প্ৰতি বছৰে ৩১ অক্টোবৰ তাৰিখে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসৰ (National Unity Day) দিনা এই 'কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক' সমূহ ঘোষণা কৰা হয়।
Investigation Field -
ড° ভি. শিৱ প্ৰসাদ গঞ্জলা, SP
শ্ৰী কমল চন্দ্ৰ ৰাজবংশী, CIRCLE INSPECTOR
শ্ৰী পৃথ্বীৰাজ ৰাজখোৱা, ADDL. SP
শ্ৰী মৌতি বসুমতাৰী, SI OF POLICE
Special Operation Field -
ড° পাৰ্থ সাৰথি মহন্ত, COMMISSIONER OF POLICE
শ্ৰী প্ৰণৱ কুমাৰ পেগু, SSP
শ্ৰী কল্যাণ কুমাৰ পাঠক, ADDL. SP
শ্ৰী অনুৰাগ শৰ্মা, ADDL. DCP
শ্ৰীমতী ৰজী তালুকদাৰ, ADDL. SP
শ্ৰী কমলেশ সিং, INSPECTOR
শ্ৰী ভাস্কৰ মল্ল পাটোৱাৰী, INSPECTOR
শ্ৰী চন্দন জ্যোতি বৰা, INSPECTOR
শ্ৰী বিক্ৰম বসুমতাৰী, INSPECTOR
ড° শংকৰ জ্যোতি নাথ, INSPECTOR
শ্ৰী কপিল পাঠক, INSPECTOR
শ্ৰী ৰোহিত দাস, SI
শ্ৰীমতী অংখুমী কলিতা, SI
শ্ৰীমতী ডেইজী নাথ, SI
শ্ৰীমতী জিতুমণি ৰাভা, SI
শ্ৰী প্ৰণৱ জ্যোতি ভট্টাচাৰ্য্য, SI
শ্ৰী আহমেদ আলী, ASI
শ্ৰী কমল বড়ো, LANCE NAIK
শ্ৰী বকুল মেধি, CONSTABLE
