ডাষ্টবিনৰ সপোন

ডাষ্টবিনৰ সপোন ....

(দুই)

✒অভিজিত মাৰ্ঘেৰিটা



ক্ৰমাগতভাবে মহানগৰৰ ব্যস্ততা বাঢ়ি গৈছে আৰু আন দিনাৰ দৰেই সেইদিনাও লৰাজনে ভায়েকলৈ বুলি লৈ আহে এটোপোলা ধুলি বালি সংমিশ্ৰিত ভাত |ভাতৰ টোপোলাটো দেখি সৰু লৰাটো ককায়েকৰ ওচৰলৈ দৌৰ মাৰি যাই আৰু কাষতে থকা পানীৰ টেপটোত ধুলি বালি মিহলি হৈ থকা ভাত খিনি ধুৱে আৰু কেইদিন  মানৰ আগত  এজন ভদ্ৰলোকে জাবৰৰ দমৰ সৈতে পেলাই দিয়া নিমখৰ টেমাটোত বাহিৰলৈ উলিয়াই আনি পানী অলপ সোমোৱাই সেই পানী খিনি ভাত খিনিত ঢালি পলিথিনটোৰ পৰা ভাত  ওলিয়াই পৰম তৃপ্তিৰে খাবলৈ ধৰে |সচাঁ‌ই পেটৰভোকে একো নুবুজে  তথাপিও এই শিশু দুটাই চুৰি বৃত্তিৰ সহায় নাইলোৱা |ভাতমুঠি খাই পলিথিনটো নি কাষৰ পানী টেপটোৰ ওচৰত থকা ডাষ্টবিনটোত পেলাই |ডাষ্টবিনটোত লিখা  USE ME কথাষাৰৰ গুৰুত্ব ব্যস্হভৰা মহানগৰীৰ এজন ভদ্ৰলোকতকৈ এই শিশু দুজনে হয়তো বেছিকৈ বুজে |
পেট পূজাৰ অন্তত দুয়ো  ভাই ককাই নিজৰ কৰ্মৰ বাবে ওলাই যায় | ভায়েক সৰ্বশিক্ষা অভিযানৰ অৰ্ন্তগত  এখন  প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ এজন মেধাগুন সম্পন্ন ছাত্ৰ |বোকাৰ মাজতেই নিৰবছিন্ন ভাবে এনেদৰেই ফুলিছে এইপাহ ফুলআৰু ককায়েক অন্যদিনৰ দৰে হোটেলৰ কাঁহি বাতি ধুবলৈ |এলাহক প্ৰশ্বয় নিদি একমাত্ৰ ভায়েকৰ সোণালী সপোনৰ পমখেদিয়েই নিৰবিছন্ন ভাবে সেই বিকলাংগ শৰীৰেই কৰ্মব্যস্হতাৰে দিন কটাইছে |এক  প্ৰহৰমানৰ পিছত সেইডোখৰ  ঠাইলৈ  কেইজনমান লৰা  আহে সেইকেইটাও চহৰৰ পৰিচিত নাম ক্ৰমে ...প্ৰকাশ,জেনাক আৰু বানপীড়িত আকাশ ....


Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ভাৰতৰ বাবে সুখবৰ: মুকলি হ’ল দেশৰ নিজা AI চাটবট"

Sarvam AI Indus

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব