অসম Assam असम


১/ অসমৰ জাতীয় শ্লোগান কি ?
উত্তৰ:- জয় আই অসম।

২/ অসমৰ জাতীয় সংগীত কি ?
উত্তৰ:- অ' মোৰ আপোনাৰ দেশ।

৩/ অসমৰ জাতীয় উৎসৱ কি ?
উত্তৰ:- বিহু।

৪/ অসমৰ জাতীয় নৃত্য কি ?
উত্তৰ:- বিহু নৃত্য।

৫/ অসমৰ ৰাজ্যিক ভাষা কি ?
উত্তৰ:- অসমীয়া ভাষা

৬/ অসমৰ ৰাজ্যিক ফুল কি ?
উত্তৰ:- কপৌ ফুল।

৭/ অসমৰ জাতীয় জন্তু কি ?
উত্তৰ:- এশিঙীয়া গঁড়।

৮/ অসমৰ জাতীয় পক্ষী কি ?
উত্তৰ:- দেওহাঁহ।

৯/ অসমৰ জাতীয় গছ কি ?
উত্তৰ:- হোলোং।

১০/ অসমৰ ৰাজ্যিক সাহিত্য সভা কি ?
উত্তৰ:- অসম সাহিত্য সভা।

১১/ অসমৰ জিলা কেইখন ?
উত্তৰ:- বৰ্তমান অসমৰ জিলা ৩৫ খন।

১২/ অসমৰ জিলা, জিলা সদৰ আৰু মহকুমা সমূহ :-

জিলা - তিনিচুকীয়া
জিলাৰ সদৰ - তিনিচুকীয়া
মহকুমা - তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া

জিলা - ডিব্ৰুগড়
জিলাৰ সদৰ - ডিব্ৰুগড়
মহকুমা - ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া

জিলা - ধেমাজী
জিলাৰ সদৰ - ধেমাজী
মহকুমা - ধেমাজী, জোনাই

জিলা - চৰাইদেউ
জিলাৰ সদৰ - সোণাৰি
মহকুমা - চৰাইদেউ

জিলা - শিৱসাগৰ
জিলাৰ সদৰ - শিৱসাগৰ
মহকুমা - শিৱসাগৰ, নাজিৰা

জিলা - লক্ষীমপুৰ
জিলাৰ সদৰ - উত্তৰ লক্ষীমপুৰ
মহকুমা - উত্তৰ লক্ষীমপুৰ, বিহপুৰীয়া নাৰায়ণপুৰ, ঢকুৱাখনা

জিলা - মাজুলী
জিলাৰ সদৰ - গড়মূৰ
মহকুমা - মাজুলী

জিলা - যোৰহাট
জিলাৰ সদৰ - যোৰহাট
মহকুমা - যোৰহাট, তিতাবৰ

জিলা - বিশ্বনাথ
জিলাৰ সদৰ - বিশ্বনাথ চাৰিআলি
মহকুমা - বিশ্বনাথ চাৰিআলি, গহপুৰ

জিলা - গোলাঘাট
জিলাৰ সদৰ - গোলাঘাট
মহকুমা - গোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী

জিলা - কাৰ্বি আংলং পূব
জিলাৰ সদৰ - ডিফু
মহকুমা - ডিফু, বোকাজান, হাওড়াঘাট

জিলা - শোণিতপুৰ
জিলাৰ সদৰ - তেজপুৰ
মহকুমা - শোণিতপুৰ, ঢেঁকীয়াজুলি

জিলা - নগাওঁ
জিলাৰ সদৰ - নগাওঁ
মহকুমা - নগাঁও, কলিয়াবৰ

জিলা - হোজাই
জিলাৰ সদৰ - হোজাই
মহকুমা - হোজাই

জিলা - কাৰ্বি আংলং পশ্চিম
জিলাৰ সদৰ - হামৰেণ
মহকুমা - হামৰেণ

জিলা - ডিমা হাচাও
জিলাৰ সদৰ - হাফলং
মহকুমা - হাফলং, দিয়ুংব্ৰ, মাইবং

জিলা - কাছাৰ
জিলাৰ সদৰ - শিলচৰ
মহকুমা - শিলচৰ, কাটিগড়া, লক্ষ্মীপুৰ, সোণাই

জিলা - হাইলাকান্দি
জিলাৰ সদৰ - হাইলাকান্দি
মহকুমা - হাইলাকান্দি, কাঠলিচেৰা

জিলা - কৰিমগঞ্জ
জিলাৰ সদৰ - কৰিমগঞ্জ
মহকুমা - কৰিমগঞ্জ, ৰামকৃষ্ণ নগৰ

জিলা - মৰিগাওঁ
জিলাৰ সদৰ - মৰিগাওঁ
মহকুমা - মৰিগাওঁ

জিলা - ওদালগুৰি
জিলাৰ সদৰ - ওদালগুৰি
মহকুমা - ওদালগুৰি, ভেৰগাঁও

জিলা - দৰং
জিলাৰ সদৰ - মঙলদৈ
মহকুমা - মঙলদৈ

জিলা - কামৰূপ মহানগৰ
জিলাৰ সদৰ - গুৱাহাটী
মহকুমা - গুৱাহাটী, চন্দ্ৰপুৰ, দিছপুৰ, সোণাপুৰ

জিলা - বাক্সা
জিলাৰ সদৰ - মুছলপুৰ
মহকুমা - মুছলপুৰ, শালবাৰী, তামোলপুৰ

জিলা - নলবাৰী
জিলাৰ সদৰ - নলবাৰী
মহকুমা - নলবাৰী, মুকালমুৱা, টিহু

জিলা - কামৰূপ
জিলাৰ সদৰ - অমিনগাঁও
মহকুমা - কামৰূপ, আজাৰা, দক্ষিণ কামৰূপ, ৰঙিয়া

জিলা - বৰপেটা
জিলাৰ সদৰ - বৰপেটা
মহকুমা - বৰপেটা, বজালী, কলগাছিয়া, সৰুক্ষেত্ৰী, সৰভোগ

জিলা - চিৰাং
জিলাৰ সদৰ - কাজলগাঁও
মহকুমা - কাজলগাঁও

জিলা - বঙাইগাঁও
জিলাৰ সদৰ - বঙাইগাঁও
মহকুমা - বঙাইগাঁও, মাণিকপুৰ, উত্তৰ শালমাৰা

জিলা - গোৱালপাৰা
জিলাৰ সদৰ - গোৱালপাৰা
মহকুমা - গোৱালপাৰা, লক্ষ্মীপুৰ

জিলা - কোকৰাঝাৰ
জিলাৰ সদৰ - কোকৰাঝাৰ
মহকুমা - কোকৰাঝাৰ, গোঁসাইগাঁও, পৰ্বতযোৰা

জিলা - ধুবুৰী
জিলাৰ সদৰ - ধুবুৰী
মহকুমা - ধুবুৰী, বিলাসীপাৰা

জিলা - দক্ষিণ শালমৰা-মানকাচাৰ
জিলাৰ সদৰ - হাটশিঙিমাৰি
মহকুমা - হাটশিঙিমাৰি

জিলা - বজালী
জিলাৰ সদৰ - পাঠশালা
মহকুমা - বজালী

জিলা - তামুলপুৰ
জিলাৰ সদৰ - তামুলপুৰ
মহকুমা - তামুলপুৰ মহকুমা

লগতে চাওক - অসমৰ জিলা কেইখন আৰু কি কি?

Post a Comment

Previous Post Next Post