অসম কুইজ (দ্বিতীয় খণ্ড)

assam quiz
অসম কুইজ (দ্বিতীয় খণ্ড)

1. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?




... Answer is D)
৭৩.১৮


2. অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে?




... Answer is A)
২.৩৯ শতাংশ


3. অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?




... Answer is D)
৭ জন


4. এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?




... Answer is A)
ভোগেশ্বৰ বৰুৱা


5. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?




... Answer is C)
ড° ফকৰুদ্দিন আলী আহমেদ


6. অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?




... Answer is A)
কাৰ্বি আংলং


7. অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?




... Answer is B)
ধুবুৰী


8. অসমৰ কোন খন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?




... Answer is D)
বোকাজান


9. কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল?




... Answer is A)
১৯৬১ চন


10. অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?




... Answer is C)
১৯০৫ চন




11. অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?




... Answer is A)
গুৱাহাটী


12. কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?




... Answer is C)
হাফলং


13. প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?




... Answer is A)
জ্যোতিপ্ৰসাদ আগৰৱালা


14. হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?




... Answer is D)
কুমাৰ ভাস্কৰ বৰ্মন


15. অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?




... Answer is B)
১৯২০ চনত


16. শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল?




... Answer is A)
১৬৭১ চন


17. প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুণোদই’ প্ৰথম বাৰ কোন চনত প্ৰকাশ পাইছিল?




... Answer is A)
১৮৪৬ চন


18. অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?




... Answer is D)
ডেৰগাঁও


19. অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?




... Answer is C)
১৮২৩ চন


20. অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?




... Answer is B)
১৮৪৭ চন




21. অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?




... Answer is A)
১৯১৭ চন


22. অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?




... Answer is C)
শিৱসাগৰ


23. অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?




... Answer is A)
১৬৯৪ চন


24. ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?




... Answer is B)
ডিগবৈ


25. সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?




... Answer is A)
২০০০ চন

Post a Comment

Previous Post Next Post