

44. In which year did Doordarshan start colour television programme in India?
কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল?

a) 1991
b) 1985
c) 1980
d) 1982

Ans:- d) 1982

45. Which of the following is NOT an element?
নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়?

a) Tin টিন
b) Mercury পাৰদ
c) Iodine আয়'ডিন
d) Quartz কোৱাৰ্জ

Ans:- d) Quartz কোৱাৰ্জ

46. Which of the following is celebrated on May 8 every year?
প্ৰতিবছৰে মে' মাহৰ ৮ তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়?

a) Environment Day পৰিবেশ দিৱস
b) No Tobacco Day ধঁপাত নিষিদ্ধ দিৱস
c) Labour Day শ্ৰমিক দিৱস
d) Red Cross and Red Crescent Day ৰেডক্ৰছ এণ্ড ৰেডক্ৰিশ্চেন্ট দিৱস

Ans:- d) Red Cross and Red Crescent Day ৰেডক্ৰছ এণ্ড ৰেডক্ৰিশ্চেন্ট দিৱস

47. Who was awarded the Ramon Magsaysay Award in 1994 in the category of Government Service?
১৯৯৪ বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন-মেগচেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল?

a) Arvind Kejriwal অৰবিন্দ কেজৰিৱাল
b) T.N. Seshan টি. এন. চেছান
c) Dr. Kiran Bedi ড৹ কিৰণ বেদী
d) Chintaman D. Deshmukh চিন্তামন ডি. দেশমুখ

Ans:- c) Dr. Kiran Bedi ড৹ কিৰণ বেদী

48. If a person is transacting in "Taka", which country the person is in?
এজন ব্যক্তিয়ে যদি "টাকা"ৰে ধন বিনিময় কৰে, তেন্তে তেওঁ কোনখন দেশত আছে?

a) Nepal নেপাল
b) Pakistan পাকিস্তান
c) Cambodia কম্বোডিয়া
d) Bangladesh বাংলাদেশ

Ans:- d) Bangladesh বাংলাদেশ

49. Chanakya, the author of Arthashastra was a minister in the court of:
অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল?
a) Ashoka অশোক
b) Samudragupta সমুদ্ৰগুপ্ত
c) Chandragupta Maurya চন্দ্ৰগুপ্ত মৌৰ্য্য
d) Bindusara বিন্দুসাৰ

Ans:- c) Chandragupta Maurya চন্দ্ৰগুপ্ত মৌৰ্য্য

50. Who amongst the following was an explorer to visit India during the reign of Muhammad bin Tughlaq?
নিম্নলিখিত কোন গৰাকী অভিযাত্ৰীয়ে মহম্মদ-বিন-টোগলকৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল?

a) Fahien ফাহিয়েন
b) Hieun Tsang হিউৱেন-চাং
c) Vasco da Gama ভাস্কো দা গামা
d) Ibn Battuta ইবন বতুতা

Ans:- d) Ibn Battuta ইবন বতুতা

51. The Durand Line forms the dividing border between -
ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে, সেই দুখন দেশ হৈছে -

a) Pakistan and Afghanistan পাকিস্থান আৰু আফগানিস্থান
b) Pakistan and India পাকিস্থান আৰু ভাৰত
c) India and Burma (Myanmar) ভাৰত আৰু ব্ৰহ্মদেশ
d) India and Bangladesh ভাৰত আৰু বাংলাদেশ

Ans:- a) Pakistan and Afghanistan পাকিস্থান আৰু আফগানিস্থান

52. Counter-Insurgency and Jungle Warfare School is located in Mizoram at ___.
কাউণ্টাৰ ইনচাৰ্জেঞ্চী এণ্ড জাংগল ওৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত?

a) Aizawl আইজল
b) Lunglei লুংলে
c) Serchhip চাৰছিপ
d) Vairengte ভাইৰেংটে

Ans:- d) Vairengte ভাইৰেংটে

53. The first private bank of Assam set up in the year 1926 was - 
১৯২৬ চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে:

a) Assam Co-operative Apex Bank Limited 
অসম কোপাৰেটিভ এপেক্স বেংক লিমিটেড
b) The Gauhati Vikash Bank
দ্যা গৌহাটী বেংক লিমিটেড
c) Assam Gramin Vikash Bank
অসম গ্ৰামীণ বিকাশ বেংক
d) Lakhimi Gaonlia Bank
লখিমী গাঁৱলীয়া বেংক

Ans:- b) The Gauhati Vikash Bank
দ্যা গৌহাটী বেংক লিমিটেড

54. The angular distance of any place from the Prime Meridian measured towards East and West is called -
মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয় - 

a) Latitude আক্ষাংশ
b) Altitude উচ্চতা
c) Longitude দ্ৰাঘিমাংশ
d) Amplitude বিস্তাৰ

Ans:- c) Longitude দ্ৰাঘিমাংশ

55. Which of the following pairs is NOT correctly matched?
নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰজিতা খোৱা নাই?

a) Hydrosphere : Water হাইড্ৰস্ফিয়াৰ : পানী
b) Biosphere : Environment বায়'স্ফিয়াৰ : পৰিবেশ
c) Atmosphere : Air এটম'স্ফিয়াৰ : বায়ু
d) Lithosphere : Land লিথ'স্ফিয়াৰ : স্থল

Ans:- b) Biosphere : Environment বায়'স্ফিয়াৰ : পৰিবেশ

56. Animals that feed on green plants are known as -
সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায়?

a) Omnivorous অ'মনিভোৰাছ
b) Carnivorous কাৰ্নিভোৰাছ
c) Cannibals কেনিবেলছ
d) Herbivorous হার্বিভোৰাছ

Ans:- d) Herbivorous হার্বিভোৰাছ

57. The first modern theatre hall of Assam, the 'Baan Theatre' is located in -
অসমৰ প্ৰথমটো আধুনিক ৰঙ্গমঞ্চ 'বান থিয়েটাৰ' কোন ঠাইত অৱস্থিত?

a) Guwahati গুৱাহাটী
b) Jorhat যোৰহাট
c) Tezpur তেজপুৰ
d) Nagaon নগাঁও

Ans:- c) Tezpur তেজপুৰ

58. Which of the following pairs is NOT correct?
নিম্নলিখিত কোনটো যুগ্ম এক শুদ্ধ নহয়?

a) Geology : Earth 
ভূতত্ত্ব : পৃথিৱী
b) Meteorology : Atmosphere
বতৰ বিজ্ঞান : বায়ু মণ্ডল
c) Zoology : Animals
প্ৰাণী বিজ্ঞান : প্ৰাণী
d) Astrology : Space
জ্যোতিষ শাস্ত্ৰ : মহাকাশ

Ans:- d) Astrology : Space
জ্যোতিষ শাস্ত্ৰ : মহাকাশ

Post a Comment

Previous Post Next Post