শেষত

শেষত


ঈশ্বৰৰ দেশতে মানুহ হ’ব
নোৱাৰিলো 
দুহাত মেলিও আৱেগবোৰ বুকুতে ৰাখিলো,
বিপন্ন সময়ৰ শেষত 
কি দি যাম বসন্তৰ এই অৰণ্যক .... 

✍️ ৰূপজ্যোতি চাংমাই


---------------------------------------------------------------------------------------------------------------


মৰুভূমিৰ গান


✍️ ৰূপজ্যোতি চাংমাই

মৰুময় হৃদয়ত তাইৰ 
পথাৰৰ বেদনা
মোৰ বুকুত বাৰিষা  

ভয় এটা কলিজাত দকৈ শিপাইছে 
তাইৰ দুকুৰি বসন্তৰ বুকুত এডৰা কেকটাছ বাগিছা ৷
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"পিতৃৰ দৃষ্টিত জুবিন"

কপিল ঠাকুৰে পুত্ৰ জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা গ্ৰন্থখনৰ কিছু অনুভৱ - ঋতুপৰ্ণ বৰা

সম্পূৰ্ণ পঢ়ক →