মেট্ৰিক পৰীক্ষা আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট চাবৰ বাবে ৱেবছাইট সমূহ


মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ২০২০ চনৰ ৬ জুন তাৰিখে ঘোষণা কৰিব SEBA ই। মেট্ৰিকৰ ফলাফল চাবৰ বাবে ৱেবচাইটৰ লিংক - www.sebaonline.org আৰু SEBA ৰিজাল্ট এপ্লিকেচনতো চাব পাৰে। গুগল প্লে ষ্টৰত SEBA ৰিজাল্ট এপ্লিকেচন উপলব্ধ, লিংক - https://play.google.com/store/apps/details?id=seba.assam.shiksha&hl=en । SMS ত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট পাবলৈ SEBA20<space>Roll Number লিখি 57766 লৈ প্ৰেৰণ কৰিব লাগিব।




হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ২০২০ চনৰ ২৫ জুন তাৰিখে ঘোষণা কৰিব AHSEC য়ে। হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট চাবৰ বাবে ৱেবছাইটৰ লিংক - www.ahsec.nic.in , www.resultsassam.nic.in ত চাব পাৰিব। মোবাইল এপ্লিকেচনত হায়াৰ চেকেণ্ডাৰী ৰিজাল্ট চাবৰ বাবে গুগল প্লে ষ্টৰত থকা AHSEC Result 2020 এপ্লিকেচন লিংক - https://play.google.com/store/apps/details?id=com.app.ahsec



2 Comments

Previous Post Next Post