শ্ৰেষ্ঠত্বৰ স্বীকৃতি: ঘোষণা হ’ল ২০২০-২১ বৰ্ষৰ বহু প্ৰত্যাশিত নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা

 

অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: ২০২০ বৰ্ষৰ বিজয়ীসকলৰ তালিকা


​শ্ৰেষ্ঠ চলচ্চিত্ৰ: বেলকনিত ভগৱান
​অন্য ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ: ছেমখৰ
শ্ৰেষ্ঠ পৰিচালক: বিশ্বজিৎ বৰা (চলচ্চিত্ৰ: বেলকনিত ভগৱান)
​শ্ৰেষ্ঠ অভিনেতা: হৰিশ খান্না (চলচ্চিত্ৰ: বেলকনিত ভগৱান)
​শ্ৰেষ্ঠ অভিনেত্ৰী: মন্দাকিনী গোস্বামী (চলচ্চিত্ৰ: মন্টুৰ মনটো)
​শ্ৰেষ্ঠ সহ অভিনেতা: বাহাৰুল ইছলাম (চলচ্চিত্ৰ: গৰু)
​শ্ৰেষ্ঠ সহ অভিনেত্ৰী: অনিন্দিতা দাস (চলচ্চিত্ৰ: ব্ৰীজ)
​শ্ৰেষ্ঠ নৱাগত পৰিচালক: বিশাল পি চলিহা (চলচ্চিত্ৰ: ছিজু)
​শ্ৰেষ্ঠ নৱাগত অভিনেতা: সৌমৰ জ্যোতি বৰা (চলচ্চিত্ৰ: ৰিয়াজ)
​শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী: শিৱাৰাণী কলিতা (চলচ্চিত্ৰ: ব্ৰীজ)
​শ্ৰেষ্ঠ অভিনেতা (কৌতুক চৰিত্ৰ): কমল লোচন (চলচ্চিত্ৰ: গৰু)
​শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ: জিণ্টু ভট্টাচাৰ্য আৰু ৰমেন বৰা (চলচ্চিত্ৰ: মন্টুৰ মনটো)
​শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী: প্ৰদীপ দৈমাৰী (চলচ্চিত্ৰ: ছেমখৰ)
​শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ): শংকুৰাজ কোঁৱৰ
​শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (মহিলা): জুবলী বৰুৱা
​শ্ৰেষ্ঠ গীতিকাৰ: ৰাজদ্বীপ
​জুৰীৰ বিশেষ বঁটা: কল্পনা কলিতা

​অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: ২০২১ বৰ্ষৰ বিজয়ীসকলৰ তালিকা



​শ্ৰেষ্ঠ চলচ্চিত্ৰ: শব্দ, নিঃশব্দ, কোলাহল
​অন্য ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ: বুম্বা ৰাইড
​শ্ৰেষ্ঠ পৰিচালক: ধনজিৎ দাস (চলচ্চিত্ৰ: শব্দ, নিঃশব্দ, কোলাহল)
​শ্ৰেষ্ঠ অভিনেতা: জীত বৰুৱা (চলচ্চিত্ৰ: শব্দ, নিঃশব্দ, কোলাহল)
​শ্ৰেষ্ঠ অভিনেত্ৰী: প্ৰণামী বৰা (চলচ্চিত্ৰ: বুলু ফিল্ম)
​শ্ৰেষ্ঠ সহ অভিনেতা: বলৰাম দাস (চলচ্চিত্ৰ: অনুৰ)
​শ্ৰেষ্ঠ সহ অভিনেত্ৰী: ৰাজশ্ৰী শৰ্মা (চলচ্চিত্ৰ: অনুৰ)
​শ্ৰেষ্ঠ নৱাগত পৰিচালক: প্ৰাঞ্জল কুমাৰ শইকীয়া (চলচ্চিত্ৰ: অকমান)
​শ্ৰেষ্ঠ নৱাগত অভিনেতা: আশেন্দ্ৰ দাস (চলচ্চিত্ৰ: ব্ৰ’কেন ছ’ল)
​শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী: বিদ্যা ভাৰতী (চলচ্চিত্ৰ: অনুৰ)
​শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ: ৰীমা বৰা (চলচ্চিত্ৰ: নৈ)
​শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী: চন্দ্ৰ কুমাৰ দাস (চলচ্চিত্ৰ: বুলু ফিল্ম আৰু শব্দ, নিঃশব্দ, কোলাহল)
​শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ): ৰূপম ভূঞা (চলচ্চিত্ৰ: অনুৰ)
​শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (মহিলা): মামনি কলিতা (চলচ্চিত্ৰ: বুলু ফিল্ম)
​শ্ৰেষ্ঠ গীতিকাৰ: হীৰেন ভট্টাচাৰ্য (চলচ্চিত্ৰ: ছেভেন্থ স্ট্ৰিং)
​জুৰীৰ বিশেষ বঁটা: স্বাগতা ভড়ালী (চলচ্চিত্ৰ: শব্দ, নিঃশব্দ, কোলাহল)
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব