Puhor bisari jau পোহৰ বিচাৰি যাওঁ

A Website for History, Assamese Unicoded Literature, Health, Gk, Science and Technology, Travelling, Recipe etc

Saturday, August 31, 2019

Windows 10 ত আমি Internet সংযোগ কৰিলে Automatic Data ব্যৱহাৰ ৰোধ আৰু Automatic Windows 10 Update হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰো জানো আহক


Windows 10 ত আমি Internet  সংযোগ কৰিলে Automatic Data ব্যৱহাৰ হবলৈ ধৰে আৰু Windows 10 ৰ Update স্বয়ংকীয়ভাৱে হবলৈ ধৰে । এই প্ৰক্ৰিয়া ৰোধ কৰিবলৈ আমি প্ৰথমে Ctrl+Alt+Delete একেলগে Click কৰি Task Manager লৈ গৈ Startup লৈ গৈ Microsoft One Drive Disabled কৰি দিব লাগে আৰু অন্যান্য Enable হৈ থকা  DropBox  আদি সমূহো Disabled কৰি দিব লগে ।
1

2


দ্বিতীয়তে Start Menu লৈ গৈ Setting Options ত ক্লিক কৰি Update and Security Options ত  ক্লিক কৰি Windows Update ৰ Advanced Options ক্লিক কৰিব, তাৰ পিছত Delivery Optimization লৈ গৈ Allow Downloads From Other PCs Options off ৰাখিব ।
3

4

5

6
7

তূতীয়তে Start Menu  লৈ গৈ Setting Option ত ক্লিক কৰি Network and Internet Option ত ক্লিক কৰি Connect হৈ থকা Wifi Network লৈ গৈ Metered Connection On ৰাখিব।
8

9

10

11

আৰু আপোনালোকৰ কম্পিউটাৰে কিমান ইন্টাৰনেট ডাটা গ্ৰহণ কৰিছে, সেই সম্বন্ধে গতি-বিধি নিৰিক্ষণ কৰিবলৈ DU Meter Software ব্যৱহাৰ কৰিব।
DU Meter

ধন্যবাদ
✍ কল্পজ্যোতি বৰগোহাঁই

ভিডিঅ' চাওঁক

No comments:

Post a Comment