অসমীয়া সাধাৰণ জ্ঞান

 

১/ প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল আৰু কিমান চনত সমাপ্ত হৈছিল?
উত্তৰ:- ১৯১৪ চনৰ পৰা ১৯১৮ চনলৈ।

২/ দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ।

৩/ পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ২১ এপ্ৰিল, ১৫২৬ চনত।

৪/ পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ৫ নৱেম্বৰ, ১৫৫৬ চনত।

৫/ পানিপথৰ তৃতীয় যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৪ জানুৱাৰী, ১৭৬১ চনত।

৬/ অসম আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ হৈছিল?
উত্তৰ:- ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ।

৭/ ভাৰতত প্ৰথম টেলিভিছন সেৱা কিমান চনত আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৫৯ চনত।

৮/ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰযান-১ কিমান চনত উৎক্ষেপন কৰিছিল?
উত্তৰ:- ২০০৮ চনত।

৯/ প্ৰথম ভাৰতীয় উপগ্ৰহটোৰ নাম কি?
উত্তৰ:- আৰ্যভট্ট - ১৯৭৫ চন।

১০/ কাৰ্গিল যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৯৯৯ চনত।

১১/ হিৰোচিমা আৰু নাগাচাকিত বোমা বিস্ফোৰণ কিমান চনত হৈছিল?
উত্তৰ:- ১৯৪৫ চনত।

১২/ বিশ্বৰ আটাইতকৈ ওখ মূৰ্তিটোৰ নাম কি?
উত্তৰ:- Statue of Unity

১৩/ ইণ্টাৰনেট সেৱা ভাৰতলৈ পোন প্ৰথমে কিমান চনত আহিছিল?
উত্তৰ:- ১৯৯৫ চনত।

১৪/ জাপানত ছুনামী কিমান চনত আহিছিল?
উত্তৰ:- ১১ মাৰ্চ, ২০১১ চন।

১৫/ ভাৰতত প্ৰথম ৰেল কিমান চনত চলিছিল আৰু কোন দুখন ঠাইৰ মাজত চলিছিল?
উত্তৰ:- ১৮৫৩ চনত বোম্বেৰ পৰা থানেলৈ চলিছিল।

১৬/ The Land of Five Rivers বুলি কোনখন ৰাজ্যক কোৱা হয়?
উত্তৰ:- পঞ্জাৱ।

১৭/ মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল?
উত্তৰ:- ২ অক্টোবৰ, ১৮৬৯ চনত।

১৮/ অসমৰ নেপোলিয়ান বুলি কাক কোৱা হয়?
উত্তৰ:- চুহুংমুং বা দিহিঙীয়া ৰজাক।

১৯/ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল?
উত্তৰ:- ২৮ ডিচেম্বৰ, ১৮৮৫ চনত।

২০/ তেজপুৰ বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল?
উত্তৰ:- ১৯৯৪ চনত।

২১/ তলৰ কোনখন ৰাজ্যক জৈৱিক কৃষি ৰাজ্য বুলি কোৱা হয়?

a) অসম
b) মেঘালয়
c) মিজোৰাম
d) ছিক্কিম

উত্তৰ:- d) ছিক্কিম

২২/ সত্ৰীয়া চিত্ৰকলা কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:- শংকৰদেৱ।

২৩/ ৰত্নাৱলী ৰচনা কোনে কৰিছিল?
উত্তৰ:- হৰ্ষ।Harsha

২৪/ মহাভাৰত ৰচনা কোনে কৰিছিল?
উত্তৰ:- মহাকবি ব্যাস।

২৫/ ৰামায়ণ ৰচনা কোনে কৰিছিল?
উত্তৰ:- বাল্মিকী।

২৬/ গীতাঞ্জলী ৰচনা কোনে কৰিছিল?
উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ।

২৭/ ৰামচৰিত মানস ৰচনা কোনে কৰিছিল?
উত্তৰ:- তুলসী দাস।

২৮/ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু মৃত্যু কিমান চনত হৈছিল?
উত্তৰ:- জন্ম - ১৪৪৯ চন / মৃত্যু - ১৫৬৮ চন।

২৯/ মৃচ্ছকটিক ৰচনা কোনে কৰিছিল?
উত্তৰ:- সুদ্ৰক Shudraka

৩০/ পঞ্চতন্ত্ৰ ৰচনা কোনে কৰিছিল?
উত্তৰ:- বিষ্ণু শৰ্মা।

৩১/ আনন্দ মঠ ৰচনা কোনে কৰিছিল?
উত্তৰ:- বঙ্কিমচন্দ্র চট্টোপাধ্যায়।

৩২/ কামসূত্ৰ ৰচনা কোনে কৰিছিল?
উত্তৰ:- বাৎস্যায়ন Vātsyāyana

৩৩/ গীতগোবিন্দ ৰচনা কোনে কৰিছিল?
উত্তৰ:- জয়দেৱ।

৩৪/ মনুস্মৃতি ৰচনা কোনে কৰিছিল?
উত্তৰ:- মনু।

৩৫/ হৰ্ষচৰিত ৰচনা কোনে কৰিছিল?
উত্তৰ:- বাণভট্ট।

৩৬/ অভিজ্ঞান শকুন্তলম কোনে ৰচনা কৰিছিল?
উত্তৰ:- কালিদাস।

৩৭/ মুদ্ৰা ৰাক্ষস ৰচনা কোনে কৰিছিল?
উত্তৰ:- বিশাখাদত্ত Vishaka Dutta

৩৮/ ঋতুসংহাৰ কোনে ৰচনা কৰিছিল?
উত্তৰ:- কালিদাস।

৩৯/ মেঘদূত ৰচনা কোনে কৰিছিল?
উত্তৰ:- কালিদাস।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব