তিয়ঁহৰ উপকাৰিতা

Embed from Getty Images

১/ তিয়ঁহত A, B, আৰু C ভিটামিন পোৱা যায় গতিকে শৰীৰত ভিটামিন যোগান ধৰা প্ৰক্ৰিয়াত সহায় কৰে।

২/ তিয়ঁহ খালে ডায়েবেটিজ, ব্লাড প্ৰেচাৰ, শৰীৰৰ খাৰ অম্লৰ নিয়ন্ত্ৰণ কৰে।

৩/ তিয়ঁহ চকু, গাল আদিত চকলিয়াই ব্যৱহাৰ কৰিলে দাগ আতৰে, শালমইনা ৰোধ কৰে, ছাল শুকান হৈ থকাৰ পৰা দূৰত ৰাখে।

৪/ কীট-প্ৰতঙ্গই কামুৰিলে তিয়ঁহৰ চকল লগালে বিষ দূৰ হয়।

৫/ তিয়ঁহ খালে ইউৰিক এচিড কমাই বুলি কোৱা হয়।

৬/ তিয়ঁহ খালে হজম শক্তি বৃদ্ধি কৰে।

৭/ তিয়ঁহ বাকলি নুগুচোৱাকৈ খালে ক্লৰিণ, ছালফাৰ, মেগনেছিয়াম, ছিলিকন, চডিয়াম, পটাছিয়াম আদি উপাদান পোৱা যায়।

বিঃদ্ৰঃ - এই লিখনিটো সাধাৰণ তথ্যৰ ভিত্তিত দিয়া হৈছে। অধিক তথ্য আৰু সহায়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। 

Post a Comment

Previous Post Next Post