অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা List of chief ministers of Assam

  অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

নং

অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

কাৰ্যকাল

দল

গোপীনাথ বৰদলৈ

১১ ফেব্ৰুৱাৰী ১৯৪৬-৬ আগষ্ট ১৯৫০

ভাৰতীয় জাতীয় কংগ্ৰেছ

বিষ্ণুৰাম মেধি

৯ আগষ্ট ১৯৫০-২৭ ডিচেম্বৰ ১৯৫৭

ভাৰতীয় জাতীয় কংগ্ৰেছ

বিমলা প্ৰসাদ চলিহা

২৮ ডিচেম্বৰ ১৯৫৭-৬ নৱেম্বৰ ১৯৭০

ভাৰতীয় জাতীয় কংগ্ৰেছ

মহেন্দ্ৰ মোহন চৌধুৰী

১১ নৱেম্বৰ ১৯৭০-৩০ জানুৱাৰী ১৯৭২

ভাৰতীয় জাতীয় কংগ্ৰেছ

শৰৎ চন্দ্ৰ সিংহ

৩১ জানুৱাৰী ১৯৭২-১২ মাৰ্চ ১৯৭৮

ভাৰতীয় জাতীয় কংগ্ৰেছ

গোলাপ বৰবৰা

১২ মাৰ্চ ১৯৭৮-৪ ছেপ্টেম্বৰ ১৯৭৯

জনতা পাৰ্টি

যোগেন্দ্ৰ নাথ হাজৰিকা

৯ ছেপ্টেম্বৰ ১৯৭৯-১১ ডিচেম্বৰ ১৯৭৯

জনতা পাৰ্টি

চৈয়দা আনোৱাৰা টাইমূৰ

৬ ডিচেম্বৰ ১৯৮০-৩০ জুন ১৯৮১

ভাৰতীয় জাতীয় কংগ্ৰেছ

কেশৱ চন্দ্ৰ গগৈ

১৩ জানুৱাৰী ১৯৮২-১৯ মাৰ্চ ১৯৮২

ভাৰতীয় জাতীয় কংগ্ৰেছ

১০

হিতেশ্বৰ শইকীয়া

২৭ ফেব্ৰুৱাৰী ১৯৮৩-২৩ ডিচেম্বৰ ১৯৮৫

ভাৰতীয় জাতীয় কংগ্ৰেছ

১১

প্ৰফুল্ল কুমাৰ মহন্ত

২৪ ডিচেম্বৰ ১৯৮৫-২৮ নৱেম্বৰ ১৯৯০

অসম গণ পৰিষদ

১২

হিতেশ্বৰ শইকীয়া

৩০ জুন ১৯৯১-২২ এপ্ৰিল ১৯৯৬

ভাৰতীয় জাতীয় কংগ্ৰেছ

১৩

ভূমিধৰ বৰ্মন

২২ এপ্ৰিল ১৯৯৬-১৪ মে১৯৯৬

ভাৰতীয় জাতীয় কংগ্ৰেছ

১৪

প্ৰফুল্ল কুমাৰ মহন্ত

১৫ মে১৯৯৬-১৭ মে২০০১

অসম গণ পৰিষদ

১৫

তৰুণ গগৈ

১৭ মে২০০১-২৪ মে২০১৬

ভাৰতীয় জাতীয় কংগ্ৰেছ

১৬

সৰ্বানন্দ সোণোৱাল

২৪ মে২০১৬-১০ মে২০২১

ভাৰতীয় জনতা পাৰ্টি

১৭

হিমন্ত বিশ্ব শৰ্মা

১০ মে২০২১-বৰ্তমানলৈকে

ভাৰতীয় জনতা পাৰ্টি


 

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব