Puhor bisari jau পোহৰ বিচাৰি যাওঁ

A Website for History, Assamese Unicoded Literature, Health, Gk, Science and Technology, Travelling, Recipe etc

Friday, June 5, 2020

মেট্ৰিক পৰীক্ষা আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট চাবৰ বাবে ৱেবছাইট সমূহ


মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ২০২০ চনৰ ৬ জুন তাৰিখে ঘোষণা কৰিব SEBA ই। মেট্ৰিকৰ ফলাফল চাবৰ বাবে ৱেবচাইটৰ লিংক - www.sebaonline.org আৰু SEBA ৰিজাল্ট এপ্লিকেচনতো চাব পাৰে। গুগল প্লে ষ্টৰত SEBA ৰিজাল্ট এপ্লিকেচন উপলব্ধ, লিংক - https://play.google.com/store/apps/details?id=seba.assam.shiksha&hl=en । SMS ত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট পাবলৈ SEBA20<space>Roll Number লিখি 57766 লৈ প্ৰেৰণ কৰিব লাগিব।




হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ২০২০ চনৰ ২৫ জুন তাৰিখে ঘোষণা কৰিব AHSEC য়ে। হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট চাবৰ বাবে ৱেবছাইটৰ লিংক - www.ahsec.nic.in , www.resultsassam.nic.in ত চাব পাৰিব। মোবাইল এপ্লিকেচনত হায়াৰ চেকেণ্ডাৰী ৰিজাল্ট চাবৰ বাবে গুগল প্লে ষ্টৰত থকা AHSEC Result 2020 এপ্লিকেচন লিংক - https://play.google.com/store/apps/details?id=com.app.ahsec



3 comments: