MEESHO কি ? MEESHO ব্যৱসায়ৰ যোগেদি কেনেদৰে দৈনিক টকা উপাৰ্জন কৰিব পাৰি ?

to earn money online          how to make money facebook   


MEESHO হৈছে ভাৰতীয় অনলাইন ব্যৱসায়। এই ব্যৱসায়ৰ যোগেদি আমি দৈনন্দিন জীৱনত বিবহাৰ্য্য সামগ্ৰী সমূহ যেনে- কাপোৰ কানি, জোতা, চচমা, শাৰী, বেগ, বিচনা চাদৰ, Electronic সামগ্ৰী সমূহ আৰু বহুতো বস্তু (FLIPCART, AMAZON ত উপলব্ধ সামগ্ৰী সমূহৰ দৰে) উচিত মূল্যৰ বিনিময়ত RESELL কৰিব পাৰো। MEESHO ত সামগ্ৰী সমূহৰ মূল্য কম, QUALITY আন আন ONLINE SHOPPING SITE ত উপলব্ধ সামগ্ৰী সমূহৰ দৰেই। (ধৰা হল এযোৰ জোতা MEESHO ত মূল্য 600 টকা, সেইযোৰ জোতা MEESHO ৰ reseller সকলে ফেচবুকৰ MARKETPLACE, INSTAGRAM, WHATSAPP আদিৰ যোগেদি সঠিক মূল্যত বিক্ৰী কৰিব পাৰে। MEESHO ত মূল্য 600+ Mergin (আপুনি যোগ দিয়া মূল্য) 100= 700 টকা। গতিকে জোতাযোৰৰ মূল্য হল 700 টকা। Margin আপুনি ধৰা মূল্য, মানে জোতা যোৰৰ পৰা আপুনি লাভ কৰিব 100 টকা।)


  (MEESHO ৰ বিষয়ে Wikipedia ত)


MEESHO Application ৰ যোগেদি আমি সামগ্ৰী সমূহৰ Advertise ফেচবুকৰ MARKETPLACE, INSTAGRAM, WHATSAPP আদি সামাজিক গণমাধ্যমত প্ৰচাৰ কৰি দৈনিক অধিক Resell কৰিব পাৰো। MEESHO ত জইন হবলৈ আমি কোনোধৰণৰ পইচা বিনিয়োগ(INVEST) কৰিব নালাগে। এই ব্যৱসায় 0 শূন্যৰ পৰা আৰম্ভ কৰিব পাৰিব সকলোৱে, কেৱল আমাক লাগিব এটা মোবাইল ফোন ইণ্টাৰনেটৰ সংযোগ সহ, ফেচবুক একাউণ্ট, INSTAGRAM একাউণ্ট, WHATSAPP একাউন্ট হলেই হয় আৰু যদিহে ব্যৱসায় অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে অন্যান্য সামাজিক গণমাধ্যম বাছি লব পৰা যায়, যাৰ সহায়ত আমি MEESHO ৰ সামগ্ৰী সমূহ উচিত মূল্যৰ বিনিময়ত বিক্ৰী কৰিব পাৰোঁ।

MEESHO ত জইন হবলৈ আমাৰ এটা ইণ্টাৰনেটত সংযোগ সহ মোবাইল ফোন, এটা Email একাউন্ট আৰু আমাৰ ঠিকনা সহ বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা, বেংক একাউন্ট নম্বৰ, IFSC CODE, BANK HOLDER NAME SUBMIT কৰিব লাগিব, কাৰণ আপুনি সামগ্ৰী বিক্ৰী কৰাই যি লাভ উপাৰ্জন কৰিব সেই লাভ MEESHO ই আপোনাৰ বেংক একাউন্টলৈ প্ৰেৰণ কৰিব।
এনেদৰেই MEESHO ONLINE RESELL ব্যৱসায় কৰি সুন্দৰ উপাৰ্জন কৰিব পাৰি।
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব