১/ অসমৰ জাতীয় শ্লোগান কি ?
উত্তৰ:- জয় আই অসম।
২/ অসমৰ জাতীয় সংগীত কি ?
উত্তৰ:- অ' মোৰ আপোনাৰ দেশ।
৩/ অসমৰ জাতীয় উৎসৱ কি ?
উত্তৰ:- বিহু।
৪/ অসমৰ জাতীয় নৃত্য কি ?
উত্তৰ:- বিহু নৃত্য।
৫/ অসমৰ ৰাজ্যিক ভাষা কি ?
উত্তৰ:- অসমীয়া ভাষা।
৬/ অসমৰ ৰাজ্যিক ফুল কি ?
উত্তৰ:- কপৌ ফুল।
৭/ অসমৰ জাতীয় জন্তু কি ?
উত্তৰ:- এশিঙীয়া গঁড়।
৮/ অসমৰ জাতীয় পক্ষী কি ?
উত্তৰ:- দেওহাঁহ।
৯/ অসমৰ জাতীয় গছ কি ?
উত্তৰ:- হোলোং।
১০/ অসমৰ ৰাজ্যিক সাহিত্য সভা কি ?
উত্তৰ:- অসম সাহিত্য সভা।
১১/ অসমৰ জিলা কেইখন ?
উত্তৰ:- বৰ্তমান অসমৰ জিলা ৩৫ খন।
১২/ অসমৰ জিলা, জিলা সদৰ আৰু মহকুমা সমূহ :-
জিলা - তিনিচুকীয়া |
জিলাৰ সদৰ - তিনিচুকীয়া |
মহকুমা - তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া |
জিলা - ডিব্ৰুগড় |
জিলাৰ সদৰ - ডিব্ৰুগড় |
মহকুমা - ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া |
জিলা - ধেমাজী |
জিলাৰ সদৰ - ধেমাজী |
মহকুমা - ধেমাজী, জোনাই |
জিলা - চৰাইদেউ |
জিলাৰ সদৰ - সোণাৰি |
মহকুমা - চৰাইদেউ |
জিলা - শিৱসাগৰ |
জিলাৰ সদৰ - শিৱসাগৰ |
মহকুমা - শিৱসাগৰ, নাজিৰা |
জিলা - লক্ষীমপুৰ |
জিলাৰ সদৰ - উত্তৰ লক্ষীমপুৰ |
মহকুমা - উত্তৰ লক্ষীমপুৰ, বিহপুৰীয়া নাৰায়ণপুৰ, ঢকুৱাখনা |
জিলা - মাজুলী |
জিলাৰ সদৰ - গড়মূৰ |
মহকুমা - মাজুলী |
জিলা - যোৰহাট |
জিলাৰ সদৰ - যোৰহাট |
মহকুমা - যোৰহাট, তিতাবৰ |
জিলা - বিশ্বনাথ |
জিলাৰ সদৰ - বিশ্বনাথ চাৰিআলি |
মহকুমা - বিশ্বনাথ চাৰিআলি, গহপুৰ |
জিলা - গোলাঘাট |
জিলাৰ সদৰ - গোলাঘাট |
মহকুমা - গোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী |
জিলা - কাৰ্বি আংলং পূব |
জিলাৰ সদৰ - ডিফু |
মহকুমা - ডিফু, বোকাজান, হাওড়াঘাট |
জিলা - শোণিতপুৰ |
জিলাৰ সদৰ - তেজপুৰ |
মহকুমা - শোণিতপুৰ, ঢেঁকীয়াজুলি |
জিলা - নগাওঁ |
জিলাৰ সদৰ - নগাওঁ |
মহকুমা - নগাঁও, কলিয়াবৰ |
জিলা - হোজাই |
জিলাৰ সদৰ - হোজাই |
মহকুমা - হোজাই |
জিলা - কাৰ্বি আংলং পশ্চিম |
জিলাৰ সদৰ - হামৰেণ |
মহকুমা - হামৰেণ |
জিলা - ডিমা হাচাও |
জিলাৰ সদৰ - হাফলং |
মহকুমা - হাফলং, দিয়ুংব্ৰ, মাইবং |
জিলা - কাছাৰ |
জিলাৰ সদৰ - শিলচৰ |
মহকুমা - শিলচৰ, কাটিগড়া, লক্ষ্মীপুৰ, সোণাই |
জিলা - হাইলাকান্দি |
জিলাৰ সদৰ - হাইলাকান্দি |
মহকুমা - হাইলাকান্দি, কাঠলিচেৰা |
জিলা - কৰিমগঞ্জ |
জিলাৰ সদৰ - কৰিমগঞ্জ |
মহকুমা - কৰিমগঞ্জ, ৰামকৃষ্ণ নগৰ |
জিলা - মৰিগাওঁ |
জিলাৰ সদৰ - মৰিগাওঁ |
মহকুমা - মৰিগাওঁ |
জিলা - ওদালগুৰি |
জিলাৰ সদৰ - ওদালগুৰি |
মহকুমা - ওদালগুৰি, ভেৰগাঁও |
জিলা - দৰং |
জিলাৰ সদৰ - মঙলদৈ |
মহকুমা - মঙলদৈ |
জিলা - কামৰূপ মহানগৰ |
জিলাৰ সদৰ - গুৱাহাটী |
মহকুমা - গুৱাহাটী, চন্দ্ৰপুৰ, দিছপুৰ, সোণাপুৰ |
জিলা - বাক্সা |
জিলাৰ সদৰ - মুছলপুৰ |
মহকুমা - মুছলপুৰ, শালবাৰী, তামোলপুৰ |
জিলা - নলবাৰী |
জিলাৰ সদৰ - নলবাৰী |
মহকুমা - নলবাৰী, মুকালমুৱা, টিহু |
জিলা - কামৰূপ |
জিলাৰ সদৰ - অমিনগাঁও |
মহকুমা - কামৰূপ, আজাৰা, দক্ষিণ কামৰূপ, ৰঙিয়া |
জিলা - বৰপেটা |
জিলাৰ সদৰ - বৰপেটা |
মহকুমা - বৰপেটা, বজালী, কলগাছিয়া, সৰুক্ষেত্ৰী, সৰভোগ |
জিলা - চিৰাং |
জিলাৰ সদৰ - কাজলগাঁও |
মহকুমা - কাজলগাঁও |
জিলা - বঙাইগাঁও |
জিলাৰ সদৰ - বঙাইগাঁও |
মহকুমা - বঙাইগাঁও, মাণিকপুৰ, উত্তৰ শালমাৰা |
জিলা - গোৱালপাৰা |
জিলাৰ সদৰ - গোৱালপাৰা |
মহকুমা - গোৱালপাৰা, লক্ষ্মীপুৰ |
জিলা - কোকৰাঝাৰ |
জিলাৰ সদৰ - কোকৰাঝাৰ |
মহকুমা - কোকৰাঝাৰ, গোঁসাইগাঁও, পৰ্বতযোৰা |
জিলা - ধুবুৰী |
জিলাৰ সদৰ - ধুবুৰী |
মহকুমা - ধুবুৰী, বিলাসীপাৰা |
জিলা - দক্ষিণ শালমৰা-মানকাচাৰ |
জিলাৰ সদৰ - হাটশিঙিমাৰি |
মহকুমা - হাটশিঙিমাৰি |
জিলা - বজালী |
জিলাৰ সদৰ - পাঠশালা |
মহকুমা - বজালী |
জিলা - তামুলপুৰ |
জিলাৰ সদৰ - তামুলপুৰ |
মহকুমা - তামুলপুৰ মহকুমা |